ETV Bharat / state

5 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : May 2, 2022, 5:03 PM IST

5 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 5 PM
5 বজাৰ শীৰ্ষ দহটা বাতৰি

Kamal Medhi joins AAP: শিৱিৰ সলাই আপত যোগদান কমল কুমাৰ মেধিৰ

ৰাজ্যৰ ৰাজনীতিত আন এক জোঁকাৰণিৰ সৃষ্টি কৰি সোমবাৰে আম আদমি পাৰ্টিত যোগদান কৰিলে অখিল গগৈৰ প্ৰাক্তন সতীৰ্থ কমল কুমাৰ মেধি সমন্বিতে কেইবাজনো নেতাই (Kamal Medhi joins AAP)৷

ৰাজনৈতিক বৈৰী নহয় পুনৰ এবাৰ কটনৰ অগ্ৰজ-অনুজৰ ৰূপত অখিল-হিমন্ত

অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এক বিৰল মূহুৰ্তৰ সাক্ষী হ’ল শিৱসাগৰবাসী ৷ কটন কলেজৰ ছাত্ৰ ৰাজনীতিৰ দিনৰ পৰাই সদায় বিপৰীত মেৰুত অৱস্থান কৰি ৰাজনীতি কৰি অহা অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈক সোমবাৰে একেলগে দেখা গ’ল ৰংঘৰৰ বাকৰিত (CM Himanta comes with Akhil Gogoi in Sivsagar) ৷

Eid-al-Fitr 2022 : তিনি মে’ত উদযাপন কৰা হ’ব পবিত্ৰ ঈদ-উল-ফিতৰ

দেওবাৰে দেখা পোৱা নগ’ল ঈদৰ জোন ৷ কেন্দ্ৰীয় হিলাল কমিটীৰ সিদ্ধান্ত অনুসৰি সমগ্ৰ ভাৰতত অহা মঙলবাৰে অৰ্থাৎ 3 মে’ত উদযাপন কৰা হ’ব পবিত্ৰ ঈদ-উল-ফিতৰ ৷

বিধায়ক হাফিজ ৰফিকুল ইছলামে জনালে পবিত্ৰ ঈদ-উল-ফিতৰৰ শুভেচ্ছা

মঙলবাৰে ইছলাম ধৰ্মালম্বী লোকসকলৰ পৱিত্ৰ ঈদ-উল-ফিতৰ (Eid-Ul-Fitr to be celebrate on Tuesday)। কভিডকালীন বাবে বিগত দুটা বছৰ অনুষ্ঠিত হোৱা নাছিল সমুহীয়া ঈদৰ নামাজ । সেয়েহে এইবেলি উলহ-মালহৰে প্ৰস্তুতি চলাইছে পৱিত্ৰ ঈদ উদযাপনৰ ।

মোৰ গ্ৰেপ্তাৰৰ ঘটনা পূৰ্ব পৰিকল্পিত : জিগনেশ মেৱানী

গুজৰাটৰ কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীৰ গ্ৰেপ্তাৰ(Arrest of MLA Jignesh Mevani)ৰ আঁৰত জড়িত স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী !

বন্ধনৰ পৰা ঋণ লৈ মহিলাই আৰম্ভ কৰিলে ড্ৰাগছৰ ব্যৱসায়

এটা প্ৰজন্মক শেষ কৰাৰ বাবে যেন বদ্ধপৰিকৰ হৈছে ড্ৰাগছৰ বৃহৎ নেটৱৰ্ক ৷

মহঙা ঈদৰ বজাৰ; মূৰে-কপালে হাত দিছে জনতাই

মঙলবাৰে ইছলাম ধৰ্মাৱলম্বী লোক সকলে পালন কৰিব পৱিত্ৰ ঈদ-উল-ফিতৰলৈ (Eid al fitr)। পিছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে কেনা লগাইছে ঈদৰ বজাৰত (Price hike in Assam) ৷

ৰংঘৰৰ বাকৰি পৰিদৰ্শন মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

আয়ুষ মন্ত্ৰণালয়ৰ দ্বাৰা আয়োজিত শিৱসাগৰৰ যোগ উৎসৱ(National level yoga programme in Sivasagar) ত অংশগ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Dr Himanta Biswa Sarma participates in yoga programme held in Sivasagar) ই ৷

পৌৰ নিগমৰ মেয়ৰ পদত মহিলাৰ পৰিৱৰ্তে পুৰুষ কাউন্সিলৰ হোৱাৰ সম্ভাৱনা

ঈদৰ পাছতহে নিৰ্বাচিত হ'ব গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ, গঠন হ'ব পৌৰ নিগমৰ পাৰিষদ । কিন্তু কোন হ'ব গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ (Who is the next Mayor of GMC?) পুৰুষ নে মহিলা ? তাক লৈ চলিছে সৰৱ চৰ্চা ।

Dharmendra latest news: হাস্পতালৰ পৰা ঘৰলৈ উভতিল ধৰ্মেন্দ্ৰ

বিগত সপ্তাহৰ আৰম্ভণিতে শ্বুটিঙৰ সময়ত পিঠিৰ মাংসপেশীত চাপ অনুভৱ কৰি হাস্পতালত ভৰ্তি হয় অভিনেতা ধৰ্মেন্দ্ৰ ৷ মুম্বাইৰ ব্ৰীচ্ছ কেণ্ডি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল অভিনেতাজনক (Dharmendra latest news) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.