ETV Bharat / state

পুৱাৰ 9 বজাৰ শীৰ্ষ 10 বাতৰি

author img

By

Published : Jun 12, 2020, 9:16 AM IST

Updated : Jun 12, 2020, 11:19 AM IST

পুৱাৰ 9 বজাৰ শীৰ্ষ 10 বাতৰি

TOP 10 NEWS at 9 AM
পুৱাৰ 9 বজাৰ শীৰ্ষ 10 বাতৰি

বাঘজানৰ ঘটনা তদন্তৰ বাবে তিনিজনীয়া কমিটী গঠন

বাঘজান তৈলক্ষেত্ৰৰ অগ্নিকাণ্ডৰ ঘটনাক লৈ ৩জনীয়া উচ্চস্তৰীয় কমিটী গঠন কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ৰ ৷

বাঘজান তৈল্যখাদ বিস্ফোৰণ : প্ৰত্যক্ষদৰ্শীৰ মুখেৰে হুবহু বিৱৰণ !

বাঘজানৰ ভয়ংকৰ অগ্নিকাণ্ডৰ সাক্ষী হৈ ৰোৱা শিৱসাগৰৰ অ' এন জি চিৰ অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মচাৰী আকাশ জ্যোতি দাসৰ ভয়ংকৰ বৰ্ণনা ৷ কেনেকৈ জ্বলি উঠিছিল তৈল্যখাদটো ৷

বিধ্বংসী অগ্নিকাণ্ডত জাহ গ'ল দুটা ঘৰৰ দহ লক্ষাধিক টকাৰ সম্পত্তি

পাথাৰকান্দিৰ তিনোখাল'ত ভয়ংকৰ অগ্নিকাণ্ড । ভষ্মীভূত দুটাকৈ বাসগৃহৰ লগতে এখন দোকান ।

ৰাইজৰ মাজলৈ গৈ বিপদত পৰিল কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী

কোৱাৰেনণ্টাইন নিয়ম উলংঘনৰ অভিযোগ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ বিৰুদ্ধে ৷ এদিন কোৱাৰেন্টাইনত থাকিয়েই কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে তিনিচুকীয়া আৱৰ্ত ভৱনত গৈ আলোচনাত মিলিত হোৱাৰ লগতে বাঘজানৰ পৰিস্থিতি বুজ ল'বলৈ গৈছিল মন্ত্ৰীগৰাকী ৷

হোজাইৰ পাচত লংকাত ৰেলৰ চেইন টানি পলাল যাত্ৰী

লংকাত ৰেলৰ চেইন টানি যাত্ৰীৰ পলায়ন। উজনিমুৱা শ্ৰমিক ব্ৰহ্মপুত্ৰ মেইলৰ চেইন টানি পলায়ন যাত্ৰীৰ।

হাউলী চহৰত গ্ৰেপ্তাৰ ৮ জনীয়া দূধৰ্ষ ডকাইতৰ দল

হাউলী চহৰত গ্ৰেপ্তাৰ ৮ জনীয়া দূধৰ্ষ ডকাইতৰ দল ৷ হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাসৰ নেতৃত্বত হাউলী আৰক্ষীয়ে চলাইছিল অভিযান ৷

২০২০-২১ শিক্ষাবৰ্ষৰ সকলো নামভৰ্তি হ'ব অনলাইন প্ৰক্ৰিয়াত

২০২০-২১ বৰ্ষৰ বাবে নতুনকৈ হটবলগীয়া নামভৰ্তি প্ৰক্ৰিয়াত সকলো শিক্ষানুষ্ঠানে কেতবোৰ নিয়ম মানি চলিব লাগিব । ক'ভিড-১৯ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

টিংখাঙত পুনৰ 2 জন কোভিড-19 পজিটিভ

ডিব্ৰুগড় জিলাৰ টিংখাঙত দুজন যুৱকৰ দেহত পোৱা গৈছে কোভিড-19 ৰ অৱস্থিতি ৷ চেন্নাইৰ পৰা আহি মৰাণ জৱাহৰ নৱোদয় বিদ্যালয়ত কোৱাৰেন্টাইন হৈ আছিল যুৱক দুজন ৷

পুৰীৰ জগন্নাথ ৰথ যাত্ৰাত ব্যৱহাৰ হ'ব অসমীয়া গামোচা

এইবাৰ অসমীয়া ধ্বজা বহনকাৰী অসমীয়া গামোচা ব্যৱহাৰ হ'ব জগন্নাথ ৰথ যাত্ৰাত ৷23 জুনৰ পৰা আৰম্ভ হ'ব লগা জগন্নাথ ৰথ যাত্ৰাত এইবাৰ ব্যৱহাৰ হ'ব অসমীয়া গামোচা ৷

গোলাঘাটৰ ছেলেঙী খেলপথাৰত দুৰ্লভ গগৈক শ্ৰদ্ধাঞ্জলি জ্ঞাপন

বাঘজান তৈল খাদ বিস্ফোৰণত মৃত্যুবৰণ কৰা দুৰ্লভ গগৈলৈ শ্ৰদ্ধাঞ্জলি ৷ গোলাঘাট চেলেঙী খেলপথাৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ল ফুটবল খেলুৱৈগৰাকীক ৷

Last Updated : Jun 12, 2020, 11:19 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.