International Women's Day : কোকৰাঝাৰত এবছুৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
সমগ্ৰ বিশ্বতে আজি পালন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস (International Women's Day) । ৰাজ্যৰ ভিন্ন প্ৰান্ততো কৰা হৈছে উদযাপন । ABSU ৰ উদ্যোগত কোকৰাঝাৰত দিনজোৰা কাৰ্যসূচীৰে উদযাপন আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস ।
ইটিভি ভাৰতৰ তৰফৰ পৰা নাৰী দিৱসৰ শুভকামনা
এগৰাকী নাৰীয়ে সময় অনুযায়ী ভগ্নী, পত্নী, বোৱাৰী, মাতৃ নাইবা আইতা আদিৰ দৰে ভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিবলগীয়া হৈ পৰে ৷ প্ৰতিটো চৰিত্ৰৰ সুকীয়া বৈশিষ্ট্যৰে নাৰীগৰাকীয়ে জীৱনটো অধিক সুন্দৰ কৰি তোলে ৷
নাৰী দিৱস বিশেষ : পদপথত কঠোৰ জীৱন সংগ্ৰামত ব্ৰতী শিক্ষিত যুৱতী, মহিলাৰ কথাৰে...
জীৱন মানেই যে কঠোৰ সংগ্ৰাম সেয়া মৰ্মে মৰ্মে উপলব্ধি কৰি আগবাটিছে নগাঁৱৰ কেইগৰাকীমান উচ্চ শিক্ষিত যুৱতীৰ লগতে একাংশ মহিলাই ।
Death of leopard: শ্ৰীকৃষ্ণ চাহ বাগিছাত একেলগে দুটা নাহৰফুটুকীৰ মৃতদেহ
তিনিচুকীয়াৰ ডুমডুমাত দুটাকৈ নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ (Leopards found dead in Digboi) ৷ নাহৰফুটুকী দুটাই নিজৰ মাজতে যুঁজ বাগৰ কৰি মৃত্যুক সাৱটি লোৱা বুলি বন বিভাগে সন্দেহ প্ৰকাশ কৰিছে ।
Women's Day 2022 : দেশবাসীক গৌৰৱান্বিত কৰা মহিলা ক্ৰীড়াবিদসকল
আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস (International Women's Day 2022)। সমগ্ৰ বিশ্বতে পালন কৰা হৈছে এই দিৱস । ভাৰতৰো ভিন্ন প্ৰান্তত নাৰী দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । এই বিশেষ দিনটোত ইটিভি ভাৰতে কেইগৰাকীমান বিশেষ মহিলা ক্ৰীড়াবিদৰ বিষয়ে এক প্ৰতিবেদন যুগুত কৰিছে ৷ চাওক এই প্ৰতিবেদন ৷
Heroin seize in India Myanmar Border : ভাৰত-ম্যানমাৰ সীমান্তত জব্দ 3 কোটি মূল্যৰ হেৰ’ইন
মিজোৰামৰ সমীপৰ ভাৰত-ম্যানমাৰ সীমান্তত জব্দ নিচাযুক্ত হেৰ’ইন (Heroin seize in India Myanmar Border) ৷ ৬৬ টা চাবোনৰ বাকচত চাৰিটাকৈ বাণ্ডিলত লুকুৱাই অনা হেৰ’ইনখিনিৰ ওজন হৈছে ৭৮০ গ্ৰাম ৷ অসম ৰাইফলছে জব্দ কৰে উক্ত হেৰ’ইন ৷ ইফালে, লামডিং ৰে’ল আৰক্ষীয়ে সোমবাৰে জব্দ কৰে বৃহৎ পৰিমাণৰ বিস্ফোৰণৰ সামগ্ৰী ৷ য’ত আছে ৫৮০ জিলেটিন ৰোল সহ বৈদ্যুতিক তাঁৰ ৷
International Women's Day: ২৯ গৰাকী মহিলাক ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিব নাৰী শক্তি পুৰস্কাৰ
আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ লগত সংগতি ২৯ গৰাকী বিশিষ্ট মহিলাক প্ৰদান কৰা হ'ব নাৰী শক্তি পুৰস্কাৰ । ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে প্ৰদান কৰিব এই বঁটা (President to confer the Nari Shakti Puraskars) । প্ৰধানমন্ত্ৰী মোডীয়ে বঁটা বিজয়ীসকলৰ সৈতে বাৰ্তালাপ কৰে ।
Alia Bhatt announces Hollywood debut : হলীউডলৈ বাট বুলিলে আলিয়া ভাটে
নাৰী দিৱসৰ শুভক্ষণতেই ভাৰতীয় চলচ্চিত্ৰ জগতলৈ আহিল সুখবৰ ৷ বলীউডৰ মোহময়ী অভিনেত্ৰী আলিয়া ভাটে ঘোষণা কৰিলে তেওঁৰ হলীউড ডেবিউটৰ কথা ( Alia Bhatt announces Hollywood debut) ৷ নেটফ্লিক্সৰ স্পাই থ্ৰিলাৰ হাৰ্ট অব্ ষ্ট’ন শীৰ্ষক ছবিখনেৰে হলীউডত আত্মপ্ৰকাশ কৰিব আলিয়াই ৷
Road accident at Rangia : ৰঙিয়াত পথ দুৰ্ঘটনাত নিহত এজন
ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভাতকুছিত ভয়ংকৰ দুৰ্ঘটনা (Road accident at Rangia) সংঘটিত ৷ থিতাতে নিহত এজন ৷ নিহত ব্যক্তিজন অংশুমান বৰ্মন বুলি জানিব পৰা গৈছে ৷
International Women's Day : শিল্প কৰ্মৰ জৰিয়তে সফলতাৰ শিখৰ স্পৰ্শ কলিয়াবৰৰ ৰীণাৰ
দহজনী মহিলাৰ প্ৰেৰণাৰ উৎস কলিয়াবৰৰ ৰীণা কলিতা ৷ ৰীণাই দেখুৱাইছে স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন (Assam woman become self reliant with Artistic work at Kaliabor) ৷ নাৰী দিৱসৰ এই বিশেষ দিনটোত ইটিভি ভাৰত, অসমৰ পৰা ৰীণাৰ লগতে প্ৰতিগৰাকী যাচিলো নাৰীলৈ শুভেচ্ছা ৷