ETV Bharat / state

5 বজাৰ দহটা শীৰ্ষ বাতৰি - top ten news at 5 pm

5 বজাৰ দহটা শীৰ্ষ বাতৰি

5 বজাৰ দহটা শীৰ্ষ বাতৰি
TOP 10 AT 5 PM
author img

By

Published : Feb 20, 2021, 5:01 PM IST

মুখ্যমন্ত্ৰী সোণোৱালৰ নেতৃত্বত কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ...

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত 20 ফেব্ৰুৱাৰী, 2021 ৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় বহুকেইটা সিদ্ধান্ত ৷ ইয়াৰ ভিতৰত গুৰুত্বপূৰ্ণ হৈছে চাহ শ্ৰমিকৰ মজুৰি 167 টকাৰ পৰা 217 টকালৈ বৃদ্ধি ৷

অইল ইণ্ডিয়া লিমিটেডৰ তিনিটাকৈ প্ৰকল্প উদ্বোধন কৰিব মোডীয়ে

ডিব্ৰুগড়ত শনিবাৰে এক সংবাদমেল আয়োজন কৰে অইল ইণ্ডিয়া কতৃপক্ষই ৷ উক্ত সংবাদমেলত অইল ইণ্ডিয়া কতৃপক্ষই কয়, অহা 22 ফেব্ৰুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমৰ তৈল আৰু গেছ খণ্ডৰ তিনিটা বৃহৎ প্ৰকল্প আনুষ্ঠানিকভাৱে মুকলি কৰিব ৷

সংশোধন হ'ব 'অসম মুক্তি যুঁজাৰু সাহাৰ্য নীতি'

ৰাজ্যৰ মুক্তি যুঁজাৰু সকলৰ সমস্যা সমাধানৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চৰকাৰী বাসগৃহত মুক্তি যোদ্ধাসকলৰ সৈতে এক বৈঠকত মিলিত হয় ‌। এই বৈঠকতে গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷

শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয় স্থৱিৰ: প্ৰশাসনিক কৰ্মচাৰীৰ অসহযোগ

অসমৰ জিলা আৰু মহকুমা সমূহত প্ৰশাসন কৰ্মচাৰীসকলৰ দুদিনীয়া কৰ্মবিৰতি পালন ৷ 10 দফীয়া দাবী চৰকাৰে পূৰণ নকৰা বাবে এই কৰ্মবিৰতি ৷

কিংগছ ইলেভেন পঞ্জাৱৰ হৈ আই পি এল খেলিব ত্ৰিপুৰাৰ উৎকৰ্ষ সিঙে

এসময়ত ত্ৰিপুৰাৰ ঘৰুৱা ক্ৰিকেটৰ ১৬ বছৰ অনুৰ্ধৰ দলৰ হৈ খেলা উৎকৰ্ষ সিঙক দেখা যাব আগন্তুক ২০২১ বৰ্ষৰ আই পি এলত । কিংগছ ইলেভেন পঞ্জাৱ দলত অন্তৰ্ভূক্ত হৈছে উৎকৰ্ষ সিঙ ।

গঠন হ’ব বড়োলেণ্ড প্ৰশাসনিক মহাবিদ্যালয়: ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত

কেবিনেটৰ বৈঠকত ৫৭ খন বিদ্যালয়ত কৰ্মৰত ১০১ গৰাকী ভকেশ্ব'নেল শিক্ষকৰ দৰমহা বৃদ্ধিৰ‌ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

নগাঁও জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ দুদিনীয়া অসহযোগ

দহ দফীয়া দাবীত নগাঁৱত জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ অসহযোগ আন্দোলন ৷ শুকুৰবাৰ আৰু শনিবাৰে দুদিনীয়াকৈ নগাঁৱত প্ৰশাসন কৰ্মচাৰী সন্থাই গ্ৰহণ কৰিছে এই অসহযোগ কাৰ্যসূচী ৷

নিৰ্বাচনৰ পূৰ্বে জুবিনৰ ‘ৰাজনীতি’

ন ৰূপত কণ্ঠশিল্পী জুবিন গাৰ্গ ৷ ৰাজনীতি শীৰ্ষক চিনেমাক লৈ ব্যস্ত নৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ ৷ এই অসমীয়া ছবি খনৰ শ্বুৃটিঙৰ বাবে কামপুৰত দেখা গৈছে কণ্ঠশিল্পী জুবিন গাৰ্গক ৷

কেন্দ্ৰ, ৰাজ্যসমূহে অৰ্থনৈতিক বিকাশৰ বাবে ঘনিষ্ঠভাৱে কাম কৰিব লাগিব:প্ৰধানমন্ত্ৰী

নীতি আয়োগৰ পৰিচালনা পৰিষদৰ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যসমূহে ঘনিষ্ঠভাৱে কাম কৰিব লাগিব ।

মৃত্যুদণ্ডৰে দণ্ডিত হোৱা স্বাধীন ভাৰতৰ প্ৰথম মহিলা গৰাকী

মৃত্যুদণ্ডৰে দণ্ডিত হোৱা স্বাধীন ভাৰতৰ প্ৰথম গৰাকী মহিলা হিচাপে চিহ্নিত হৈছে ২০০৮ চনত নিজৰ পৰিয়ালৰে ৭ জন সদস্যক হত্যা কৰা আমৰোহা হত্যাকাণ্ডৰ অভিযুক্ত শ্ববনম ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.