ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা বাতৰি - TOP 10 @ 9 AM

9 বজাৰ শীৰ্ষ দহটা বাতৰি

top-10-at-9-am
9 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Jan 30, 2022, 8:59 AM IST

Guwahati City Police: মহানগৰ আৰক্ষীৰ পোচাকত অসমীয়া নামফলক

এতিয়াৰে পৰা মহানগৰ আৰক্ষীৰ নাম পঢ়িব পাৰিব অসমীয়া ভাষাত (Police name plate in Assamese)৷ পোচাকত অসমীয়া ভাষাত লিখা নাম ফলক লগাবলৈ দিয়া হৈছে নিৰ্দেশনা ৷

Agriculture scam resumes: পুনৰ খোল খাইছে কংগ্রেছৰ আমোলত সংঘটিত 100 কোটিটকীয়া কৃষি কেলেংকাৰীৰ তদন্ত

সাতবছৰ পিছত পুনৰ তদন্তৰ আওতালৈ কংগ্ৰেছৰ আমোলত সংঘটিত এশ কোটিটকীয়া কৃষি কেলেংকাৰী (Agriculture scam resumes) ৷ শনিবাৰে CIDয়ে 2014 চনত সংঘটিত এই বৃহৎ কেলেংকাৰীত জড়িত 26 গৰাকী বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে 6 খন অভিযোগনামা দাখিল কৰে ।

New Vice Chancellor of DU: ড৹ জিতেন হাজৰিকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নতুন উপাচার্য

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নিযুক্তি দিয়া হ’ল নতুন উপাচাৰ্য (New Vice chancellor of Dibrugarh university) ৷ প্ৰাক্তন উপাচাৰ্য ড৹ ৰঞ্জিত তামুলীৰ নাম বিত্তীয় কেলেংকাৰীত সাঙুৰ খোৱাৰ পিছৰে পৰা খালি হৈ আছিল পদটি ৷

Dredging of River Brahmaputra : আৰম্ভ হ’ল ব্ৰহ্মপুত্ৰৰ খনন কাৰ্য

বহু প্ৰতীক্ষাৰ অন্তত অৱশেষত ৰাজ্যত ব্ৰহ্মপুত্ৰ খননৰ কাম আৰম্ভ হৈছে (Dredging of River Brahmaputra) । আভ্যন্তৰীণ জল পৰিবহন প্ৰাধিকৰণৰ (IWAI) উদ্যোগত ধুবুৰীত ব্ৰহ্মপুত্ৰ নদীত খননৰ কাৰ্য ৷

Assam Meghalaya border dispute : পুনৰ বৈঠকত মিলিত হ'ল দুই ৰাজ্যৰ মুখ্যমন্ত্রী

অসম-মেঘালয়ৰ সীমা সম্পৰ্কে সমাধানৰ সূত্ৰ বিচাৰি পুনৰ গুৱাহাটীৰ হোটেল ভিভাণ্টাত বৈঠকত মিলিত হ’ল অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা আৰু কনৰাড চাংমা (CMs of Assam Meghalaya meet over Assam Meghalaya border dispute) ৷

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ জিলিকিল আন এজন অসমীয়া খেলুৱৈ

হকী খেলুৱৈ মোজাম্মিল অতি পিচপৰা অঞ্চলৰ দৰিদ্ৰতাৰে সৈতে যুঁজি ভাৰতীয় তথা আন্তঃৰাষ্ট্ৰীয় হকী জগতত নিজৰ সৱল উপস্থিতিৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে (Assams Muzammil Haque shines in international event) ৷ দৰিদ্ৰতা আৰু সীমিত সুবিধাৰ মাজতেই মোজাম্মিলে হকীৰ ষ্টিকৰ যাদুৰে সকলো বাধাৰ প্ৰাচীৰ নেওচি পিতৃৰ কান্ধত হাত থৈ আগবাঢ়িছে প্ৰতিষ্ঠাৰ দৌৰত ৷

#Pegasus: ভাৰতে প্ৰতিৰক্ষা চুক্তিৰ অংশ হিচাবে পেগাছাচ স্পাইৱেৰ কিনিছিল: ৰিপৰ্ট

পেগাছাচ স্পাইৱেৰ এনে এক প্ৰযুক্তি যাৰ সহায়ত আন কোনো ব্যক্তিগত চোৰাংচোৱা প্ৰতিস্থান বা সংস্থাই কৰিব নোৱাৰা কাম সম্পন্ন কৰিব পাৰি ৷ ইয়াৰ জড়িয়তে নিৰৱিচ্চিন্নভাৱে আৰু সম্পূৰ্ণ বিশ্বাসযোগ্যভাৱে আই ফোন আৰু এণ্ড্ৰইড ফোনৰ বাৰ্তাসমূহ এনক্ৰিপ্ত কৰিব পাৰি ।

Arunachal boy missing case: স্বগৃহত উপস্থিত হোৱা নাই চীনে অপহৰণ কৰা অৰুণাচলৰ যুৱক

ভাৰত-চীন সীমান্তত চিকাৰ কৰিবলৈ গৈ চীনা সৈন্যৰ হাতত বন্দী হোৱা অৰুণাচলৰ যুৱকজন আজিও উপস্থিত হোৱা নাই স্ব-গৃহত ৷ হটলাইন এক্সেঞ্জৰ জৰিয়তে চীনা সৈন্যই যুৱকজনক ভাৰতীয় সেনাৰ হাতত গতাই দিলে (Hotline exchanged between Indian Army and PLA) যদিও এই পৰ্যন্ত মাত্ৰ এবাৰহে পুত্ৰৰ মাত শুনিবলৈ সক্ষম হৈছে পিতৃ-মাতৃ ৷

ক'ভিডকালৰ ২০২১-২২ বৰ্ষৰ কেন্দ্ৰীয় বাজেটে কি দিলে ৰিয়েল ইষ্টেট খণ্ডক

নিৰ্মাণ খণ্ডটোৱে সন্মুখীন হৈ অহা প্ৰত্যাহ্বান আৰু কেন্দ্ৰীয় বাজেট সন্দৰ্ভত ইটিভি ভাৰতৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত আছাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকছাৰ ডেভল’পাৰ্ছ এছ’চিয়েশ্যন চমুকৈ ‘AREIDA’ৰ প্ৰতিষ্ঠাপক সভাপতি পি কে শৰ্মা ।

Miscrants loot Meghdoot Bhawan: গুৱাহাটীৰ মেঘদূত ভৱনত চলিল চোৰৰ চাফাই অভিযান

মহানগৰীৰ মেঘদূত ভৱনত ৰহস্যজনক চুৰিকাণ্ড ৷ শুকুৰবাৰে নিশা মেঘদূত ভৱনত চোৰে চাফাই অভিযান চলাই লুটি লৈ যায় নগদ প্ৰায় 3 লাখ টকা (miscrants loot Rs 3 lakh from Meghdoot Bhawan) ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.