ETV Bharat / state

সন্ধিয়া সাত বজাৰ শীৰ্ষ দহটা বাতৰি... - সন্ধিয়া সাত বজাৰ শীৰ্ষ দহটা বাতৰি...

সন্ধিয়া সাত বজাৰ শীৰ্ষ দহটা বাতৰি...

top ten news at 7 pm
সন্ধিয়া সাত বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : Feb 20, 2021, 7:01 PM IST

কেবিনেট বৈঠকত বৰাক উপত্যকাৰ বাবে মিনি সচিবালয় সম্পৰ্কত আলোচনা

শনিবাৰে অসম চৰকাৰে বৰাক উপত্যকাৰ বাবে মিনি সচিবালয়ৰ কথা অৱগত কৰিছে ৷ উল্লেখ্য যে, বৰাক উপত্যকাবাসীৰ বাবে মিনি সচিবালয়ৰ দাবী বহু পুৰণি ৷

অপহৃত কুইপৰ দুই বিষয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অইলে

অপহৃত কুইপৰ দুই বিষয়াৰ সম্পৰ্কত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অইল কৰ্তৃপক্ষই ৷ সাংবাদিকক সম্বোধন কৰি কাৰ্যবাহী সঞ্চালক প্ৰশান্ত বৰকটকী কয়, বিষয়টো সমাধানৰ বাবে আলোচনা চলি আছে ৷

মুখ্যমন্ত্ৰী সোণোৱালৰ নেতৃত্বত কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ...

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত 20 ফেব্ৰুৱাৰী, 2021 ৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় বহুকেইটা সিদ্ধান্ত ৷ ইয়াৰ ভিতৰত গুৰুত্বপূৰ্ণ হৈছে চাহ শ্ৰমিকৰ মজুৰি 167 টকাৰ পৰা 217 টকালৈ বৃদ্ধি ৷

সংশোধন হ'ব 'অসম মুক্তি যুঁজাৰু সাহাৰ্য নীতি'

ৰাজ্যৰ মুক্তি যুঁজাৰু সকলৰ সমস্যা সমাধানৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চৰকাৰী বাসগৃহত মুক্তি যোদ্ধাসকলৰ সৈতে এক বৈঠকত মিলিত হয় ‌। এই বৈঠকতে গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷

মাইক্ৰ ফাইন্সেঞ্চৰ কৰ্মচাৰীৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি কঠিয়াতলীত প্ৰতিবাদ

কৃষ্ণ বৈশ্যই 10 ফেব্ৰুৱাৰীত ঋণৰ ধন তুলিবলৈ যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ পৰে আৰু 12 ফেব্ৰুৱাৰীত কন্দলী ফায়েৰিং ফিল্ডৰ কাষৰ জংঘলত ডিঙি কটা অৱস্থাত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ হয় ৷

গঠন হ’ব বড়োলেণ্ড প্ৰশাসনিক মহাবিদ্যালয়: ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত

কেবিনেটৰ বৈঠকত ৫৭ খন বিদ্যালয়ত কৰ্মৰত ১০১ গৰাকী ভকেশ্ব'নেল শিক্ষকৰ দৰমহা বৃদ্ধিৰ‌ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

অইল ইণ্ডিয়া লিমিটেডৰ তিনিটাকৈ প্ৰকল্প উদ্বোধন কৰিব মোডীয়ে

ডিব্ৰুগড়ত শনিবাৰে এক সংবাদমেল আয়োজন কৰে অইল ইণ্ডিয়া কতৃপক্ষই ৷ উক্ত সংবাদমেলত অইল ইণ্ডিয়া কতৃপক্ষই কয়, অহা 22 ফেব্ৰুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমৰ তৈল আৰু গেছ খণ্ডৰ তিনিটা বৃহৎ প্ৰকল্প আনুষ্ঠানিকভাৱে মুকলি কৰিব ৷

কেন্দ্ৰ, ৰাজ্যসমূহে অৰ্থনৈতিক বিকাশৰ বাবে ঘনিষ্ঠভাৱে কাম কৰিব লাগিব:প্ৰধানমন্ত্ৰী

নীতি আয়োগৰ পৰিচালনা পৰিষদৰ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যসমূহে ঘনিষ্ঠভাৱে কাম কৰিব লাগিব ।

অৰ্থনীতিৰ দ্ৰুত বিকাশৰ বাবে উদ্যোগসমূহলৈ বিত্ত মন্ত্ৰীৰ বিশেষ আহ্বান

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শনিবাৰে ভাৰতৰ উদ্যোগসমূহক 'পশুআত্মা' মুকলি কৰি নতুন বিনিয়োগেৰে ভাৰতক বিশ্বৰ অন্যতম দ্ৰুত অৰ্থনীতিৰ দেশ হিচাপে গঢ়িবলৈ আহ্বান জনায় ।

অৰুণাচল প্ৰদেশৰ লুংলা বনাঞ্চলত ভয়ংকৰ বন জুই

অৰুণাচল প্ৰদেশৰ টাৱাঙৰ লুংলা ৰাজহ চক্ৰৰ অধীনৰ জংঘলত ১৮ ফেব্ৰুৱাৰীৰ বিয়লি সংঘটিত অগ্নিকাণ্ড শুকুৰবাৰে নিৰ্বাপণ হয় । দ্বিতীয় স্কাউট গাইড জোৱান আৰু চৰকাৰী বিষয়াৰ তৎপৰতাত এই জুই নিৰ্বাপণ সম্ভৱ হয় ।

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.