ETV Bharat / state

পুৱা 9 বজাৰ 10 টা শীৰ্ষ বাতৰি - ক্ৰিকেটাৰ যুৱৰাজ সিং

পুৱা 9 বজাৰ 10 টা শীৰ্ষ বাতৰি

TOP 10 AT 9 AM
পুৱা 9 বজাৰ 10 টা শীৰ্ষ বাতৰি
author img

By

Published : Oct 18, 2021, 9:00 AM IST

গৰুখুটিৰ ঘটনাৰ পোটক তুলিব পাৰে আইছিছে : অসম আৰক্ষীৰ ৰেড এলাৰ্ট

আইছিছ(ISIS) আৰু অল-কায়েদাৰ দৰে সন্ত্ৰাসবাদী সংগঠনে অসমত যিকোনো সময়তে ভয়ংকৰ কূটাঘাট সংঘটিত কৰিব পাৰে বুলি আশংকা কৰিছে অসম আৰক্ষীয়ে ।

ৰাজ্যত পেঞ্চন বিতৰণৰ ক্ষেত্ৰত সংস্কাৰ অনাৰ বাবে কেতবোৰ সিদ্ধান্ত

কইনাধৰাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma)ৰ অধ্যক্ষতাত বৈঠক ৷ পেঞ্চন সম্পৰ্কীয় কাগজ-পত্ৰ ‘কৃতজ্ঞতা’ প’ৰ্টেলযোগে দাখিলৰ ব্যৱস্থা ।

অশ্ৰুসিক্ত নয়নেৰে পুনৰ উচ্ছেদ নোহোৱাৰ বাবে দোৱা কৰিছে আজমলে

গৰুখুটিৰ উচ্ছেদৰ ঘটনাত আহত আৰু নিহত লোকৰ পৰিয়ালক সাক্ষাৎ বদৰুদ্দিন আজমলৰ । নিহত লোকৰ পৰিয়াললৈ নগদ 2 লাখ টকা আৰু আহত লোকৰ পৰিয়াললৈ 10 হাজাৰ টকাকৈ সাহাৰ্য প্রদান ।

নিৰ্বাচনী সভাত গৈ তামোলপুৰক জিলা ঘোষণাৰ কথা ক’লে মুখ্যমন্ত্ৰীয়ে

৫৮ নং তামোলপুৰ বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ ২৬ জানুৱাৰীত তামোলপুৰক এখন নতুন জিলা হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব বুলি উল্লেখ মুখ্যমন্ত্ৰীৰ ৷

পশ্চিম কাৰ্বি আংলঙত পাহাৰীয়া ঢলৰ তাণ্ডৱ, জনজীৱন ব্যাহত

দেওবাৰে পুৱতি নিশা হোৱা এজাক মূষলধাৰ বৰষুণৰ ফলত পশ্চিম কাৰ্বি আংলঙত সৃষ্টি হৈছে পাহাৰীয়া ঢলৰ ৷ পাহাৰীয়া ঢলে নিমিষতে বুৰাই পেলালে বৈঠালাংচ আমট্ৰেঙৰ বহু অঞ্চল ।

বিশ্বনাথত আটক আফগানিস্তানৰ নাগৰিক

বিশ্বনাথত আটক আফগান নাগৰিক ৷ প্ৰকৃত নথি-পত্ৰ দেখুৱাবলৈ সক্ষম হোৱা নাছিল আটক কৰা হৈছে আফগান নাগৰিকজনে ৷

কেৰালাত মহাপ্ৰলয় : মৃতকৰ সংখ্যা 21 জনলৈ বৃদ্ধি

কেৰালাত ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খনলৰ ফলত মৃতকৰ সংখ্যা 21 জনলৈ বৃদ্ধি ৷ দেওবাৰে Kottayam আৰু Idukki জিলাৰ পৰা পুনৰ 12 টাকৈ মৃতদেহ উদ্ধাৰ হোৱাৰ পাচতে মৃতকৰ সংখ্যা 21 জনলৈ বৃদ্ধি পাইছে ৷

বাংলাদেশৰ হিংসাত্মক ঘটনাৰে জড়িতক কঠোৰতম শাস্তিৰ পোষকতা ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ

বাংলাদেশত সংঘটিত হিংসাত্মক আক্ৰমণক লৈ গভীৰ উদ্বেগ প্ৰকাশ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ ৷ বিষয়টোত হস্তক্ষেপ কৰি কঠোৰ স্থিতি গ্ৰহণ কৰাৰ বাবে তেওঁ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক প্ৰশংসা ৷

গ্ৰেপ্তাৰ কৰা হ’ল ক্ৰিকেটাৰ যুৱৰাজ সিং !

অনুসূচীত জাতিৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ এক গোচৰত গ্ৰেপ্তাৰ হৈছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিং ৷ সবিশেষ জানো আহক ৷

অতি সোনকালে সম্পন্ন হ’ব বিকি কৌশলৰ Engagement

বিকি কৌশল আৰু কেটৰীণা কাঈফৰ সম্পৰ্কক লৈ চাৰিওফালে চৰ্চা চলি থকাৰ মাজতে এক বিশেষ খবৰে অনুৰাগীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.