ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা বাতৰি - বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মা অসুস্থ

9 বজাৰ শীৰ্ষ দহটা বাতৰি

Top 10 at 9 AM
9 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Feb 9, 2022, 8:59 AM IST

Nagaon encounter case: অসম চৰকাৰৰ হাতত কীৰ্তিকমল বৰা এনকাউণ্টাৰৰ তদন্তৰ প্ৰতিবেদন

নগাঁৱৰ গুলীচালনাৰ ঘটনা সন্দৰ্ভত অতিৰিক্ত মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰৰ তদন্তৰ প্ৰতিবেদন গ্ৰহণ কৰিলে ৰাজ্য চৰকাৰে (Kirtikamal Bora encounter case) । নগাঁৱৰ গুলীচালনাৰ ঘটনাৰ উচিত তদন্তৰ নিৰ্দেশ আৰক্ষী সঞ্চালক প্ৰধানলৈ ।

চিৰাঙত সাংবাদিকক আৰক্ষীয়ে কৰা আক্ৰমণক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সাংবাদিকৰ প্ৰতিবাদ

চিৰাং জিলাৰ বাসুগাঁৱত এটা চেটেলাইট চেনেলৰ সাংবাদিক তথা চিৰাং জিলা প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক জয়ন্ত দেৱনাথক আৰক্ষীয়ে কৰা আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অসমতে সাংবাদিকসকলে মঙলবাৰৰ দিনটোত প্ৰতিবাদ সাব্যস্ত কৰে(Journalists protest across the state over) ৷

নগাঁৱৰ এনকাউণ্টাৰ : উপ পৰিদৰ্শক প্ৰদীপ বণিয়াক নিলম্বনৰ নিৰ্দেশ

অতিৰিক্ত মুখ্য সচিৱ পবন কুমাৰ বৰঠাকুৰৰ নেতৃত্বত গঠিত এজনীয়া তদন্ত সমিতিয়ে দাখিল কৰা তদন্তৰ প্ৰতিবেদন ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে (Additional Chief Secretary presents inquiry report of Nagaon encounter case) । ৰাজ্য চৰকাৰৰ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ নিৰ্দশনা । নগাঁৱৰ আৰক্ষী অধীক্ষকৰ দ্বাৰা গঠিত এণ্টি নাৰ্কটিক স্কোৱাড ভংগৰ নিৰ্দেশ ।

Congress MLAs in Meghalaya join BJP: অৱশেষত কংগ্ৰেছ শূণ্য হ’ল মেঘালয়

মেঘালয়ত কংগ্ৰেছত খহনীয়া ৷ মঙলবাৰে মেঘালয়ৰ পাঁচজন কংগ্ৰেছী বিধায়কৰ পদত্যাগ (Congress MLAs in Meghalaya join BJP) ৷ জানিবলৈ পঢ়ক সবিশেষ...

বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মা অসুস্থ

বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মা অসুস্থ (Burha Satriya Basistha Dev Sarma) ৷ গেষ্ট্ৰ'ল'জী আৰু লিভাৰৰ ৰোগত ভূগি থকা বুঢ়াসত্ৰীয়াগৰাকীক ততাতৈয়াকৈ GMCH লৈ যোৱাৰ পাছতে চিকিৎসকৰ দলে আৰম্ভ কৰিছে চিকিৎসা সেৱা ৷

Arunachal avalanche: হিমস্খলনত মৃত্যু হোৱা ভাৰতীয় সেনাৰ 7 জোৱানৰ মৃতদেহ উদ্ধাৰ

অৰুণাচল প্ৰদেশৰ কামেঙত উদ্ধাৰ সাতজন ভাৰতীয় সেনাৰ মৃতদেহ ৷

Subansiri Lower Hydroelectric project: আগষ্টত আৰম্ভ হ'ব সোৱণশিৰি জল বিদ্যুৎ প্ৰকল্পৰ উৎপাদন

প্রথম পর্যায়ত ৫০০ মেগাৱাট বিদ্যুৎ আগষ্ট মাহৰ পৰা উৎপাদন কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে । ইয়াৰ পাছত পর্যায়ক্রমে বাকী ১৫০০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰা হ'ব ।

Smart cylinders in Dibrugarh: উত্তৰ-পূবৰ ভিতৰত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ত মুকলি স্মাৰ্ট চিলিণ্ডাৰ

উত্তৰ-পূৱৰ ৰন্ধন গেছ ব্যৱহাৰকাৰী সকলৰ বাবে এটি ভাল খবৰ ।

বাস্তৱধৰ্মী হ'ব ২০২২-২৩ বৰ্ষৰ বাজেট: বিত্তমন্ত্রী

বাজেটৰ প্ৰস্তুতি সন্দৰ্ভত বিত্তমন্ত্ৰী অজন্তা নেওগৰ সংবাদমেল । ৰাজ্য চৰকাৰৰ ২০২২-২৩ বৰ্ষৰ বাজেটৰ বাবে জনসাধাৰণৰ পৰা দিহা-পৰামৰ্শ বিচাৰি বিত্ত বিভাগে মুকলি কৰিলে ই-মেইল আই ডি ।

অতিৰিক্ত মুখ্য সচিৱ পবন কুমাৰ বৰঠাকুৰৰ নেতৃত্বত গঠিত এজনীয়া তদন্ত সমিতিয়ে দাখিল কৰা তদন্তৰ প্ৰতিবেদন ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে (Additional Chief Secretary presents inquiry report of Nagaon encounter case) ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.