ETV Bharat / state

দুপৰীয়া 1 বজাৰ দহটা শীৰ্ষ বাতৰি - 1 PM TOP TEN NEWS

দুপৰীয়া 1 বজাৰ দহটা শীৰ্ষ বাতৰি

TOP TEN 1PM
দুপৰীয়া 1 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Sep 12, 2020, 1:01 PM IST

লখিমপুৰত মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ পুত্তলিকা দাহ

লখিমপুৰত জ্বলিল ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা ৷ নিজৰ পাপ্যৰ পৰা বঞ্চিত হৈ থাকিব লগা সদৌ অসম কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলনে পুত্তলিকা দাহৰে ক্ষোভ প্ৰকাশ কৰিলে এইদৰে ৷

বিলাসীপাৰাৰ চাপৰত ক'ৰণাই ললে কিশোৰীৰ প্ৰাণ

পূৱ বিলাসীপাৰাৰ চাপৰত ক'ৰণাত প্ৰাণ গল এগৰাকী কিশোৰীৰ । মৃত কিশোৰী গৰাকী চাপৰৰ শিমলাবাৰী তৃতীয় খণ্ড গাঁৱৰ প্ৰয়াত ৰমজান আলীৰ কন্যা ৰমিচা খাতুন (১৬) বুলি জানিব পৰা গৈছে ।

জাকজমকতা অবিহনে সৰু পেণ্ডেলতে উদযাপন কৰিব লাগিব পূজা !

সমাগত শাৰদীয় দূৰ্গা পূজা ৷ কিন্তু মহামাৰী কৰ’ণাৰ ভয়াৱহতাৰ বাবে এতিয়া আতংকিত জিলাখনৰ পূজাৰ আয়োজক কমিটি সমূহ ৷ কি দৰে পালন কৰা হ’ব এইবাৰৰ দূৰ্গা পূজা ! এই প্ৰসংগত শুকুৰবাৰে কৰিমগঞ্জত জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুস্থিত হৈ যায় এখন সভা ৷

বিহপুৰীয়াৰ খেৰাজখাট ক'ভিড চিকিৎসাকেন্দ্ৰত কি চলিছে ?

পানী যোগানৰ দায়িত্বত নিয়োজিত জনস্বাস্থ্য কাৰিকৰী বিভাগে সময়মতে কাম কৰি থকাৰ মাজতো ৰোগীয়ে পানী অপব্যয় কৰা আৰু কাৰিকৰী ভুলৰ বাবে নিশা নোহোৱা হৈছিল পানী ৷ কেন্দ্ৰ পৰিচালক ডা° অতুল খাউণ্ডৰ নেতৃত্বত পৰিস্থিতি নিয়ন্ত্ৰণ হোৱাৰ পাছতো চিকিৎসকক দুব্যৱহাৰ বিষয়টোৱে মনোকষ্ট দিছে চিকিৎসকসকলক ৷

দলগাঁৱত যুৱতীৰ ৰহস্যজনক মৃত্যু

প্ৰেমৰ এক কৰুণ পৰিনতি । দলগাঁৱত এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্যু । মৃত যুৱতী গৰাকী দলগাঁও থানাৰ অন্তৰ্গত নগাঁৱৰ এলিজা পাৰবিন বুলি জানিব পৰা গৈছে ৷

14মাহে দৰমহাৰ পৰা বঞ্চিত বদৰপুৰৰ চাফাই কৰ্মচাৰী সকল

কৰিমগঞ্জৰ বদৰপুৰ পৌৰসভাৰ চাফাই কৰ্মচাৰীসকলে 14মাহে লাভ কৰা নাই দৰমহা ৷ দীৰ্ঘদিনে নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হোৱা কৰ্মচাৰী সকলে তিনিদিনীয়া কাৰ্যসূচীৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷ অহা তিনি দিনৰ ভিতৰত কৰ্মচাৰীসকলৰ দৰমহা চৰকাৰে ঘূৰাই নিদিলে আন্দোলনৰ হূংকাৰ কৰ্মচাৰী সকলৰ ৷

অসমত সকলো সমষ্টিতে প্ৰাৰ্থী দিব আম আদমী পাৰ্টিয়ে

আগন্তুক ২০২১ত হ'বলগীয়া অসম বিধান সভাৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাইছে ৰাজ্যৰ সকলো ৰাজনৈতিক দলে । এনে সময়ত পিচ পৰি থকা নাই আম আদমী পাৰ্টিয়েও । বিভিন্ন ঠাইত সভা-সমিতি অনুষ্ঠিত কৰি দলটোৱে চলাইছে নিৰ্বাচনী প্ৰস্তুতি ।

শনিবাৰে চীনা সৈন্যই মোকলাই দিব বন্দী 5 অৰুণাচলী যুৱকক

শনিবাৰে চীনা সৈন্যই মোকলাই দিব বন্দী কৰি নিয়া 5 অৰুণাচলী যুৱকক ৷ এই তথ্য প্ৰদান কৰিছে তেজপুৰৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লে. কৰ্ণেল হৰ্ষ বৰ্ধন পাণ্ডেই ।

ৰাজহুৱা উদ্যোগক পুঁজিপতিক গটোৱাৰ চক্ৰান্ত !

তিনিটা বিশেষ বিষয় সন্দৰ্ভত শুকুৰবাৰে উদ্যোগ বচাওক, শ্ৰমিক বচাওক যৌথ সংগ্ৰাম সমিতিয়ে গুৱাহাটী প্ৰেছ ক্লাৱত সম্বোধন কৰে এক সংবাদ মেলৰ ।

ৰাজনৈতিক ক্ষেত্ৰলৈ আছুক স্বাগতম জনালে বিজেপিয়ে

নলবাৰী বিজেপিৰ বাৰ্ষিক কাৰ্যনিৰ্বাহকত অংশ গ্ৰহণ কৰি জয়ন্ত মল্ল বৰুৱাই কলে, ৰাজনৈতিক ক্ষেত্ৰলৈ আছুক স্বাগতম জনাইছো । যেতিয়া ৰাজনৈতিক ক্ষেত্ৰলৈ আছুৱে নামিব, তেতিয়া কাৰ কিমান জনপ্ৰিয়তা গম পোৱা যাব ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.