ETV Bharat / state

7 বজাৰ দহটা শীৰ্ষ খবৰ - আইপিএছ প্ৰশিক্ষাৰ্থী

7 বজাৰ দহটা শীৰ্ষ খবৰ...

TOP 10 AT 7 PM
7 বজাৰ দহটা শীৰ্ষ খবৰ
author img

By

Published : Jul 31, 2021, 7:02 PM IST

বুলেটপ্ৰুফ জেকেট পিন্ধি অসম-মিজোৰাম সীমান্তলৈ দুই বীৰাংগনা

অসম-মিজোৰাম সীমান্তৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উপস্থিত হৈছে দুগৰাকী বীৰংগনা ৷ সীমান্ত বিবাদক কেন্দ্ৰ কৰি অসম আৰক্ষীৰ ওপৰত মিজোৰাম আৰক্ষীয়ে নিৰ্বিচাৰ গুলীচালনা কৰাৰ ফলত 6 জনকৈ অসম আৰক্ষীৰ জোৱান নিহত হৈছিল ৷ এই ঘটনাক লৈ আজিও প্ৰতিক্ৰিয়া অব্যাহত আছে ৰাজ্যত ৷

হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিৱসাগৰত উৰ্ত্তীণৰ হাৰ 97.77 শতাংশ

বহু বিতৰ্ক তথা জল্পনা-কল্পনাৰ অন্তত শুকুৰবাৰে ঘোষণা কৰা হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ ফলাফল অনুসৰি শিৱসাগৰ জিলাত উৰ্ত্তীণ হাৰ 97.77 শতাংশ ৷

বিজ্ঞান শাখাত 100 শতাংশ উত্তীৰ্ণৰ হাৰেৰে ডিমা হাচাও

ৰাজ্যৰ শৈক্ষিক ইতিহাসত প্ৰথমবাৰৰ বাবে পৰীক্ষা অবিহনে বিকল্প মূল্যায়ন ব্যৱস্থাৰ যোগেদি ফলাফল ঘোষণা কৰাত বিভিন্ন দিশত সৃষ্টি হৈছে অভিলেখ । বিজ্ঞান শাখাত এইবাৰ ৰাজ্যৰ মুঠ 38,430 গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত 38,068 গৰাকী উত্তীৰ্ণ হয় । উত্তীৰ্ণৰ হাৰ 99.06 শতাংশ ।

অমলেটেই কাল হ’ল এগৰাকী মহিলাৰ...

ব্ৰেকফাষ্টত ৰুটীৰ সৈতে অমলেট খাই ভাল পায় ধুবুৰীৰ (DHUBRI) তোতা মিঞাই (TOTA MIYA) ৷ স্বাভাৱিকতেই ৰাতিপুৱাৰ চাহকাপৰ সৈতে ৰুটী আৰু অমলেটৰ ডিমাণ্ড ৰাখে তোতা মিঞা নামৰ লোকজনে ৷

আইপিএছ প্ৰশিক্ষাৰ্থীৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোডীৰ

প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, তেওঁলোকে এনে এক সময়ত কেৰিয়াৰ আৰম্ভ কৰিছে যেতিয়া ভাৰতে প্ৰতিটো ক্ষেত্ৰত, প্ৰতিটো স্তৰত পৰিৱৰ্তনৰ পৰ্যায়ৰ মাজেৰে গৈ আছে । সেয়ে তেওঁলোকৰ কেৰিয়াৰৰ আগন্তুক ২৫ বছৰ ভাৰতৰ বিকাশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময় হ'ব ।

টকিঅ' অলিম্পিক: কেনেকৈ কোৱাৰ্টাৰ ফাইনেললৈ আগবাঢ়িব ভাৰতীয় মহিলা হকী দল

ভাৰতৰ ভাগ্য এতিয়া গ্ৰেট ব্ৰিটেইন আৰু আয়াৰলেণ্ডৰ মাজত হ'বলগীয়া পুল এ খেলৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিব । কোৱাৰ্টাৰ ফাইনেলত ভাৰতে নিজৰ স্থান নিশ্চিত কৰিবলৈ আয়াৰলেণ্ডৰ পৰাজয় বা ড্ৰ'য়ে যথেষ্ট হ'ব ।

ন্য়ায়ালয়ত মাতৃভাষাতে বিচাৰ প্ৰক্ৰিয়া চলোৱাৰ আহ্বান উপ-ৰাষ্ট্ৰপতিৰ

মাতৃভাষাৰ বাহিৰে আন ভাষা নজনা লোকসকলেও যাতে আদালতত উপস্থিতত থাকি নিজৰ সমস্যাৰ বিষয়ে প্ৰকাশ কৰিব পাৰে তাৰ বাবে সুবিধা আগবঢ়াবলৈ আহ্বান জনালে উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে(M. Venkaiah Naidu)।

আজমল ফাউণ্ডেশ্যনৰ চুপাৰ-40 ৰ সাফল্যৰ আঁৰৰ ৰহস্য...

উচ্চতৰ মাধ্যমিকৰ (HS EXAMNATIONS) ফলাফলত এইবাৰো পূৰ্বৰ ধাৰাবাহিকতা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে আজমল ফাউণ্ডেশ্যনৰ (AJMAL FOUNDATIONS) অধীনৰ চুপাৰ 40 (SUPER-40) য়ে ।

Tokyo Olympics : পদক দখলৰ যুঁজ সমাপ্ত পি ভি সিন্ধুৰ

সোণৰ পদক দখলৰ আশা ভংগ পি ভি সিন্ধুৰ ৷ অৱশ্যে এতিয়াও ব্ৰঞ্জৰ পদক (Bronze Medal) লাভ কৰাৰ আশাত আছে খেলুৱৈগৰাকী ।

এছ শংকৰৰ পৰৱৰ্তী ছবিত ৰাম চৰণ আৰু কিয়াৰা আদৱানী

প্ৰযোজক শ্ৰী ভেংকটেশ্বৰ ক্ৰিয়েশ্যনে (Sri Venkateswara Creation) আদৱানীৰ ২৯তম জন্মদিন উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে এই বিশেষ দিনটোত ছবিখনৰ বাবে তেওঁৰ নাম ঘোষণা কৰে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.