ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 বাতৰি - TOP 10 NEWS AT 3 PM

3 বজাৰ শীৰ্ষ 10 বাতৰি

TOP 10 NEWS AT 3 PM
3 বজাৰ শীৰ্ষ 10 বাতৰি
author img

By

Published : Sep 10, 2021, 2:57 PM IST

উপায়ুক্তক কৰ্মচাৰী বদলিৰ কৰ্তৃত্ব প্ৰদান : নিৰ্দেশনা জাৰি

ৰাজ্যৰ কৰ্মচাৰী(Employee) ৰদ-বদল বা বদলিৰ কৰ্তৃত্ব উপায়ুক্তসকলক অৰ্পণ ৰাজ্যিক কেবিনেটৰ ৷ অৱশ্যে এই বদলি একেখন জিলাৰ ভিতৰতে হ’ব লাগিব বুলি কৰ্মচাৰী বিভাগৰ প্ৰধান সচিব নীৰজ বাৰ্মাই জানিবলৈ দিয়ে ৷

ঘৰুৱা শিক্ষকৰ নিৰ্মম প্ৰহাৰত আঘাতপ্ৰাপ্ত ছাত্ৰ

শিক্ষাৰ অধিকাৰ আইন 2009ক ভেঙুচালি এজন শিক্ষকৰ ৷ পঢ়াত নোৱাৰাৰ বাবেই শিক্ষকজনে শাৰীৰিকভাৱে প্ৰহাৰ কৰিছে ছাত্ৰজনক ৷ এই অভিযোগ খোদ ছাত্ৰজনৰ লগতে মাতৃৰ ৷

পশ্চিম বংগ উপ নিৰ্বাচন : মনোনয়ন দাখিলৰ বাবে সাজু মমতা বেনাৰ্জী

পশ্চিমবংগত অহা ৩০ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন । ভবানীপুৰ সমষ্টিৰ আসনত প্ৰতিদ্বন্দিতা আগবঢ়াব মমতা বেনাৰ্জীয়ে । শুকুৰবাৰে মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ত্ৰিপুৰাৰ সংবাদ প্ৰতিষ্ঠানত আক্ৰমণ: ঘটনাৰ তদন্ত কৰিব অপৰাধ শাখাই

বুধবাৰে ত্ৰিপুৰাৰ দুটাকৈ সংবাদ মাধ্যমৰ কাৰ্যালয়ত আক্ৰমণ কৰে বিজেপি কৰ্মীয়ে । এই ঘটনাৰ পাছতে তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে সমগ্ৰ ত্ৰিপুৰাত । দোষীক কঠোৰ শাস্তিৰ দাবী তুলিছে সাংবাদিকসকলে ।

ত্ৰিপুৰাৰ এগৰাকী IPS বিষয়াৰ বিৰুদ্ধে এজাহাৰ ABVPৰ

ত্ৰিপুৰাৰ এগৰাকী প্ৰভাৱশালী আৰক্ষী বিষয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ নামৰ সংগঠনটোৱে । পশ্চিম আগৰতলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলে আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে । আৰক্ষী বিষয়া গৰাকী কোন ? তেওঁৰ বিৰুদ্ধে কিয় এজাহাৰ দাখিল কৰিলে ABVPয়ে ?

কৰিমগঞ্জত জব্দ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ

বৃহস্পতিবাৰে পাথাৰকান্দি আৰক্ষী আৰু সীমান্ত আৰক্ষীৰ যুটীয়া অভিযানত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ৷ লগতে গ্ৰেপ্তাৰ কৰা হয় ড্ৰাগছ সৰৱৰাহৰ সৈতে জড়িত তিনি যুৱকক ৷

অসমৰ লগতে নাগালেণ্ডৰ ৰাজ্যপালৰ দায়িত্বভাৰ গ্ৰহণ জগদীশ মুখীৰ

অসমৰ লগতে নাগালেণ্ডৰ দায়িত্বভাৰ গ্ৰহণ কৰে ৰাজ্যপাল জগদীশ মুখীয়ে(Jagdish Mukhi) ৷ এক নিয়মীয়া ব্যৱস্থা গ্ৰহণ নকৰালৈকে অসমৰ লগতে নাগালেণ্ডৰো ৰাজ্যপালৰ কাৰ্য সম্পাদনৰ বাবে তেওঁক নিযুক্তি দিয়ে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে(Ram Nath Kovind) ৷

মহিলা আৰু বিশেষভাৱে সক্ষম লোকৰ বাবে নতুন সুবিধা ত্ৰিপুৰা চৰকাৰৰ

ত্ৰিপুৰাৰ মহিলা আৰু বিশেষভাৱে সক্ষম লোকসকলৰ বাবে সুখবৰ । ত্ৰিপুৰা চৰকাৰে তেওঁলোকৰ আৰ্থিক উন্নয়নৰ বাবে গ্ৰহণ কৰিছে এক নতুন সিদ্ধান্ত । বাকী লোকৰ দৰে তেওঁলোককো দিয়া হৈছে সম অগ্ৰাধিকাৰ । কি নতুন সিদ্ধান্ত লৈছে ত্ৰিপুৰা চৰকাৰে ?

31 ডিচেম্বৰলৈকে বৃদ্ধি কৰা হৈছে আয়কৰ ৰিটাৰ্ণৰ সময়সীমা

আয়কৰ ৰিটাৰ্ণৰ সময়সীমা অহা 31 ডিচেম্বৰলৈকে বৃদ্ধি ৷ ক’ভিড মহামাৰীৰ প্ৰকোপ আৰু আয়কৰ বিভাগৰ ৱেব চাইটত হোৱা কিছু কাৰিকৰী বিজুতিৰ বাবে এই সময়সীমা বৃদ্ধি কৰা বুলি বৃহস্পতিবাৰে জানিবলৈ দিয়ে কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে ৷ সাধাৰণতে আয়কৰ ৰিটাৰ্ণৰ সময়সীমা জুলাই পৰ্যন্তেহ থাকে যদিও যোৱা মে’ মাহত এই সময়সীমা বৃদ্ধি কৰি 30 ছেপ্তেম্বৰ কৰা হৈছিল ৷

গণেশ চতুৰ্থী : গণেশৰ কেইটামান মেনেজমেন্ট স্কিল

আজি গণেশ চতুৰ্থী ৷ ভগৱান গণেশৰ সৈতে জড়িত কাহিনীসমূহে আমাক বিভিন্ন বিষয়ৰ শিক্ষা প্ৰদান কৰে ৷ কেনেদৰে বিপদৰ সময়তো নিজৰ বুদ্ধিমত্তাৰে সফলাত লাভ কৰিব পাৰি সেয়া আমি গণেশৰ পৰাই শিকো ৷ আহক গণেশ চতুৰ্থী উপলক্ষে জানি লও গণেশৰ কেইটামান মেনেজমেন্ট স্কিল...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.