NEET PG-22 পৰীক্ষা স্থগিত ৰখা নহ'ব: উচ্চতম ন্যায়ালয়
চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ এনইইটি পিজিৰ কাউঞ্চিলিঙৰ বিতৰ্কৰ মাজতে উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা । চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ এনইইটি পিজিৰ পৰীক্ষা স্থগিত ৰখা নহ'ব (NEET PG 22 exam will no be postponed)। পৰীক্ষা পিছুৱাই যোৱাৰ লগে লগে চিকিৎসকৰ নাটনি হ'ব আৰু ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব ।
জন্মদাত্ৰী মাতৃক প্ৰাণে মৰাৰ চেষ্টা পাষাণ পুত্ৰৰ
আইৰ সমান হ’ব কোন, নৈৰ সমান ব’ব কোন...নিজে লঘোণে থাকিও সন্তানৰ উদৰ ভৰায় মাতৃয়ে ৷ কিন্তু তেনে মাতৃয়ে বিভিন্ন সময়ত এচাম পুত্ৰৰ হাততে হ’ব লগা হয় লাঞ্চিত, বঞ্চিত ৷ এনে এক ঘটনাই জোকাৰি গৈছে গৌৰীসাগৰৰ নখনা খনিকৰ গাঁও (Attempt to murder case in Sivsagar) ৷ সবিশেষ এই বাতৰিত...
তৃণমূলত যোগ দিয়েই কংগ্ৰেছক সাম্প্ৰাদায়িক আখ্যা প্ৰাক্তন কংগ্ৰেছীৰ
কংগ্ৰেছ দল এতিয়া টাইটানিক জাহাজৰ দৰে ৷ টাইটানিক জাহাজ দেখাত সুন্দৰ আছিল যদিও ভাঙি চিঙি পানীত ডুব গৈছিল ৷ কংগ্ৰেছ দলৰো এতিয়া তেনে অৱস্থা হৈছে । এতিয়া, তৃণমূলত যোগ দিয়েই কংগ্ৰেছক সাম্প্ৰাদায়িক আখ্যা প্ৰাক্তন কংগ্ৰেছীৰ (Ex congress leader termed congress as communal party ) ৷
লুইতৰ পাৰত দেশৰ প্ৰথম নদী ফেৰী টার্মিনেলৰ আধাৰশিলা
কেটামাৰণ জাহাজ সুৰক্ষিত । এই জাহাজ অত্যাধুনিক আৰু নৌ-পৰিবহণৰ বাবে উচ্চ মানৰ প্ৰযুক্তিৰ সা-সঁজুলিৰে নিৰ্মাণ কৰা । এই জাহাজত ১০০ জন যাত্রী আৰু ৫০ খন মটৰচাইকেল কঢ়িওৱাৰ ক্ষমতা আছে। এই জাহাজ দুখন নাৰেংগী কুৰুৱাৰ পৰা ফাচীবজাৰ হৈ উত্তৰ গুৱাহাটীৰ অশ্বক্লান্তলৈ চলিব (New ferry terminal at Guwahati fency bazar) ।
জম্মু-কাশ্মীৰৰ পুলুৱামাত আৰক্ষীলৈ উগ্ৰপন্থীৰ গুলী
জম্মু-কাশ্মীৰত উগ্ৰপন্থীৰ আক্ৰমণৰ লক্ষ্য আৰক্ষী । পুলুৱামাত আৰক্ষীৰ বাসগৃহত গুলীচালনা উগ্ৰপন্থীৰ(Policeman in Pulwama shot at Gudoora) ।
Gunotsav Assam 2022 : কলিয়াবৰৰ দুখনকৈ বিদ্যালয় পৰিদৰ্শন মন্ত্ৰী অতুল বৰাৰ
ৰাজ্যৰ বিদ্যালয়সমূহত আৰম্ভ হৈছে গুণোৎসৱ (Gunotsav Assam 2022)। তিনিটা পৰ্যায়ত হ'বলগীয়া গুণোৎসৱৰ প্ৰথম পৰ্যায় বুধবাৰৰ পৰা আৰম্ভ হৈছে ।
মহানগৰীৰ শিল সাঁকো বিলত পৰিল প্ৰশাসনৰ হাঁতোৰা
মহানগৰীৰ চচলস্থিত শিল সাঁকো বিলত শুকুৰবাৰে পুৱাই পৰিল প্ৰশাসনৰ হাঁতোৰা ৷ শিল সাঁকো বিলত থকা প্ৰায় ৫০ টা পৰিয়ালৰ বাসগৃহত চলিল প্ৰশাসনৰ বুলড’জাৰ (Eviction drive at Silsako bill)৷ এই লৈ পুৱাই অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷
Rahul Bhat killing: দ্বিতীয় দিনাও প্ৰতিবাদত উত্তাল কাশ্মীৰ উপত্যকা
ৰাহুল ভাটৰ ন্যায় আৰু উপত্যকাৰ সংখ্যালঘু জনগোষ্ঠীৰ সুৰক্ষাৰ দাবীত শুকুৰবাৰেও কাশ্মীৰী পণ্ডিতসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে (Protests continue for second day demanding justice) । তেওঁলোকৰ দাবী পূৰণ নকৰিলে সমজুৱাকৈ পদত্যাগৰ ভাবুকি দিছে ৰাজ্যখনৰ বিভিন্ন বিভাগত কৰ্মৰত কাশ্মীৰী পণ্ডিতসকলে ৷ এই লৈ কাশ্মিৰৰ পৰা ছামিউল্লাহ মাগ্ৰাৰ এক বিশেষ প্ৰতিবেদন ।
পৰেশ বৰুৱাসহ আলফা স্বাধীনৰ বহু সদস্য আঁতৰি গৈছে মূল উদ্দেশ্যৰ পৰা: সঞ্জয় কিষাণ
নগাঁৱত উপস্থিত হৈ মন্ত্ৰী সঞ্জয় কিষাণে আক্ৰমণৰ লক্ষ্য কৰি ল’লে আলফা স্বাধীনৰ মূৰব্বী পৰেশ বৰুৱাক (Minister Sanjay Kishan comments on ULFA-I) ৷ মন্ত্ৰী গৰাকীয়ে ক’লে পৰেশ বৰুৱাসহ আলফা স্বাধীনৰ বহু সদস্যই আঁতৰি গৈছে মূল উদ্দেশ্যৰ পৰা ।
দৰিদ্ৰতা হেঙাৰ হৈ থিয় দিছে অসমৰ এগৰাকী পাঞ্জা খেলুৱৈৰ সন্মুখত
আৰ্থিক দৈন্যতাৰ বাবেই আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণৰ পৰা বঞ্চিত হৈ আহিছে চতিয়াৰ এগৰাকী প্ৰতিভাৱান খেলুৱৈ ৷ পেট্ৰ’ল পাম্প, ৰেষ্টোৰেণ্টত কাম কৰি অৰ্থ উপাৰ্জন কৰা খেলুৱৈগৰাকীয়ে ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত ৫ বাৰকৈ সোণৰ পদক অৰ্জন কৰিছে ৷ ৭ বাৰকৈ আন্তঃৰাষ্ট্ৰীয় খেলৰ বাবে মনোনীত হৈও অৰ্থৰ অভাৱৰ বাবেই যোগদান কৰাৰ পৰা বঞ্চিত হৈছে চতিয়াৰ জোনালী শইকীয়া (Arm wrestler from Assam) ৷