ETV Bharat / state

5 বজাৰ শীৰ্ষ দহটা বাতৰি - TOP 10 AT 5 PM

5 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 5 PM
5 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Jun 17, 2022, 5:12 PM IST

হোজাইৰ দাৰিয়া বস্তিত উদ্ধাৰ বনৰীয়া হাতীৰ মৃতদেহ

ৰাজ্যত পুনৰ বনৰীয়া হাতীৰ মৃত্যুৰ ঘটনা ৷ এইবাৰ হোজাইত মৃত্যু হৈছে এটা বনৰীয়া হাতী (Elephant Died in Hojai) ৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰী তীব্ৰ চাঞ্চল্য (Tragic incident in Hojai) ৷

বাৰটা সেৱাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ই-সেৱা পৰ্টেল মুকলি

উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কাৰ্যালয়ত আয়োজন কৰা অনুষ্ঠানত এক নতুন সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰে শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে । পঞ্জীয়ন প্ৰমাণপত্ৰ সংশোধন, ডুপ্লিকেট পঞ্জীয়ন প্ৰমাণপত্ৰ প্ৰদান কৰা, প্ৰব্ৰজন প্ৰমাণপত্ৰ প্ৰদান কৰা, ডুপ্লিকেট প্ৰব্ৰজন প্ৰমাণপত্ৰ প্ৰদান কৰা আদি সেৱা প্ৰযোজ্য কৰা হৈছে প'ৰ্টেলত ।

তেজপুৰত বান সন্দৰ্ভত সজাগতা অভিযান

তেজপুৰৰ ১৭৯৫টা পৰিয়াল সামৰি অপোনাৰ জীৱন-আমাৰ সম্পদ সজাগতা অভিযান(Awareness programme of Flood and Covid) । ঘৰে ঘৰে গৈ জনসাধাৰণৰ মাজত সৃষ্টি কৰা হ'ব সজাগতা । ১১টা বানপানী প্ৰৱণ ৰাজহ চক্ৰত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ পাইলট প্ৰজেক্ট আৰম্ভ।

লখিমপুৰত ৰঙানদীয়ে সৃষ্টি কৰিছে তাণ্ডৱ: তেজপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত জাৰি নিষেধাজ্ঞা

নীপকোৱে পানী এৰি দিয়াৰ লগে লগে লখিমপুৰ জিলাত বান পৰিস্থিতি অতি ভয়াৱহ হৈ উঠিছে (NEEPCO cause flood in Lakhimpur)। জলবন্দী শ শ গাঁৱৰ ৰাইজ । নৈ-উপনৈসমূহৰ জলস্তৰ বৃদ্ধি । তেজপুৰত প্ৰশাসনে বন্ধ কৰিলে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ । গধুৰ যান-বাহনৰ লগতে ট্ৰাক, বাছ আদিৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে জিলা প্ৰশাসনে ।

Flood situation of Assam : ৰাজ্যত বছৰৰ দ্বিতীয়টো বানে লৈছে ভয়ংকৰ ৰূপ

ৰাজ্যৰ প্ৰায় ২৫ খন জিলা বানৰ কৱলত (Flood situation of Assam)। যোৱা ২৪ ঘণ্টাত বানপানী আৰু ভূমিস্খলনত ৩ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । কামপুৰ আৰু মঙলদৈত বানে লৈছে ভয়ংকৰ ৰূপ ।

Moran Police Viral Video: মুখ্যমন্ত্ৰীয়ে ঘোচ ধন নল'বলৈ ক'লেও মোহ এৰাত নাই আৰক্ষীয়ে

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক কাঢ়া নিদেৰ্শ দিছিল কোনেও কাৰোৰে পৰা এটকাও ঘোচ নাখাবলৈ (Taking bribe by police at Moran)।

NHPC ত জল স্ৰোতৰ শিহৰণকাৰী দৃশ্য: বান্ধৰ ওপৰেৰে বাগৰিছে পানী

গেৰুকামুখৰ সোৱণশিৰি প্ৰকল্পত ভয়ংকৰ পৰিস্থিতি । NHPC বান্ধৰ ওপৰেৰে বাগৰিছে পানী(Water spills over NHPC dam) । মূল বান্ধৰ ভিতৰত পানীৰ ভয়াৱহ সোঁত(Frightening stream of water inside main dam) । দৃশ্য দেখি শংকিত নামনিবাসী ৰাইজ । নেৰানেপেৰা বৰষুণৰ ফলত ওফন্দি উঠিছে বান্ধৰ পানী । ভয়াৱহৰূপত বৃদ্ধি পাইছে সোৱণশিৰি জলপৃষ্ঠ ।

লোহিত এক্সপ্ৰেছত ভয়ংকৰ অগ্নিকাণ্ড

অগ্নিপথ আঁচনিৰ বিৰুদ্ধে দেশজুৰি উত্তাল প্ৰতিবাদ (Agnipath Protest ) অব্যাহত আছে ৷ বিহাৰৰ সোণপুৰ ৰে'ল সংমণ্ডলৰ অন্তৰ্গত মহিদি ৰে'ল ষ্টেশ্যনত ৰৈ থকা অৱস্থাত লোহিত এক্সপ্ৰেছত অগ্নি সংযোগ কৰে (Lohit Express Torched in Bihar) প্ৰতিবাদকাৰীয়ে ৷

লণ্ডনৰ আদালতে দোষমুক্ত কৰিলে ডাঃ মুকুল হাজৰিকাক: আলফা(স্বা)ৰ সভাপতি নহয়

অভিজিৎ অসমৰ প্ৰত্যর্পণ নহ'ব । ডাঃ মুকুল হাজৰিকাক অভিযোগমুক্ত কৰিলে ব্ৰিটেইনৰ আদালতে । ডাঃ মুকুল হাজৰিকা আলফা স্বাধীনৰ সভাপতি অভিজিৎ অসম বুলি প্ৰতিষ্ঠা কৰিব পৰা কোনো গ্ৰহণযোগ্য প্ৰমাণ নাপালে লণ্ডনৰ ৱেষ্ট মিনিষ্টাৰৰ জিলা দণ্ডাধীশৰ আদালতে ।

অসমৰ বানাক্ৰান্তলৈ আৰ্থিক সাহাৰ্য বলীউড অভিনেতা অৰ্জুন কাপুৰ আৰু পৰিচালক ৰোহিত ছেট্টীৰ

ৰাজ্যৰ বানপীড়িত লোকসকলৰ বাবে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ 5 লাখ টকাৰ সাহাৰ্য আগবঢ়াইছে বলীউড অভিনেতা অৰ্জুন কাপুৰ আৰু পৰিচালক ৰোহিত ছেট্টীয়ে(Arjun Kapoor and Rohit Shetty extend flood relief to Assam) ৷ বৃহস্পতিবাৰে টুইটাৰযোগে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুয়োগৰাকী তাৰকাক কৃতজ্ঞতা জ্ঞাপন কৰে (Assam CM Himanta Biswa Sarma has thanked Bollywood actor) ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.