Akhil Gogoi Promises to Sivasagar : শিৱসাগৰ চহৰবাসীক কি কি প্ৰতিশ্ৰুতি অখিল গগৈৰ ?
শিৱসাগৰ সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত বিজেপি চৰকাৰে বাধা দি আহিছে ৷ যদিহে আগন্তুক পৌৰসভা নিৰ্বাচনত ৰাইজে ৰাইজৰ দলক নিৰ্বাচিত কৰে, দুমাহৰ ভিতৰত অসমৰ ভিতৰতে পৰিস্কাৰ চহৰৰূপে জিলিকাই তুলিব শিৱসাগৰক(Akhil Gogoi Promises to Sivasagar) ৷ গৃহসমষ্টিত উপস্থিত হৈ এই মন্তব্য বিধায়ক অখিল গগৈৰ (Akhil Gogoi in Sivasagar)৷
Assam Nagaland Border Violence: দিচৈভেলীত পুনৰ অসমীয়াক গুলীয়াই মৰাৰ ভাবুকি নগা দুৰ্বৃত্তৰ
ডিমাপুৰত অসম-নাগালেণ্ডৰ মাজত স্বাক্ষৰিত চুক্তিক গুৰুত্বহীন কৰি মৰিয়নিৰ দিচৈভেলীত বৰ্তমানেও অব্যাহত আছে নগা দুৰ্বৃত্তৰ দপদপনি। খৰি আনিবলৈ যোৱা লোকক গুলিয়াই মৰাৰ ভাবুকি নগা দুৰ্বৃত্তৰ (Naga miscreants threaten to shoot people of Disoi Valley)৷
NeoCov: এক নতুন কৰ'ণা ভাইৰাছক লৈ সতৰ্কবাণী য়ুহানৰ বিজ্ঞানীৰ
পুনৰ চৰ্চাত চীনৰ য়ুহান । তাৰ বিজ্ঞানীৰ এটা দলে 'NeoCov' নামৰ এক মাৰাত্মক প্ৰকাৰৰ বিষয়ে সতৰ্ক কৰি দিছে (Yuhan scientist warns of new corona virus NeoCov)। যাৰ মাত্ৰ এটা পৰিৱৰ্তনে হ'লেই ই মানৱ কোষত প্ৰৱেশ কৰিবলৈ সক্ষম হ'ব । অধ্যয়ন অনুসৰি এই নতুন ভাইৰাছৰ সংক্ৰমণৰ হাৰ যথেষ্ট বেছি হ'ব আৰু আক্ৰান্ত ৩ জনৰ ভিতৰত এজনৰ মৃত্যু হ'ব ।
Assam Covid 19 Update : পুনৰ 2,861 গৰাকী লোক আক্ৰান্ত হয় ক’ভিডত
ৰাজ্যত অব্যাহত আছে ক’ৰণাৰ সংক্ৰমণ (Covid 19 cases increasing in Assam) ৷ অসমত শুকুৰবাৰে 41,134 গৰাকী লোকৰ ক’ভিড পৰীক্ষণ কৰা হয় আৰু ইয়াৰে 2,861 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি ৷ বৰ্তমান পজিটিভ কেচৰ হাৰ হৈছে 6.96% ৷
Elephant menace continues in Goalpara : গোৱালপাৰাত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ'ল এজনৰ
ৰাজ্য়ত ক্ৰমাৎ বৃদ্ধি পাইছে হস্তী মানুহৰ সংঘাত ৷ এইবাৰ গোৱালপাৰাত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ'ল এজন লোকৰ (Man Elephant conflict on Goalpara) ৷
Tripura assembly election 2023: নিৰ্বাচনৰ পূৰ্বে ৰণনীতি প্ৰস্তুত কৰাত ব্যস্ত বিজেপিৰ বিসম্বাদী নেতাসকল
ত্ৰিপুৰাৰ আহি থকা নিৰ্বাচনক (Tripura assembly election 2023) লৈ ৰণনীতি প্ৰস্তুত কৰাত ব্যস্ত বিভিন্ন ৰাজনৈতিক দল । ইয়াৰ মাজতে বিজেপিৰ বিদ্ৰোহী বিধায়কসকলে স্থানীয় একাংশ নেতাৰ সৈতে বৈঠকত মিলিত হয় (Tripuras rebel MLAs meets local leader)।
মাজনিশালৈকে চলা শুনানিত কি পালে নগাঁও এনকাউণ্টাৰৰ তদন্তকাৰী বিষয়াই
মাজনিশা সম্পন্ন হ'ল কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰৰ তদন্তৰ শুনানি (Public hearing on Kirtikamla Bora enconter)। নিশা অভিযুক্ত আৰক্ষী প্ৰদীপ বনিয়াক দীঘলীয়া জেৰা তদন্তকাৰী বিষয়াৰ। গ্ৰহণ কৰিলে বহুকেইজন প্ৰত্যক্ষদর্শীৰ সাক্ষ্য। অপেক্ষা এতিয়া তদন্তৰ প্ৰতিবেদনলৈ।
#Pegasus: ভাৰতে প্ৰতিৰক্ষা চুক্তিৰ অংশ হিচাবে পেগাছাচ স্পাইৱেৰ কিনিছিল: ৰিপৰ্ট
পেগাছাচ স্পাইৱেৰ এনে এক প্ৰযুক্তি যাৰ সহায়ত আন কোনো ব্যক্তিগত চোৰাংচোৱা প্ৰতিস্থান বা সংস্থাই কৰিব নোৱাৰা কাম সম্পন্ন কৰিব পাৰি ৷ ইয়াৰ জড়িয়তে নিৰৱিচ্চিন্নভাৱে আৰু সম্পূৰ্ণ বিশ্বাসযোগ্যভাৱে আই ফোন আৰু এণ্ড্ৰইড ফোনৰ বাৰ্তাসমূহ এনক্ৰিপ্ত কৰিব পাৰি ।
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ জিলিকিল আন এজন অসমীয়া খেলুৱৈ
হকী খেলুৱৈ মোজাম্মিল অতি পিচপৰা অঞ্চলৰ দৰিদ্ৰতাৰে সৈতে যুঁজি ভাৰতীয় তথা আন্তঃৰাষ্ট্ৰীয় হকী জগতত নিজৰ সৱল উপস্থিতিৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে (Assams Muzammil Haque shines in international event of hockey) ৷ দৰিদ্ৰতা আৰু সীমিত সুবিধাৰ মাজতেই মোজাম্মিলে হকীৰ ষ্টিকৰ যাদুৰে সকলো বাধাৰ প্ৰাচীৰ নেওচি পিতৃৰ কান্ধত হাত থৈ আগবাঢ়িছে প্ৰতিষ্ঠাৰ দৌৰত ৷
Budget Session: বাজেট অধিৱেশনৰ পূৰ্বে ৰাজ্যসভাৰ সদস্যসকলৰ বাবে প্ৰকাশ আচৰণ বিধি
অহা ১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব কেন্দ্ৰীয় বাজেট অধিৱেশন (Budget Session of the Parliament) । তাৰ পূৰ্বে ৰাজ্যসভা সচিবালয়ে সদস্যসকলৰ বাবে এক আচৰণ বিধি প্ৰকাশ কৰিছে (Rajya Sabha releases Code of Conduct for members)।