Encounter in Golaghat: এইবাৰ গোলাঘাটত এনকাউন্টাৰ, চোৰাং চিকাৰী নিহত
এইবাৰ গোলাঘাটত আৰক্ষীৰ এনকাউন্টাৰ (Encounter in Golaghat) ৷ গোলাঘাট আৰক্ষীৰ এনকাউন্টাৰত নিহত হ’ল চোৰাং চিকাৰী ৷ কিছুদিন পূৰ্বে কাজিৰঙাত উদ্ধাৰ হোৱা মৃত গড়টোৰ হত্যাকৰী আছিল একাউন্টাৰত নিহত আব্দুল চৈয়দ ৷
Miram's return gives hope to another family: ৭ বছৰে চীনা সৈন্যৰ কৱলত অৰুণাচল প্ৰদেশৰ পুলম
কিছুদিন পূৰ্বে অৰুণাচলৰ এজন যুৱকক চীনা সৈন্যই অপহৰণ কৰি নিয়া ঘটনাৰ চাঞ্চল্য মাৰ নাযাওতেই অৰুণাচল প্ৰদেশৰে আন এক অপহৰণৰ ঘটনা পোহৰলৈ আহিছে (Miram's return gives hope to another family) ৷ সাত বছৰৰ পূৰ্বে অনুৰূপ ঘটনা সংঘটিত হৈছিল অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত ৷
Sherman Ali controversial remarks: শ্বেৰমান আলীৰ বিৰুদ্ধে বৰপেটা জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ এজাহাৰ
বিৰ্কতত বাঘবৰৰ বিধায়ক শ্বেৰমান আলী ৷ বৰপেটা সত্ৰ আৰু সত্ৰীয়া ভাৱনাক আঘাত কৰি সত্ৰৰ ভূমি উচ্ছেদৰ বিৰুদ্ধে তালিবানী ভাষাৰে চৰম প্ৰতিশোধ লোৱাৰ যি ভাবুকি প্ৰদান কৰিছে( Sherman Ali controversial remarks) তাৰ প্ৰতিবাদ কৰিছে বৰপেটা জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাই ৷
কংগ্ৰেছ আৰু শ্বেৰমান আলীৰ মাজত জনপ্ৰিয়তাৰ প্ৰতিযোগিতা চলি আছে
ৰাজ্যৰ শেহতীয়া কেইবাটাও বিষয়ৰ ওপৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া(Chief Minister Himanta Biswa Sharma reacts ) । আইন ভাঙিলে আমি যিখিনি কৰিব লাগে সেইখিনি কৰিব পাৰো । হৰ্ছট্ৰেডিঙৰ যিটো কৰিব লাগে সেইটো আগতেই হৈ আছে ।
Shiladitya dev on Sherman Ali: শ্বেৰমান আলিক এইবাৰ থকা-সৰকা শিলাদিত্য দেৱৰ
চৈয়দ মহম্মদ ছাদুল্লাৰ পুনৰ জন্ম হ’ল (Muhammed Saadulah)৷ ৰাজ্যৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী এইবাৰ জন্ম হ’ল শ্বেৰমান আলিৰ ৰূপত (Sherman Ali controversy) ৷ পাৰিলে চৰকাৰে আকৌ এবাৰ শ্বেৰমান আলিক জেললৈ পঠাবলৈ উপদেশ দিলে হোজাই সমষ্টিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে ৷
Fraudster Mridupaban Neog Case: প্ৰৱঞ্চক মৃদুপৱনৰ দুই সতীৰ্থক আটক
প্ৰৱঞ্চনাই নহয়, বহু অপৰাধৰ গোচৰ আছে মৃদুপৱন নেওগৰ বিৰুদ্ধ (Fraudster Mridupaban Neog)। মৃদুপৱন নেওগক বিচাৰি অব্যাহত নগাঁও আৰক্ষীৰ অভিযান ।
FIR against Sherman Ali: প্ৰথমবাৰৰ বাবে আৰক্ষী থানাত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া
প্ৰথমবাৰৰ বাবে আৰক্ষী থানাত উপস্থিত হ’বলগীয়া হ’ল বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ শৰ্মা (Satriya exponent Basistha Dev Sarma at Police station) ৷ বিধায়ক শ্বেৰমান আলিৰ বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে এজাহাৰ দিবলৈ বুঢ়া সত্ৰাধিকাৰগৰাকী বৃহস্পতিবাৰে উপস্থিত হ’ল বৰপেটাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ৷ থানাত উপস্থিত হ’বলগীয়া হৈ দুখ প্ৰকাশ কৰে বুঢ়াসত্ৰীয়াগৰাকীয়ে ৷
অহা বছৰলৈ স্থগিত অসম সাহিত্য সভাৰ নাৰায়ণপুৰৰ অধিবেশন
অসম সাহিত্য সভাৰ গুৰুত্বপূৰ্ণ ঘোষণা । এবছৰলৈ বৃদ্ধি অসম সাহিত্য সভাৰ বৰ্তমানৰ সমিতিৰ কাৰ্যকাল । সময়মতে নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰা সমিতিয়ে এবছৰলৈ পিছুৱালে নাৰায়ণপুৰ অধিৱেশন (Narayanpur convention of Asam Sahitya Sabha adjourned)। সাহিত্য সভাৰ জিলা সমিতিসমূহো বাহাল থাকিব ।
মনোনয়ন পত্ৰ দাখিল কৰিবলৈ ওলোৱাৰ সময়তে উত্তৰ প্ৰদেশৰ মন্ত্ৰীৰ ওপৰত আক্ৰমণ
উত্তৰ প্ৰদেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াত অঘটন ৷ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ ওলোৱাৰ সময়তে মন্ত্ৰী সিদ্ধাৰ্থ নাথ সিঙৰ ওপৰত দুৰ্বিত্তৰ আক্ৰমণৰ চেষ্টা (Attempt to attack minister Siddharthnath Singh ) ৷
Dhoni Acted In A Web Series: অভিনয়ত নামিল মহেন্দ্ৰ সিং ধোনী
ক্ৰিকেটৰ ফিল্ডখনত নিজৰ যাদুৰে সমগ্ৰ বিশ্ববাসীৰে অন্তৰত নিজৰ স্থিতি নিগাজী কৰি লোৱা ক্ৰিকেট মহাৰথী ধোনীয়ে কৰিছে অভিনয় ৷ ‘অথৰ্ৱ’ চৰিত্ৰটোৰে নিজৰ অভিনয় জীৱনৰ অভিষেক ঘটালে ভাৰতীয় ক্ৰিকেট টীমৰ এইজন প্ৰাক্তন খেলুৱৈয়ে (Dhoni in web series) ৷