প্ৰথম বছৰৰ খতিয়ান: কিহত সফল, কিহত বিফল ড৹ শৰ্মাৰ চৰকাৰ
এটা বছৰ সম্পূৰ্ণ কৰিলে ডঃ হিমন্তবিশ্ব শৰ্মা চৰকাৰে । এই এটা বছৰে কিহত সফল আৰু কিহত বিফল আছিল ডঃ শৰ্মা চৰকাৰ ৷ চৰকাৰৰ প্ৰথম বৰ্ষপুৰ্তিত ই টিভি ভাৰতৰ এক বিশেষ পৰ্যালোচনা-
হিমন্ত চৰকাৰৰ বৰ্ষপুৰ্তিৰ বিশাল ৰাজহুৱা সভাত ভাগ ল’লে অমিত শ্বাহে
আজি ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ এবছৰ পূৰ্ণ হ’ল ৷ মঙলবাৰে চৰকাৰখনৰ বৰ্ষপুৰ্তিৰ বাবে এখন বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হয় । এই ৰাজহুৱা সভাত অংশ লয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Union home minister Amit Shah) , জানো আহক সভাখনৰ সবিশেষ ৷
গুৱাহাটীৰ ৰাজপথৰ পৰা অন্তৰ্ধান ৩৩৩ খন চিটিবাছ !
ভি ভি আই পি আহিলেই গুৱাহাটীৰ ৰাজপথৰ পৰা নাইকিয়া হয় চিটি বাছ । হাঁহাকাৰ কৰিবলগীয়া হয় সাধাৰণ যাত্ৰীয়ে । অমিত শ্বাহৰ অসম ভ্ৰমণৰ (Amit shah Assam visit) বাবে গুৱাহাটীত দৈনিক চলাচল কৰি থকা ৩৩৩ খন চিটি বাছ অধিগ্ৰহণ কৰা হৈছে ।
চৰকাৰে কৃষকৰ লগত থিয় হোৱাৰ পৰিৱৰ্তে মন্ত্ৰীকহে কৰিছে সমৰ্থন: প্ৰিয়ংকা গান্ধী
লখিমপুৰৰ কৃষক গণহত্যাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ'ল গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰৰ ভাবুকিপূৰ্ণ ভাষণ । এই অভিযোগ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী বাদ্ৰাৰ (Priyanka Gandhi on Lakhimpur) ৷
গৃহমন্ত্ৰী অমিত শ্বাহে অসম আৰক্ষীক প্ৰদান কৰিলে দেশৰ সন্মানীয় ৰাষ্ট্ৰপতিৰ নিচান
গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান । আইন শৃংখলা ৰক্ষা, সন্ত্ৰাসবাদ নিৰ্মূল আদিকে কৰি বহু কেইটা দিশ পৰ্যালোচনা কৰি ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰা বিৰল সন্মান অধিকাৰী হ'ল অসম আৰক্ষী (President's Colour Award to Assam police)। ৰাষ্ট্ৰপতিৰ নিচানৰ বাবে অসম আৰক্ষী আৰু অসমৰ ৰাইজক ধন্যবাদ জ্ঞাপন অমিত শ্বাহৰ ।
ইষ্টানবুলত অসমকন্যা লাভলিনাৰ আন এক অভিলেখ
অসমকন্যা লাভলিনা বৰগোহাঁয়ে আন এক অভিলেখ ৰচনা কৰিলে সুদুৰ তুৰস্কৰ ইষ্টানবুলত (Boxer Lovelina sets record in Istanbul) ।
হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিফলতাৰ এবছৰ শীর্ষক প্ৰতিবাদ
ধুমধামেৰে উদযাপন কৰা হৈছে ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি (Himanta Biswa Sarma Govt Anniversary)৷
ৰঙাপৰাত গেলামালৰ দোকানত ওলাল গাঞ্জা
ড্ৰাগছ আৰু নিচা জাতীয় দ্ৰব্যৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে (Assam police raid against drugs)। ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰায় প্ৰতিদিনে জব্দ হৈছে গাঞ্জা, ড্ৰাগছ আদি মাৰাত্মক দ্ৰব্য ।
Hijab Decree: আফগান মহিলাৰ বাবে চিন্তিত নোবেল বিজয়ী মালালা ইউচুফজাই
‘‘আফগানিস্তানৰ সকলো ধৰণৰ ৰাজহুৱা জীৱনৰ পৰা মহিলাক নিশ্চিহ্ন কৰিব বিচাৰিছে তালিবানে (Women removed from public life in Afghanistan) ৷
Santoor maestro Shiv Kumar Sharma: সন্তুৰ ওস্তাদ আৰু সুৰকাৰ শিৱ কুমাৰ শৰ্মাৰ ৮৪ বছৰ বয়সত মৃত্যু হয়
পদ্মবিভূষণ বঁটা প্ৰাপক পণ্ডিত শিৱ কুমাৰ শৰ্মাৰ মঙলবাৰে পুৱা মৃত্যু ঘটে ( Shiv Kumar Sharma death) । শৰ্মাৰ জন্ম ১৯৩৮ চনত জম্মুত হৈছিল ।