ETV Bharat / state

তিনি বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : Aug 24, 2020, 3:02 PM IST

তিনি বজাৰ দহটা শীৰ্ষ বাতৰি

TOP10 @ 3PM
তিনি বজাৰ দহটা শীৰ্ষ বাতৰি

মুকলি হ'ল মহানগৰীৰ বহু প্ৰত্যাশিত ৰোপৱে’ সেৱা

অৱশেষত বহুদিনীয়া আশা পূৰণ হ’ল মহানগৰবাসীৰ ৷ সুদীৰ্ঘ প্ৰতীক্ষাৰ অন্তত সোমবাৰে মহানগৰীত মুকলি হ’ল ৰোপৱে’ সেৱা ৷ মহানগৰীৰ পৰা উত্তৰ গুৱাহাটী সংযোগী এই ৰোপৱে’ সেৱাৰ লাভালাভ লাভ কৰিবলৈ সক্ষম হ’ব মহানগৰীবাসীয়ে ৷

23 খন পত্ৰ আৰু কংগ্ৰেছ দলৰ অন্তঃকন্দল

20 জনতকৈও অধিক জেষ্ঠ কংগ্ৰেছ নেতাই দলত ব্যাপক পৰিবৰ্তনৰ আহ্বান জনাই এখন পত্ৰ প্ৰেৰণ কৰিছিল ৷ পত্ৰৰ সহাৰিত ছোনিয়া গান্ধীয়ে AICC ৰ সভানেত্ৰীৰ দায়িত্ব পৰা অব্যাহতি ল’বলৈ ইচ্ছা প্ৰকাশ কৰে ।

কৰ'ণাত আক্ৰান্ত হৈ মৃত্য়ু কোকৰাঝাৰৰ চিকিৎসকৰ

সোমবাৰে কোকৰাঝাৰত মৃত্য়ুক সাৱটি লয় এগৰাকী কৰ'ণা আক্ৰান্ত চিকিৎসকে ৷ কৰ'ণা আত্ৰান্ত চিকিৎসক গৰাকী চিকিৎসাধীন হৈ আছিল গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয়ৰ হাস্পতালত ৷

ডিজিটেল প্ৰক্ৰিয়াৰে হ'ব পৰৱৰ্তী লোকপিয়ল

দেশৰ শেহতীয়া পৰিস্থিতিৰ ফলত প্ৰৱাসী শ্ৰমিকসকলৰ বিষয়টো চৰকাৰৰ বাবে দিনক দিনে মূৰৰ কামোৰণি হৈ উঠিছে ৷ শ্ৰমিকসকলৰ বাবে গ্ৰহণ কৰা আঁচনিসমূহ ইতিমধ্যে বিফল হৈছে ৷

চন্দ্রপ্রভা শইকীয়ানীৰ জীৱন পৰিক্ৰমা বিষয়ক আলেখ্য সম্প্ৰচাৰ BBCত

নাৰী সবলীকৰণ আৰু সামাজিক সংস্কাৰৰ বাবে নিজৰ জীৱন উচৰ্গা কৰা চন্দ্রপ্রভা শইকীয়ানীক 'মহীয়সী নাৰী'ৰ সন্মান দিলে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম BBCয়ে ।

বৰপেটাত বান সাহায্য বিতৰণ

ৰাজ্যত বানৰ প্ৰকোপ কমিল যদিও আৰ্থিক অনাটনে এৰা দিয়া নাই বানাক্ৰান্তক ৷ ঘৰ-বাৰীৰ লগতে কৃষিভূমি সমূহ সম্পূৰ্ণৰূপে বানে নষ্ট কৰাত ৰাইজে চৰম দাৰিদ্ৰতাৰে অতিবাহিত কৰিছে দিন ৷

দীৰ্ঘদিনীয়া দাবী পূৰণ নকৰিলে চাহ নিগমৰ বাগিছা বন্ধ কৰাৰ হুংকাৰ আটছাৰ

"বিগত সময়চোৱাত পৰিবৰ্তনৰ ঢাক ঢোল বজোৱা বিজেপি চৰকাৰে মাথোঁ ৰাজনৈতিক স্বাৰ্থত বৃহত্তৰ চাহ জনগোষ্ঠীক ব্যৱহাৰ কৰি আহিছে।

বঙাইগাঁও জিলাৰ সৃজনগ্ৰামত অগ্নিকাণ্ড

বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত বালাপেট বজাৰত দেওবাৰে নিশা সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা ৷ অগ্নিকাণ্ডৰ ফলত বজাৰখনৰ 7 খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ প্ৰায় 15 লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে ৷

বগৰীবাৰীৰ মথাউৰি নিৰ্মাণৰ কামত অনিয়মৰ অভিযোগ

কৰ'ণা মহামাৰীৰ ত্ৰাস অব্য়াহত থকাৰ মাজতে প্ৰলয়ংকাৰী বানে তচনচ কৰিছে ৰাজ্যবাসীক ৷ নেৰানেপেৰা বৰষুণৰ ফলত নদী-উপনদী উফন্দি উঠি জলমগ্ন হৈ পৰিছিল ৰাজ্যখনৰ প্ৰায় 30 খন জিলা ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.