ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ ফেৰী ৷ মাজুলী কমলাবাৰী ঘাটৰ পৰা নিমাতি ঘাটলৈ পুৱা 7-13 বজাত গৈছিল ফেৰীখন ৷
নতুন দিল্লীত তিনিদিনীয়া কাৰ্যসূচীৰে নৌ সেনাৰ কমাণ্ডাৰসকলৰ বৈঠক
বুধবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে দিল্লীত অনুষ্ঠিত হয় দেশৰ শীৰ্ষ নৌ সেনাৰ কমাণ্ডাৰসকলৰ তিনিদিনীয়া আলোচনাচক্ৰ ৷
নাহৰকটীয়াত কংগ্ৰেছত যোগদান শতাধিক লোকৰ
বুধবাৰে নাহৰকটীয়াস্থিত কল্যাণী বিবাহ বাহৰত চাহ ও প্ৰাক্তন চাহ মজদুৰ কংগ্ৰেছ, জয়পুৰ ব্লক কংগ্ৰেছৰ উদ্যোগত এখন দলীয় কৰ্মী সভা অনুষ্ঠিত হয় ৷
ছয়গাঁৱৰ চাম্পুপাৰাত ভয়াৱহ অগ্নিকাণ্ড
বৰপেটাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত ব্যাপক কেলেংকাৰীৰ অভিযোগ
বৰপেটাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত শৌচালয় নিৰ্মাণৰ নামত সংঘটিত হৈছে বৃহৎ কেলেংকাৰী ৷ এই অভিযোগ উত্থাপন কৰিছে আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত হিতাধিকাৰীসকলে ৷
উন্নত হৈছে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ স্বাস্থ্যৰ অৱস্থা
ক্ৰমাৎ উন্নত হৈছে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ স্বাস্থ্যৰ অৱস্থা ৷ যদিও তেওঁক এতিয়াও ভেন্টিলেটৰত ৰখা হৈছে ৷ তেখেতৰ পুত্ৰ অভিজিৎ মুখাৰ্জীয়ে টুইট কৰি এই কথা সদৰি কৰে ৷
বানৰ পাচত বালিয়ে পুতিলে ধেপাৰগাঁৱৰ বিস্তৰ কৃষিভূমি
হঠাতে অহা বানে তচনচ কৰি গ'ল ৰঙিয়াৰ ধেপাৰগাঁৱৰ বিস্তৰ কৃষিভূমি ৷ কৃষকৰ সপোনাৰ খেতিডৰাত এই বিধ্বংসী বানে পেলাই থৈ গ'ল বালিৰ তৰপ ৷
মানৱ দেহ সৰবৰাহ: মমতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ কেন্দ্ৰীয় মন্ত্ৰী দেৱশ্ৰী চৌধুৰীৰ
পশ্চিমবংগত ক্ৰমান্বয়ে বৃদ্ধি পাই অহা মানৱ দেহ সৰবৰাহৰ ঘটনাক লৈ সৰৱ ৰাজ্যিক মহিলা আৰু শিশু উন্নয়ণ মন্ত্ৰী দেৱশ্ৰী চৌধুৰী। মহিলা মুখ্যমন্ত্ৰী থকা স্বত্বেও নাৰী সৰবৰাহৰ ক্ষেত্ৰত পশ্চিমবংগ শীৰ্ষ স্থানত আছে বুলি মন্তব্য কৰি মমতা বেনাৰ্জীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কেন্দ্ৰীয় মন্ত্ৰী দেৱশ্ৰী চৌধুৰীয়ে।
অশোক লাবাছাৰ পদত্যাগ পত্ৰ গ্ৰহণ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ
ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে বুধবাৰে পূৰ্বৰ নিৰ্বাচন আয়ুক্ত (EC) অশোক লাবাছাৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰে ৷ 31 আগষ্টত লাবাছাক 31 আগষ্টত তেখেতৰ কৰ্তব্যৰ পৰা অব্যাহতি দিয়া হ‘ব ৷
মহানগৰীত পণ্যসামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি
প্ৰায় ছমাহৰ অন্তত সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীলৈও কিছু শিথিলতা নামি আহিছে ৷ কৰ'ণাৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে ৰাজ্যজুৰি ঘোষণা কৰা হৈছিল লকডাউন ৷