ETV Bharat / state

তিনি বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : Aug 25, 2020, 2:54 PM IST

তিনি বজাৰ দহটা শীৰ্ষ বাতৰি

TOP10 @ 3PM
TOP10 @ 3PM

জুৰীয়াত বিদ্যুৎস্পৃষ্ট হৈ কিশোৰীৰ মৃত্যু

নগাঁৱৰ ৰূপহীহাটত সংঘটিত হৈছে এক অঘটন ৷ জিলাখনৰ জুৰীয়াৰ অন্তৰ্গত কেন্দুগুৰীত বিদ্যুৎ স্পৃষ্ট হৈ কৰুণ মৃত্য়ুক সাৱটি লৈছে এগৰাকী কিশোৰীয়ে ৷

ওদালগুৰিত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

ওদালগুৰি আৰক্ষীৰ বৃহৎ সাফল্য ৷ জিলাখনৰ নেপালপাৰা গাঁৱৰ ৰাবাৰ বাগানত আৰক্ষীয়ে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ ৷

বৰপেটাত সোণৰ নাওঁসহ আটক দুই যুৱক

বৰপেটাৰ মৌটুপুৰীত সোমবাৰে নিশা সোণৰ নাওঁসহ আটক কৰা হৈছে দুগৰাকী যুৱকক ৷ জিলাখনৰ হাউলীৰ সমীপৰ মৌটুপুৰীস্থিত 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা যুৱক দুগৰাকীক আটক কৰে হাউলী আৰক্ষীয়ে ৷

বাণ থিয়েটাৰৰ মজিয়াত আত্মপ্ৰকাশ নতুন ৰাজনৈতিক দলৰ

সমাগত অসম বিধানসভা নিৰ্বাচন ৷ নিৰ্বাচনৰ পূৰ্বে ব্যস্ততা বাঢ়িছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলৰ ৷ সমান্তৰালকৈ ঢৌ উঠিছে ৰাজনীতিৰ পথাৰত ন ন ৰাজনৈতিক দলৰ আত্মপ্ৰকাশৰ ৷

উত্তৰ প্ৰদেশৰ বালিয়াত সাংবাদিকক গুলীয়াই হত্যা

সোমবাৰে বিয়লি উত্তৰ প্ৰদেশৰ বালিয়া জিলাৰ ফেফনা গাঁৱত এজন সাংবাদিকক গুলীয়াই হত্যা কৰে ৷ বালিয়াৰ আৰক্ষী অধীক্ষক দেবেন্দ্ৰনাথে জানিবলৈ দিয়া অনুসৰি, "সাংবাদিক ৰতন সিঙক গাঁৱৰ মুখিয়ালৰ ঘৰত গুলীয়াই হত্যা কৰা হয় ৷

বকোৰ লাম্পীত পুনৰ উত্তপ্ত পৰিস্থিতি

পুনৰ তীব্ৰ উত্তেজনা সৃষ্টি হৈছে অসম-মেঘালয় সীমান্তৰ কাৰ্বি লাম্পীত ৷ ঘটনাৰ বিৱৰণী অনুসৰি, বিগত বৃহস্পতিবাৰে লাম্পীৰ সমীপৰ মাকৈবাৰী, সুন্দৰপুৰ আদি গাঁৱৰ ৰাইজে মাকৈবাৰীৰ পৰা সুন্দৰপুৰ সংযোগী পথছোৱা নিজববীয়া প্ৰচেষ্টাৰে মেৰামতি কৰি থকা অৱস্থাত উক্ত স্থানত উপস্থিত হৈছিল মেঘালয় আৰক্ষীৰ এটা দল ৷

তিনিচুকীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত এজন

মঙলবাৰে পুৱাই তিনিচুকীয়াত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ তিনিচুকীয়াৰ নিটাই নামৰ ড্ৰাইভিং স্কুলৰ এখন বাহনক হাতীগড় বাইপাছত এখন তীব্ৰবেগী ট্ৰাকে খুন্দিয়াই পলায়ন কৰে ৷

আৰক্ষীৰ জালত মটৰ চাইকেল সহ পাঁচ চোৰ

মটৰ চাইকেল চোৰৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰিছে টীয়ক আৰক্ষীয়ে ৷ যোৰহাট জিলাৰ টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত লাহদৈগড় আৰক্ষীয়ে সোমবাৰে এক গোপন সূত্ৰৰ পম খেদি এখন স্কুটি (এএছ 03 এছ 4562) আৰু এখন পালচাৰ (এএছ 03 এবি 3944)সহ পাঁচজনকৈ চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷

অনলাইন গেমৰ সৈতে জড়িত ভাৰতীয় শিক্ষাৰ্থীৰ বাবে সুখবৰ

ভাৰতত অনলাইন গেম প্ৰস্তুতৰে জড়িত শিক্ষাৰ্থীক আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে । এই প্ৰশিক্ষণে অনলাইন গেমৰ ক্ষেত্ৰখনত নিযুক্তি লাভ কৰাত শিক্ষাৰ্থীসকলক সহায় কৰিব । শীঘ্ৰেই ৰাষ্ট্ৰীয় পৰ্যায়ৰ 'হেকাথন' অনুষ্ঠিত কৰিব কেন্দ্ৰীয় চৰকাৰে ।

প্ৰখ্যাত মালায়ালম ছবি নিৰ্মাতা এ ভাস্কৰ ৰাজৰ দেহাৱসান

তিনি দশক ধৰি চলচিত্ৰ জগতলৈ অৱদান আগবঢ়োৱা যশস্বী মালায়ালম ছবি নিৰ্মাতা এ ভাস্কৰ ৰাজৰ দেহাৱসান ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.