ETV Bharat / state

সন্ধিয়া সাত বজাৰ শীৰ্ষ দহটা বাতৰি... - TOP 10 @ 7PM

সন্ধিয়া সাত বজাৰ শীৰ্ষ দহটা বাতৰি...

TOP 10 @ 7PM
সন্ধিয়া সাত বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : Jun 24, 2020, 7:07 PM IST

জয়ন্ত বৰাৰ হত্যাৰ তদন্ত CBIক হস্তান্তৰৰ দাবীৰে উত্তপ্ত তিতাবৰ

তিতাবৰস্থিত বৰহোলা আৰক্ষী থানা ঘেৰাও । আৰক্ষী আৰু সেনা বাহিনীৰ নিৰ্মম অত্যাচাৰত মৃত্যু হোৱা জয়ন্ত বৰাৰ ঘটনাৰ তদন্ত CBIক হস্তান্তৰৰ দাবীৰে বৰহোলা আৰক্ষী থানা ঘেৰাও ।

ৰাছিয়াৰ বিজয় দিৱসঃ কি এই বিজয় দিৱস আৰু 24 জুনৰ বিশেষত্ব

দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতিত ৰাছিয়াই অনুষ্ঠিত কৰা বিজয় দিৱসৰ আনুষ্ঠানিক পেৰেডত অংশগ্ৰহণ কৰে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ তিনিওটা শাখাৰ এটা 75জনীয়া দলে ৷

গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল টাইপা

গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল টাই আহোম যুৱ পৰিষদ ৷ পশ্চিমবংগৰ বাঙালী সমাজৰ অসমীয়া বিদ্বেষী আচৰণ আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অপমান কৰাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিলে টাই আহোম যুৱ পৰিষদে ৷

বাইহাটা চাৰিআলিত লাভ জেহাদৰ ঘটনা !

বাইহাটা চাৰিআলিত লাভ জেহাদৰ ঘটনা । মুছলমান সম্প্ৰদায়ৰ এজন যুৱকে হিন্দু নামেৰে প্ৰেমত পেলাই পলুৱাই লৈ যায় এগৰাকী কিশোৰীক ৷ পৰিয়ালৰ লোকে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই বাইহাটা চাৰিআলিৰে ভমোলাহাটী গাৱত আত্ম গোপন কৰি থকা অৱস্থাত কিশোৰী গৰাকীৰে সৈতে ইনামুল হকক আটক কৰিবলৈ সক্ষম হয় ৷

বাক্সাৰ মুছলপুৰত যুৱকক চোকা অস্ত্ৰৰে আক্ৰমণ দুৰ্বৃত্তৰ

বাক্সাৰ মুছলপুৰত মঙলবাৰে নিশা সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ মঙলবাৰে নিশা ভৱেন দাস নামৰ যুৱকজনক চোকা অস্ত্ৰৰে আক্ৰমণ চলায় প্ৰদীপ সূত্ৰধৰ নামৰ আন এজন যুৱকে ৷

ITBP ক ১০ হাজাৰ বিচনাযুক্ত কোভিড চিকিৎসালয় স্থাপনৰ নিৰ্দেশ কেন্দ্ৰৰ

বুধবাৰে এক চৰকাৰী সূত্ৰই জনোৱা অনুসৰি, ভাৰত-তীব্বত সীমান্ত আৰক্ষীয়ে দিল্লীৰ এখন ১০ হাজাৰ বিচনাযুক্ত কোভিড-১৯ চিকিৎসালয় চোৱাচিতা কৰাৰ দায়িত্ব গ্ৰহণ কৰিছে । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে জনাই যে, চিকিৎসালয়খন চোৱাচিতা কৰাৰ দায়িত্ব ভাৰত-তীব্বত সীমান্ত আৰক্ষীক অৰ্পন কৰা হৈছে । উক্ত নিৰ্দেশ মৰ্মে সীমান্ত সুৰক্ষা বাহিনীয়ে দিল্লীৰ ৰাধা সীমা ব্যাস নামৰ কোভিড-১৯ চিকিৎসালয়খনত উপস্থিত হৈছে ।

মই কৰ'ণা পজিটিভ নহয় : মহম্মদ হাফিজ

মঙলবাৰে সাতগৰাকী পাকিস্তানী ক্ৰিকেটাৰৰ কৰ'ণা পজিটিভ ওলোৱাৰ ভিতৰত অন্যতম এজন আছিল মহম্মদ হাফিজ । কিন্তু পাকিস্তান ক্ৰিকেট ব'ৰ্ডৰ ঘোষণাৰ এদিন পাচতেই হাফিজে ক'লে মই কৰ'ণা পজিটিভ নহয় ।

কোভিড-১৯ত আক্ৰান্ত দিল্লীৰ বিজেপি বিধায়ক মোহন সিং বিষ্ট

কোভিড-১৯ত আক্ৰান্ত হৈছে ৰাজধানী দিল্লীৰ বিজেপি বিধায়ক মোহন সিং বিষ্ট । বুধবাৰে বিধায়কগৰাকীৰ দেহত ধৰা পৰে কোভিড-১৯ৰ উপস্থিতি । কোভিড-১৯ পজিটিভ পোৱাৰ পাছতে পৰিয়ালৰ লোকে বিধায়কগৰাকীক দিল্লীস্থিত এইমছ (All India Institute of Medical Sciences)ত ভৰ্তি কৰায় ।

বানত বুৰ গৈছে কাকপথাৰৰ শতাধিক গাঁও

কাকপথাৰৰ 15নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি পানী বাগৰাৰ ফলত ব্যাহত হোৱাৰ দিশে অসম-অৰুণাচল প্ৰদেশৰ সংযোগ ৷ বৰ্তমান তিনিচুকীয়াৰ ভিন্ন অংশত বানৰ প্ৰকোপৰ বাবে ব্যাহত হৈছে যাতায়াত ব্যৱস্থা ৷

পেট্ৰ'ল-ডিজেলৰ বৰ্ধিত মূল্যঃ ৰাজীৱ ভৱনৰ সন্মুখত কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সদস্য তথা নেতাসকলে বুধবাৰে ৰাজীৱ ভৱনৰ সন্মুখত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে ধৰ্মঘট কৰে কংগ্ৰেছ দলে ৷

For All Latest Updates

TAGGED:

TOP 10 @ 7PM
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.