চীন-ভাৰতৰ সংঘাতঃ ব্ৰিগেডিয়াৰ ৰঞ্জিৎ বৰঠাকুৰৰে ই টিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ
লাডাখৰ ঘটনাই চীন-ভাৰতৰ মাজত আকৌ এখন যুদ্ধৰ ইংগিত দিছে নেকি ? ই টিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ব্ৰিগেডিয়াৰ বৰঠাকুৰে কি ক'লে ? চাওক এই প্ৰতিবেদন...
চাইবাৰ আক্ৰমণৰ বলি হ'ব নেকি ভাৰত ?
এক বৃহৎ চাইবাৰ আক্ৰমণৰ বলি হ'ব পাৰে বিশ্বৰ 6 খনকৈ ৰাষ্ট্ৰ ৷ ভাৰত,ছিংগাপুৰ,দক্ষিণ কোৰিয়া,জাপান,আমেৰিকা আৰু ইউ.কেক লক্ষ্য কৰি লৈছে উত্তৰ কোৰিয়াৰ হেকাৰৰ গ্ৰুপটোৱে ৷
ৰঙিয়াৰ সমৰজ্যোতিয়ে উদ্ভাৱন কৰিছে ডিজিটেল মেনু
হোটেল-ৰেষ্টুৰেন্টত কৰ'ণা সংক্ৰমণ ৰোধৰ বিশেষ ব্যৱস্থা কৰিছে ৰঙিয়াৰ এগৰাকী প্ৰতিভাৱান কিশোৰে ৷ ৰঙিয়াৰ সমৰজ্যোতি ভাগৱতীয়ে উদ্ভাৱনী শক্তিৰ পৰিচয় দি সাজি উলিয়াইছে হোটেল,ৰেষ্টুৰেন্টত ব্যৱহাৰ কৰিব পৰা ডিজিটেল মেনু ।
গোলাঘাটৰ সৰুপথাৰত থকা ৰেচম কেন্দ্ৰত উৎপাদন ক্ষমতা হ্ৰাস
গোলাঘাটৰ ৰেচম কেন্দ্ৰত উৎপান ক্ষমতা হ্ৰাস হৈ আহিছে দিনক দিনে ৷ কৰ্মচাৰীয়ে উৎপাদন ক্ষমতাত গুৰুত্ব প্ৰদান নকৰি চৰকাৰী টকাৰ অপব্যবহাৰ কৰি গৃহ নিৰ্মাণ কৰি থকাৰহে অভিযোগ উঠিছে ৷
বিশ্বনাথৰ বিহালীত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস
বিহালীৰ নিজ বাঘমাৰীৰ ছোটপামত শুকুৰবাৰে নিশা বনৰীয়া হাতীৰ উপদ্ৰৱত বিস্তৰ ক্ষতি সাধন হয় ৷ অতি শীঘ্ৰে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰিবলৈ বিহিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে স্থানীয় লোক সকলে ৷
বিলাসীপাৰা প্ৰেছ ক্লাৱত কলাগুৰুক সোঁৱৰণ
১৯৬৯ চনৰ আজিৰ দিনটোতে মৃত্যুবৰণ কৰিছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই। শিল্পীজনাক সোঁৱৰি আজিৰ এই দিনটোতে সমগ্ৰ ৰাজ্যতে পালন কৰা হয় ৰাভা দিৱস। লক ডাউনৰ মাজতে এইবাৰো ৰাজ্যত অনুষ্টুপীয়াকৈ হলেও পালন কৰা হৈছে কলাগুৰুক সোৱৰি ৰাভা দিৱসৰ বিভিন্ন কাৰ্যসূচী। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শনিবাৰে বিলাসীপাৰা প্ৰেছ ক্লাৱতো পালন কৰা হয় ক'লাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫১ সংখ্যক মৃত্যু তিথি।
কোভিড-১৯ৰ চিকিৎসাৰ বাবে ঔষধ মুকলি গ্লেনমাৰ্কৰ
কোভিড-১৯ত আক্ৰান্ত ৰোগীসকলৰ চিকিৎসাৰ বাবে ফেবিফ্লু (FabiFlu) বেণ্ডৰ অধীনত ফেভিপিৰাভিৰ (Favipiravir) নামৰ এণ্টিভাইৰেল ড্ৰাগ মুকলি কৰা হৈছে । মুম্বাইস্থিত গ্লেনমাৰ্ক ফাৰ্মাচিউটিকেল ঔষধ সংস্থাটোৱে শুকুৰবাৰে ভাৰতীয় ড্ৰাগছ নিয়ন্ত্ৰক জেনেৰেলৰ পৰা উৎপাদন আৰু ব্যৱসায়ৰ অনুমোদন লাভ
কৰিমগঞ্জ জিলা কাৰাগাৰৰ পৰা তিনিজনকৈ কাৰাবন্দীৰ পলায়ন
কৰিমগঞ্জৰ জিলা কাৰাগাৰৰ পৰা শুকুৰবাৰে নিশা তিনিজনকৈ কাৰাবন্দীয়ে পলায়ন কৰে ৷ পলাতক কাৰাবন্দী কেইজন ফয়জুৰ ৰহমান,ওৱাহিদ আলী আৰু মুছকান আলী বুলি জানিব পৰা গৈছে ৷
চীনৰ বিৰুদ্ধে বৰপেটাত উত্তাল প্ৰতিবাদ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ
বৰপেটাত ৰঙা চীনৰ প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্য়স্ত কৰে হিন্দু যুৱ ছাত্ৰ পৰিষদে ৷ চীনা সামগ্ৰী বৰ্জন কৰিবলৈ ৰাইজক আহ্বান জনাইছে প্ৰতিবাদকাৰী সকলে ৷
আপুনি মানসিক অশান্তিৰ অনুমান কৰিব নোৱাৰে : দীপিকা পাডুকন
হতাশাগ্ৰস্ত লোকসকলে মানসিক স্বাস্থ্যৰ স্থিতি অনুমান কৰিব নোৱাৰে । মানসিক স্বাস্থ্য সম্বন্ধীয় অনুভৱ শ্বেয়াৰ কৰা দীপিকা পাডুকনে টুইটাৰযোগে নিজ অনুভৱ ব্যক্ত কৰে ।