ETV Bharat / state

বিয়লি 5 বজাৰ শীৰ্ষ 10 বাতৰি... - TOP 10 AT 5PM

বিয়লি 5 বজাৰ শীৰ্ষ 10 বাতৰি...

TOP 10 AT 5PM
বিয়লি 5 বজাৰ শীৰ্ষ 10 বাতৰি
author img

By

Published : Aug 21, 2021, 5:05 PM IST

সোণোৱালৰ "আশীৰ্বাদ যাত্ৰাই" ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে

ক’ভিড কেন্দ্ৰীক নীতি-নিয়ম আইন-কানুন কেৱল যেন কেৱল সাধাৰণ নাগৰিকৰ কাৰণেহে । ৰজাঘৰীয়াৰ ব্যাক্তিগত কিম্বা ৰাজহুৱা আচৰণৰ ক্ষেত্ৰত তেনে নীতি প্ৰনয়নৰ কোনো মূল্য নাই । প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ "জন আশীৰ্বাদ যাত্ৰাই" আজি পুনৰবাৰ প্ৰমাণ কৰিলে এই‌ কথা।

31 আগষ্টৰ ভিতৰত মহানগৰীৰ সকলোকে প্ৰদান কৰা হ'ব ক'ভিড প্ৰতিষেধক: স্বাস্থ্যমন্ত্ৰী

এতিয়াও আশা কৰা ধৰণে উন্নত হোৱা নাই গুৱাহাটী মহানগৰীৰ ক'ভিড পৰিস্থিতি ৷ শুকুৰবাৰে ৰাজ্যত নতুনকৈ ৭০৮ গৰাকী লোকৰ দেহত ধৰা পৰিছে ক'ভিড-19ৰ অৱস্থিতি ৷ ইয়াৰে ১৬৪ গৰাকী কামৰূপ মহানগৰ জিলাৰ ৷ এই সংখ্যা শুভ নহয় বুলি মন্তব্য স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ৷

অসমৰ ৰাইজে সৰ্বানন্দ সোণোৱালক আৰ্শীবাদ নহয় অভিশাপহে দিছে: অখিল গগৈ

সৰ্বানন্দ সোণোৱালক লৈ বিজেপিয়ে আৰম্ভ কৰিছে আশীৰ্বাদ যাত্ৰা । কিন্তু এই আশীৰ্বাদ যাত্ৰাক লৈ কি ক'লে অখিল গগৈয়ে ? সৰ্বানন্দ সোণোৱালক কিয় আশীৰ্বাদ নিদিয়ে ৰাইজে ?

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক মাতৃভূমিত বিপুল আদৰণি

শনিবাৰে পুৱা গুৱাহাটীৰ বিমান বন্দৰত উপস্থিত হোৱাৰ পিছতে সোণোৱালক চৰকাৰ আৰু দলৰ ফালৰ পৰা উষ্ম আদৰণি জনোৱা হয় ৷ বিমান বন্দৰত সোণোৱালে প্ৰথমেই মিলিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৷ বিমান বন্দৰত মুখ্যমন্ত্ৰীয়ে সোণোৱালক আদৰণি জনায় ৷

ONGC ক অইলৰ সৈতে চামিলকৰণৰ বিৰোধিতাত প্ৰতিবাদ

শিৱসাগৰত অ’এনজিচিক অইল ইণ্ডিয়া লিমিটেডৰ সৈতে চামিল কৰাৰ সিদ্ধান্তৰ বিৰোধিতা ৷ শনিবাৰে ONGC পৰিবহণ ঠিকাদাৰ সন্থাই সাব্যস্ত কৰে প্ৰতিবাদ ৷

শিলচৰত নৱ নিযুক্ত ৰাজ্যিক উপ-সভাপতি ড: ৰাজদ্বীপ ৰয়ক আদৰণি

বিজেপিৰ নতুন ৰাজ্যিক কমিটি ঘোষণা কৰা হৈছে । নতুন কমিটিত স্থান পাইছে শিলচৰৰ সাংসদ ড: ৰাজদ্বীপ ৰয় । নৱ নিযুক্ত উপ-সভাপতিগৰাকীক শিলচৰত বিশাল আদৰণি বিজেপি কৰ্মকৰ্তাৰ ।

৮৫ গৰাকী ভাৰতীয়ক লৈ কাবুলৰ পৰা ভাৰত অভিমুখে তৃতীয়খন বিমান

আফগানিস্তানত তালিবানৰ সন্ত্ৰাসৰ মাজতে নাগৰিকসকলক নিজ নিজ দেশলৈ স্থানান্তৰ কৰাত ব্যস্ত আছে প্ৰতিখন দেশৰে চৰকাৰ । ভাৰতেও আফগানিস্তাত আৱদ্ধ ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰি স্বদেশলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিছে । এতিয়ালৈ বিশেষ বিমানযোগে প্ৰায় ৩০০ ভাৰতীয়ক নিজ দেশলৈ আনিছে ভাৰতীয় বায়ুসেনাই ।

কেন্দ্ৰীয় মন্ত্ৰীত্ব লাভৰ পাচত প্ৰথমবাৰলৈ অসমৰ মাটিত সৰ্বানন্দ সোণোৱাল

মোডী কেবিনেটৰ মন্ত্ৰীত্ব লাভৰ পাচত প্ৰথমবাৰৰ বাবে অসমত উপস্থিত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল(Union Minister Sarbananda Sonowal) ৷ বিমানবন্দৰতে সোণোৱালক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উষ্ম আদৰণি ৷ তিনিদিনীয়াকৈ অনুষ্ঠিত জন আশীৰ্বাদ যাত্ৰা(Jan Ashirwad Yatra)ত অংশ ল'ব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

বিধ্বস্ত আফগানিস্তানক লৈ কিয় উদ্বিগ্ন মৰিগাঁৱৰ আলী খান ?

কাবুলৰ শেহতীয়া ঘটনাই সমগ্ৰ বিশ্বকে জোকাৰি গৈছে ৷ এই ঘটনাক লৈ উদ্বিগ্ন হৈ পৰিছে মৰিগাঁৱৰ এটা পৰিয়াল ৷ কিন্তু কি কাৰণে উদ্বিগ্ন হৈছে পৰিয়ালটো ? পৰিয়ালটোৰ কি সম্পৰ্ক আফগানিস্তানৰ সৈতে ?

তালিবানক সমৰ্থন কৰা তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ গ্ৰেপ্তাৰ

আফগানিস্তানত তালিবানৰ হাতলৈ শাসনৰ বাঘজৰী অহাৰ সময়তে অসমতো ইয়াৰ ব্যাপক প্ৰভাৱ পৰিছে । ইতিমধ্যে অসম আৰক্ষীৰ চাইবাৰ শাখাই ৰাজ্যৰ ভিন্ন প্ৰান্তত কেইবাজনো তালিবানী সমৰ্থকক আটক কৰিছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.