ETV Bharat / state

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি - TOP10 @ 5PM

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি
সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Aug 20, 2020, 5:04 PM IST

সংখ্যালঘু ছাত্ৰবৃ্ত্তিৰ কেলেংকাৰীঃ ৰাজ্যজুৰি আমছুৰ প্ৰতিবাদ

বঙাইগাঁও জিলা আমছুয়ে বৃহস্পতিবাৰে নিউ বঙাইগা‍ঁৱত মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সংখ‍্যালঘু উন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্তৰ প্ৰতিমূৰ্তি দাহেৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷

সুশান্ত আৰু ছাৰাৰ মাজত গভীৰ প্ৰেমৰ সম্পৰ্ক আছিল: সুশান্তৰ বন্ধু

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাই সমগ্ৰ দেশতে তোলপাৰ লগাই থকাৰ সময়তে সুশান্তৰ বন্ধু ছেমুৱেল হাওকিপৰ মন্তব্যই চৰ্চালৈ আনিছে অভিনেত্ৰী ছাৰা আলী খানে। ইনষ্টাগ্ৰাম পোষ্টযোগে সুশান্তৰ বন্ধু ছেমুৱেল হাওকিপে সুশান্ত আৰু ছাৰা আলী খানৰ মাজত গভীৰ সম্পৰ্ক থকাৰ কথা দাবী কৰিছে।

কাশ্মীৰৰ পৰা উভতাই অনা হ'ব 100 টা অৰ্ধ সামৰিক বাহিনীৰ কোম্পানীত

কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু আৰু কাশ্মীৰৰ পৰা অৰ্ধ সামৰিক বাহিনীৰ প্ৰায় 10 হাজাৰ জোৱানক তৎকালীনভাৱে উভতাই অনাৰ নিৰ্দেশ প্ৰদান কৰে ৷ বুধবাৰে এই কথা সদৰি কৰে বিভাগীয় কতৃপক্ষই ৷

কৰ’ণাৰ বাবে বাতিল জামুগুৰিহাটৰ ২২৫ বছৰীয়া কালীয় দমন ভাওনা

১৭৯৫ চনৰে পৰা ধৰ্মীয় বিশ্বাসক সাৰোগত কৰি গুৰুজনাৰ তিৰোভাৱ তিথিৰ দিনটোত জামুগুৰিহাটৰ কোঁচগাঁৱৰ ৰাইজে নিৰৱছিন্নভাৱে অনুষ্ঠিত কৰি আহিছে কালীয় দমন নাট ভাওনা

ডিমুৱাল তৈলক্ষেত্ৰত উচ্চ চাপযুক্ত গেছ পৰিবাহী পাইপ ফাটি গেছ নিৰ্গমণ

বৃহস্পতিবাৰে শিৱসাগৰ জিলাৰ ডিমুৱাল তৈলক্ষেত্ৰৰ হাঁহচৰা লাটুম গাঁৱত অৱস্থিত ONGC ৰ 1 নং পকী দেৱাল খহি উচ্চ চাপযুক্ত গেছ পৰিবাহী পাইপ ফাটি পাইপেৰে অহৰহ নিৰ্গত হৈছে গেছ ৷

সংখ্যালঘু ছাত্ৰ বৃত্তি কেলেংকাৰীৰ তদন্ত বিচাৰি চিৰাঙত আমছুৰ প্ৰতিবাদ

ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে বৃহস্পতিবাৰে চিৰাং জিলাত একাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিজনী জিলা আমছুৰ উদ্যোগত আৰু মোনাকোষা আঞ্চলিক সমিতিৰ সহযোগত পালেঙবাৰী বজাৰত এই প্ৰতিবাদ সাব্যস্ত কৰে আমছুৱে ৷

জামগুৰিহাটত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পলৈ যন্ত্ৰাংশ কঢ়িওৱা ট্ৰাক আবদ্ধ আছুৰ

ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পলৈ বৃহৎ যন্ত্ৰাংশ কঢ়িওৱা 5 খনকৈ ট্ৰাক বুধবাৰে নিশা ৰাজপথতেই আবদ্ধ কৰে সদৌ জামুগুৰি ছাত্ৰ সন্থাই ৷

গুৰুজনাৰ হৰি নামৰ ধ্বনিত মুখৰিত পবিত্ৰ বটদ্ৰৱা থান

আজি বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ মহোৎসৱ ৷ গুৰুজনাৰ এই পবিত্ৰ তিৰোভাৱ তিথিৰ দিনটোত হৰি নামৰ ধ্বনিত মুখৰিত হৈ পৰিছে সমগ্ৰ ৰাজ্য ৷ স

অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৰণোত্তৰ পৰীক্ষা কৰা চিকিৎসকলৈ ভাবুকি

সুশান্ত সিং ৰাজপুতৰ প্ৰাক্তন ব্যক্তিগত সহায়কৰ পিছত এইবাৰ অভিনেতাজনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা চিকিৎসকলৈ ভাবুকি ভৰা ফোন, মেছেজ ।

কেলিফৰ্নিয়া বনজুইৰ সৈতে যুঁজি প্ৰাণ হেৰুৱালে পাইলটে

কেলিফৰ্নিয়াৰ মধ্য ভাগত বনজুই নিৰ্বাপিত কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে এগৰাকী পাইলটে ৷ কৰ্মৰত অৱস্থাত হেলিপক্টাৰখন দূৰ্ঘটনাত পতিত হোৱাত বুধবাৰে পাইলটজনৰ মৃত্যু হয় ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.