ETV Bharat / state

9 বজাৰ 10 টা শীৰ্ষ বাতৰি... - উচ্চ শিক্ষাৰ প্রৱেশিকা পৰীক্ষা

9 বজাৰ 10 টা শীৰ্ষ বাতৰি...

TOP 10 AT 9 AM
পুৱা 9 বজাৰ 10 টা শীৰ্ষ বাতৰি
author img

By

Published : Jul 14, 2021, 9:01 AM IST

উচ্চ শিক্ষাৰ প্রৱেশিকা পৰীক্ষাৰ ক্ষেত্রত চৰকাৰৰ নতুন নিৰ্দেশনা

মঙলবাৰে এক নতুন নিৰ্দেশনা জাৰি কৰি উচ্চ শিক্ষাৰ বাবে প্ৰৱেশিকা পৰীক্ষা (Entrance Exam) আৰু বিভিন্ন নিযুক্তি সম্বন্ধীয় পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্রত অনুমতি প্ৰদান অসম চৰকাৰ (Assam Govt)ৰ । বুধবাৰৰ জুলাইৰ পৰা কাৰ্যকৰী হ’ব এই নিৰ্দেশনা । সম্পূৰ্ণৰূপে মানি চলিব লাগিব ক’ভিড (Covid) প্ৰট'কল ।

ভয়ংকৰ : অসমৰ যুৱক-যুৱতীক দিল্লীলৈ নি ৰূপান্তৰ কৰা হয় কিন্নৰলৈ !

ক'ভিড সৃষ্ট ভয়াৱহ পৰিৱেশৰ মাজতে ৰাজ্যত সংঘটিত হৈছে ইটোৰ পিছত সিটো অপৰাধজনিত ঘটনা ৷ চুৰি-ডকাইতিৰ লগতে সংঘটিত হৈছে বিভিন্ন ধৰণৰ নাৰীজনিত ঘটনা ৷ ইয়াৰ মাজতে ৰাজ্যত পোহৰলৈ আহিছে কিন্নৰৰ এটা বৃহৎ ৰেকেটৰ ভয়াৱহ কাহিনী ৷

ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হৈছে নেকি বিজেপি চৰকাৰ ?

জাতি মাটি ভেটি ৰক্ষাৰ সংকল্প লৈ ২০১৬ চনত ৰাজ্যৰ শাসনৰ গাদীত বহিছিল সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰ ৷ তেওঁলোকৰ মূল মন্ত্ৰই আছিল জাতি মাটি ভেটিৰ সুৰক্ষা প্ৰদান কৰা ৷ সদম্ভে ঘোষণা কৰিছিল যে, এক ইঞ্চি মাটিও এৰি দিয়া নহ’ব অসমৰ পৰা ৷ কিন্তু কাৰ্যতঃ সেই প্ৰতিশ্ৰুতি যেন প্ৰতিশ্ৰুতিয়েই হৈ ৰ’ল ৷

চাৰি বছৰ ভুৱা চিকিৎসা কৰি আৰক্ষীৰ জালত মুন্নাভাই MBBS

প্ৰায় চাৰি বছৰ কাল ভুৱা চিকিৎসা (Fake doctor) কৰি তিনিচুকীয়াৰ আৰক্ষীৰ জালত পৰিছে এজন ভুৱা চিকিৎসক ৷ ইতিমধ্যে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে মুন্নাভাই এম.বি.বি.এছ (Munna Bhai MBBS)ৰূপী চিকিৎসকগৰাকীক ৷

গ্ৰাম্য আন্তঃগাঁথনিৰ ক্ষেত্ৰত নাবাৰ্ডৰ ভূমিকা অপৰিসীম : মুখ্যমন্ত্ৰী

অসমৰ গ্ৰাম্য আন্তঃগাঁথনিৰ সন্দৰ্ভত মঙলবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নাবাৰ্ড (NABARD)ৰ কৰ্তৃপক্ষৰ সৈতে এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৷ সভা খন উপস্থিত থাকে (NABARD)ৰ অধ্যক্ষ ড৹ জি আৰ চিন্তলা আৰু উপ-পৰিচালন সঞ্চালক পি ভি এছ সূৰ্যকুমাৰ ৷

