বেলজিয়ামলৈ ভাৰতৰ উচ্চায়ুক্ত নিযুক্ত সন্তোষ ঝা
1993 বৰ্ষৰ সৰ্বভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া সন্তোষ ঝাক বেলজিয়ামত ভাৰতৰ উচ্চায়ুক্ত নিযুক্তি দিয়া হৈছে ৷ সদ্যহাতে উজবেকিস্তানত ভাৰতৰ উচ্চায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল বিষয়াগৰাকীয়ে ৷
ৰাম মন্দিৰৰ 'ভূমি পূজন'ৰ প্রস্তুতিৰ পর্যালোচনা কৰিব মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে
কোভিড -১৯ সংকটৰ কাৰণে প্ৰধানমন্ত্ৰীয়েঅনুষ্ঠানত প্ৰত্যক্ষভাবে অংশগ্ৰহণ কৰাৰ পৰিবৰ্তে ভিডিঅ' লিঙ্কেৰ মাধ্যমত উপস্থিত থকাৰহে কথা বিশেষ সূত্ৰে জানিব পৰা হৈছে ।
ইছলামাবাদত দুই ভাৰতীয় কূটনীতিকক আটক !
ইছলামাবাদস্থিত ভাৰতীয় দূতাবাসত কৰ্মৰত দুগৰাকীকৈ চিআএছএফৰ বিষয়াক আটক ইছলামাবাদ আৰক্ষীৰ । এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি সোমবাৰে এগৰাকী চালকসহ কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনীৰ বিষয়া দুজনক ইছলামাবাদত আটক কৰিলে আৰক্ষীয়ে ।
দিল্লীত দৈনিক 18000 লৈ বৃদ্ধি হ'ব COVID-19ৰ পৰীক্ষণ
কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু দিল্লী চৰকাৰৰ মাজত হোৱা বৈঠকৰ পাচত আপ আৰু BJP দুয়োটা দলে ৰাজনৈতিক ভেদাভেদ পৰিহাৰ কৰি একগোট হৈ কৰ'ণাৰ বিৰুদ্ধে যুঁজ কৰিবলৈ আগবাঢ়িছে ।
হোজাইত উৎত্থান ঘটিছে বদৰুদ্দিনৰ আন এজন প্ৰতিদ্বন্দীৰ
ইমান দিনে হয়তো অসমৰ ৰাইজে আজমল পৰিয়ালক বিভিন্ন সামাজিক কাম কাজ আৰু ৰাজনীতিৰ লগত জড়িত থকাৰ প্ৰত্যক্ষ কৰি আহিছে । কিন্তু অসমৰ অন্য এজন সু-সন্তান এইছএছএমএম গ্ৰুপ অফ্ কোম্পানীৰ অধ্যক্ষ হাবিব মহম্মদ চৌধুৰীয়ে বৰ্তমান সংকট কালত দুখীয়া দৰিদ্ৰৰ কাষ চাপিছে ।
নেপালৰ লগত আলোচনাৰ মাধ্যমেৰে ভুল বুজাবুজিৰ অৱসান ঘটোৱাত বিশ্বাসী চৰকাৰ- ৰাজনাথ সিং
নেপালৰ সংসদত শনিবাৰে সীমান্তৰ তিনিটা ৰণনৈতিক অঞ্চলক দাবী কৰি সৰ্বসম্মতভাবে দেশখনৰ নতুন ৰাজনৈতিক মানচিত্ৰ প্ৰস্তুত কৰাৰ বাবে সংবিধান সংশোধনৰ কাৰণে ভোটদান হৈছিল ।
দিগ্বিজয় সিঙৰ বিৰুদ্ধে গোচৰ ৰুজু ক্ৰাইম ব্ৰাঞ্চৰ
কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী মুভিজন শিৱৰাজ সিং চৌহানৰ এটা নকল ভিডিঅ' শ্বেয়াৰ কৰাৰ অভিযোগত ৰুজু কৰা হয় গোচৰ ।
পেট্ৰ’ল, ডিজেলৰ মূল্য বৃদ্ধিক লৈ এনডিএক কটাক্ষ ৰাহুলৰ
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সোমবাৰে পেট্ৰ’ল, ডিজেলৰ মূল্য পুনৰ বৃদ্ধি পোৱাত কেন্দ্ৰীয় চৰকাৰক কটু ভাষাৰে সমালোচনা কৰে । তেঁও মধ্যবিত্ত তথা দৰিদ্ৰলোকে "পুঁজিপতিসকলৰ উপহাৰ" হিচাপে ভূগিবলগীয়া হৈছে বুলি চৰকাৰক কটাক্ষ কৰে ।
তেলেংগানাত COVID-19 ত আক্ৰান্ত টিআৰএছৰ তিনিজনকৈ বিধায়ক
তেলেংগানাৰ তিনিজনকৈ বিধায়ক আক্ৰান্ত মহামাৰী COVID-19 ত । COVID-19 ত আক্ৰান্ত আটাইকেইজন বিধায়ক তেলেংগানাৰ শক্তিশালী ৰাজনৈতিক দল ৰাষ্ট্ৰ সমিতি তথা টিআৰএছৰ বুলি জানিবলৈ দিয়ে স্বাস্থ্য বিভাগে ।
ছোপিয়ানত এনকাউন্টাৰত নিহত তিনি সন্ত্ৰাসবাদী
জম্মু-কাশ্মীৰৰ ছোপিয়ান জিলাৰ তুৰ্কৱাংগাম অঞ্চলত মঙলবাৰে পুৱা ভাৰতীয় সেনা, আৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা এনকাউন্টাৰত নিহত হৈছে তিনিজনকৈ সন্ত্ৰাসবাদী ৷