বাটাবাৰী সংৰক্ষিত বনাঞ্চলত বনৰীয়া হাতীৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ
বাক্সাৰ বাটাবাৰী সংৰক্ষিত বনাঞ্চলত উদ্ধাৰ বনৰীয়া হাতীৰ অৰ্ধগলিত মৃতদেহ । বাটাবাৰী সংৰক্ষিত বনাঞ্চলৰ জামগুৰি বনাঞ্চলত সংঘটিত এই ভয়ংকৰ ঘটনা ।
হোজাইত দুষ্ট চক্ৰৰ পৰা দুগৰাকী কিশোৰীক উদ্ধাৰ
হোজাই জিলাত লংকাত খেৰণি আৰক্ষীৰ অভিযান । দুগৰাকী ১৪-১৫ বছৰীয়া কিশোৰীক উদ্ধাৰৰ লক্ষ্যৰে নিশা লংকা বজাৰৰ বিজয় চৌধুৰীৰ বাসগৃহত চলিল এই অভিযান ।
ৰাষ্ট্ৰীয় ক্ৰীড়া সন্মান 2020 ৰ বিশদ বিৱৰণ
প্ৰতি বছৰে 29 আগষ্টৰ দিনটোত ভাৰতে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন কৰে ৷ হকীৰ যাদুকৰ ধ্যান চাঁন্দৰ জন্মদিনটোত এই দিৱসৰ উদযাপন কৰা হয় ৷
ক্ষুব্ধ মহন্তৰ "বিস্ফোৰণ": ইটিভি ভাৰত এক্সক্লুছিভ
অলপতে মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ ঘৰত হোৱা বৈঠকত অগপৰ নেতৃত্বৰ পৰা সাতটা বিষয়ত দলৰ স্পষ্ট স্থিতি বিচাৰি অতুল বৰাক এখন পত্ৰ দিছিল মহন্তই ।
অসম ৰাজ্যিক দলৰ জ্যেষ্ঠ মহিলা ফুটবলাৰ পায়েল দাসলৈ আৰ্থিক সাহাৰ্য
ৰাষ্ট্ৰীয় ক্রীড়া দিবসৰ পবিত্ৰ দিনটোতে অসম ৰাজ্যিক দলৰ জ্যেষ্ঠ মহিলা ফুটবলাৰ পায়েল দাসক সম্মান প্ৰদান কৰা হয় ৷
ৰিয়াৰ ড্ৰাগছ প্ৰসংগ: হোৱাটছএপৰ স্ক্ৰীনশ্বট শ্বেয়াৰ কৰিলে সুশান্তৰ ভগ্নীয়ে
ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে ড্ৰাগছ সৰবৰাহকাৰীৰে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপিত হৈ থকাৰ সময়তে সুশান্ত ৰাজপুতৰ ভগ্নী শ্বেতা সিং কীৰ্তিয়ে শুক্ৰবাৰে যোৱা বছৰৰ কেইবাটাও হোৱাটছএপ মেছেজৰ স্ক্ৰীনশ্বট টুইটযোগে শ্বেয়াৰ কৰে ।
হোজাইত দুষ্ট চক্ৰৰ পৰা দুগৰাকী কিশোৰীক উদ্ধাৰ
হোজাই জিলাত লংকাত খেৰণি আৰক্ষীৰ অভিযান । দুগৰাকী ১৪-১৫ বছৰীয়া কিশোৰীক উদ্ধাৰৰ লক্ষ্যৰে নিশা লংকা বজাৰৰ বিজয় চৌধুৰীৰ বাসগৃহত চলিল এই অভিযান ।
শিৱসাগৰত সোঁচৰা ৰোগত আক্ৰান্ত গৰু
শিৱসাগৰ জিলাত সোঁচৰা ৰোগত আক্ৰান্ত হৈছে পোহনীয়া গৰু । লাম্পি স্কিন ডিজিছ নামৰ এই ৰোগে বেয়াকৈ আক্ৰমণ কৰিছে পোহনীয়া গৰু ।
জি এছ টিৰ ক্ষতিপূৰণ সম্বন্ধে কেন্দ্ৰই আগবঢ়োৱা মতামত প্ৰত্যাখান কৰা উচিত:চিদাম্বৰম
জি এছ টিৰ ক্ষতিপূৰণ সম্বন্ধত কেন্দ্ৰই দিয়া মতামতক প্ৰত্যাখান কৰিবলৈ ৰাজ্যসমূহক আহ্বান জনাইছে কংগ্ৰেছ নেতা পি চিদাম্বৰমে ।
অগপৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক অচ্যুত শইকীয়াৰ বিস্ফোৰণ
AGP মানে অসম গলা কটা পাৰ্টি । এই মন্তব্য অসম গণ পৰিষদ দলৰ একাংশ প্ৰাক্তন নেতা-কৰ্মীৰ । ইতিমধ্যে পদত্যাগ কৰা দলটোৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক অচ্যুৎ শইকীয়াই নাৰায়ণপুৰত এখন সংবাদমেল সম্বোধন কৰি অগপৰ কেন্দ্ৰীয় নেতৃবৃন্দক তীৰ্যক সমালোচনা কৰে ।