দেশৰ ভিতৰতে সৰ্বাধিক সুবিধা থকা ধেমাজিৰ এটা গ্ৰাম্য ক'ভিড কেয়াৰ চেন্টাৰ

ক'ভিড মহামাৰীৰ দ্বিতীয় ঢৌৱে সমগ্ৰ দেশৰ লগতে ৰাজ্যতো ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ ইয়াৰ মাজতে কেইবাটাও প্ৰতিস্থিত মানৱ দৰদী সংস্থাৰ সহযোগত ধেমাজিত সাজু কৰি তোলা হৈছে দেশৰ ভিতৰতে সৰ্বাধিক সুবিধা থকা এটা গ্ৰাম্যাঞ্চলৰ ক'ভিড কেয়াৰ চেন্টাৰ ৷

ভুল চিকিৎসাৰ অভিযোগ : পুনৰ বিতৰ্কত ডাঃ ছফিকুল ইছলাম

চিকিৎসা সেৱাৰ নামত ব্যৱসায়ৰ অভিযোগ নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ বিৰুদ্ধে ৷ চিকিৎসালয়খনৰ স্বত্বাধিকাৰী ডাঃ ছফিকুল ইছলামৰ বিৰুদ্ধে ভুল চিকিৎসা প্ৰদানৰ অভিযোগ । দুটাকৈ অস্ত্ৰোপচাৰৰ পিছতো মহিলাৰ পেটত থাকি গ'ল পাথৰ ৷

বীৰাপ্পানৰ মৃত্য়ু: অস্তিত্বৰ সংকটত নেকি কুকি সশস্ত্ৰ সংগ্ৰাম ?

11 জুলাইত আভ্যন্তৰীণ সংঘাতৰ পৰিণতিত কুকি উগ্ৰপন্থী সংগঠন মুখ্য সেনাধক্ষ্য(commander in chief) মানগীন খলহৌ ওৰফে বীৰাপ্পানে(Veerappan) সতীৰ্থৰ গুলীত প্ৰাণ দিবলগীয়া হয় ৷ শীৰ্ষনেতা গৰাকীৰ অবৰ্তমানত এতিয়া আভ্যন্তৰীণ সংঘাতৰ বাবেই অস্তিত্বৰ সংকটত ইউপিআৰএফ(UPRF) ৷

PNB Scam : মেহুল চৌক্সিৰ অন্যতম সহযোগী ধনেশ ছেঠক জামিন

দীৰ্ঘদিন ধৰি পলাতক হৈ থকা ব্যৱসায়ী মেহুল চৌক্সিৰ (Mehul Choksi) ঘনিষ্ঠ সহযোগী তথা তিনিটা প্ৰতিষ্ঠানৰ পৰিচালন সঞ্চালক ধনেশ ব্ৰজলাল ছেঠক মুম্বাইৰ এক বিচাৰ আদালতে পিএনবি কেলেংকাৰী গোচৰত জামিন প্ৰদান কৰে ।

‘Pavitra Rishta 2’ৰ দৃশ্যগ্ৰহণ আৰম্ভ অংকিতাৰ; সুশান্তক স্মৰণ অনুৰাগীৰ

12 বছৰ পূৰ্বে ৰাষ্ট্ৰীয় টেলিভিশ্বন (Television) জগতত এক অভিলেখ সৃষ্টি কৰা প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুত (Sushant Singh Rajput) আৰু অভিনেত্ৰী অংকিতা লোখণ্ডে (Ankita Lokhande)ৰ ‘পৱিত্ৰ ৰিস্তা’ (Pavitra Rishta) পুনৰ উভতিছে ডিজিটেল প্লেটফ’ৰ্ম (Digital Platform)লৈ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.