Assam Arunachal Border Dispute : গুৱাহাটীত দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক
অসম-অৰুণাচলৰ সীমা বিবাদ সন্দৰ্ভত কইনাধৰাত অনুষ্ঠিত গুৰুত্বপূৰ্ণ বৈঠক ৷ এই বৈঠকত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ লগতে আছে দুয়োখন ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী তথা শীৰ্ষ বিষয়া (Chief Ministers of both Assam and Arunachal sit on border issues) ।
Third wave of Covid-19: ক'ভিডৰ তৃতীয় ঢৌত আক্ৰান্ত নগাঁৱৰ প্ৰথমজন ব্যক্তি
ৰাজ্যত পুনৰ আৰম্ভ হৈছে ক’ভিডৰ উকমুকনি ৷ ক’ভিডৰ তৃতীয় ঢৌত আক্ৰান্ত হৈছে নগাঁৱৰ এজন লোক ৷ নতুন দিল্লীৰ পৰা ঘূৰি অহাৰ পিছত ব্যক্তিগৰাকীৰ দেহত পোৱা গৈছে ক'ভিড-১৯ ৰ অৱস্থিতি (Covid positive in Nagaon)।
Murder in Nalbari: পিতৃক হত্য়া কৰি পুত্ৰই পান কৰিলে বিহ
নলবাৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড । চোকা অস্ত্ৰৰে আক্ৰমণ কৰি পিতৃক হত্যা কৰিলে পুত্ৰই (Son killed father in Nalabari)৷ আক্ৰমণত গুৰুতৰভাৱে আহত ভাতৃ ৷
Rangali bihu 2022: ৰাজ্যৰ চাৰিওপিনে ৰঙালীৰ ঢৌ
ৰাজ্যত ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে বিহু ফাংচন ৷ বিভিন্ন অঞ্চলৰ বিহু সন্মিলন সমূহে অনুষ্ঠিত কৰিছে মুকলি বিহু প্ৰতিযোগিতা (Rangali bihu celebration across Assam) ৷ প্ৰায় দুটা বছৰৰ অন্তত অসমৰ ৰাইজৰ প্ৰাণৰো প্ৰাণৰ হেঁপাহৰ ৰঙালী বিহুটি উদযাপন কৰিবলৈ পাই মতলীয়া হৈ পৰিছে অসমবাসী ৷
হয় ল'ৰা ঘূৰাই দিয়ক, নহ’লে মাৰি পেলাওঁক : পৰেশ বৰুৱালৈ এগৰাকী মাতৃৰ আহ্বান
নাহৰকটীয়াৰ নেখাম বাঁহধাৰী গাঁৱৰ অনিতা গগৈ আৰু পবিত্ৰ গগৈৰ পুত্ৰ পংকজ গগৈয়ে পৰিয়ালৰ অজ্ঞাতে যোগ দিয়ে আলফা(স্বা) ত ৷ বিগত ৪ মাৰ্চত কৰ্ম সংস্থাপনৰ বাবে কেৰালালৈ যাওঁ বুলি ঘৰৰ পৰা ওলাই গৈছিল পংকজ ৷ পুত্ৰই এনেদৰে আলফা(স্বা) ত যোগদান কৰাৰ খবৰটো সহজভাৱে মানি ল’ব পৰা নাই মাতৃ অনিতা গগৈয়ে ৷
গুৱাহাটী পৌৰ নিগম আজুৰি আনিব বিজেপি মিত্ৰজোঁটে : মন্ত্ৰী অতুল বৰা
সমাগত গুৱাহাটী পৌৰ নিগম(Guwahati Municipal Election 2022) ৰ নিৰ্বাচন ৷ এই নিৰ্বাচনৰ বাবে তৎপৰতা বাঢ়িছে ৰাজ্যৰ ৰাজনৈতিক নেতাসকলৰ ৷ ৱাৰ্ডে ৱাৰ্ডে অন্তিম প্ৰচাৰত ব্যস্ত এতিয়া সকলো ৷ মঙলবাৰে অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী অসীম শইকীয়াৰ হৈ সাতগাঁৱৰ দলবাৰী বাথৌ মন্দিৰ প্ৰাংগণত নিৰ্বাচনী ৰণডংকা বজাই কৃষি মন্ত্ৰী অতুল বৰাই (Atul Bora campaigns for GMC Election) ৷
তিতাবৰত আলফা(স্বা)ৰ নামত ধন দাবী কৰি আটক দুই যুৱক
তিতাবৰত আলফা(স্বা) ৰ নামত ধন দাবী দুই যুৱক(Two persons detained for demanding money)ৰ ৷ বিগত 6 এপ্ৰিলত মহিমাবাৰীৰ অজিত শইকীয়া নামৰ এজন ব্যক্তিক ধন দাবী কৰিছিল দুই যুৱকে ৷ ব্যক্তিগৰাকীক হোৱাটছ এপযোগে যোগাযোগ কৰি প্ৰায় 2.50 লাখ টকা দাবী কৰে দুজনীয়া যুৱকৰ দলটোৱে ৷
দলিত ছাত্ৰক প্ৰহাৰ কৰি ভৰি চেলেকিবলৈ বাধ্য কৰাৰ ভিডিঅ’ ভাইৰেল
মানৱতাক লজ্জানত কৰা ৰায়বৰেলীৰ এটা ভিডিঅ' শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ আছে । ভিডিঅ'টোত, দশম শ্ৰেণীৰ এজন দলিত ছাত্ৰক নিৰ্মমভাৱে প্ৰহাৰ কৰা দেখা গৈছে (Video of Dalit student beating viral ) ।
২০২৪ চনত বিৰোধী মৰ্চাৰ নেতৃত্ব দিয়াৰ বাবে মমতা বেনাৰ্জীয়েই সৰ্বশ্ৰেষ্ঠ : ৰিপুন বৰা
দিল্লীত সদ্য কংগ্ৰেছ ত্যাগী নেতা ৰিপুন বৰাৰ দাবী, ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিৰোধী মৰ্চাক (opposition leader for 2024 Lokshabha election) নেতৃত্ব দিয়াৰ বাবে সৰ্বশ্ৰেষ্ঠ নেত্ৰী হৈছে মমতা বেনাৰ্জী ৷ বৰাই কয়, কংগ্ৰেছৰ সৈতে আদৰ্শগতভাৱে তৃণমূল কংগ্ৰেছ একেই ৷ পৃথক কেৱল বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ দৃষ্টিভংগী ৷
Ajay Devgn latest movie : তামিল ছবি কাইথীৰ হিন্দী ৰিমেকত অজয় দেৱগন
মঙলবাৰে অজয় দেৱগনে পৰৱৰ্তী ছবি ভোলাৰ মুক্তিৰ তাৰিখ ঘোষণা কৰে (Ajay Devgn latest movie) ৷ ধৰ্মেন্দ্ৰ শৰ্মাই পৰিচালনা কৰা এই এক্সনধৰ্মী ছবিখন 2023 বৰ্ষৰ 30 মাৰ্চত মুক্তি লাভ কৰিব ৷