ETV Bharat / state

5 বজাৰ শীৰ্ষ দহটা বাতৰি - Assam Cabinet decisions

5 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 5PM
5 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Dec 11, 2021, 5:10 PM IST

Maradona's Watch found in Sivsagar : শিৱসাগৰত উদ্ধাৰ ফুটবল সম্ৰাট মাৰাডোনাৰ ঘড়ী

ডুবাইত চুৰি হোৱা 'ফুটবলৰ ঈশ্বৰ' ডিয়েগ’ মাৰাডোনাৰ ঘড়ী উদ্ধাৰ হৈছে অসমত (Maradona's Watch found in Sivsagar) ৷ ক’ত আৰু কেনেকৈ উদ্ধাৰ হৈছে ঘড়ীটো ? সবিশেষ আমাৰ এই বাতৰিত...

Assam Cabinet decisions : কেবিনেটৰ 10 টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত...

শুকুৰবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Dr Himanta Biswa Sarma)ৰ অধ্যক্ষতাত অনুষ্ঠিত হয় কেবিনেট বৈঠক ৷ কি কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই ৰাজ্যিক কেবিনেট বৈঠক (Assam cabinet decision) ত ? সবিশেষ চাওক এই প্ৰতিবেদনত...

Omicron threat in Assam? : ক'ভিড প'জিটিভ লণ্ডন ফেৰৎ মহিলা, নিশ্চিত হোৱা নাই অ’মিক্ৰণৰ অৱস্থিতি

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ (Lokpriya Gopinath Bordoloi International Airport)ত মহিলা বিমানযাত্ৰীৰ দেহত ধৰা পৰিছে ক’ভিড 19 ৰ অৱস্থিতি । ইতিমধ্যে মহিলাগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল(Guwahati Medical College Hospital)ত ভৰ্তি কৰোৱা হৈছে ৷ মহিলাগৰাকী অ’মিক্ৰণত আক্ৰান্ত হয়নে নহয়, সেয়া স্পষ্ট হোৱা নাই ৷

HS Final Special Exam Result: উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ বিশেষ পৰীক্ষাৰ ফলাফল ঘোষণা

ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ বিশেষ পৰীক্ষাৰ ফলাফল (HS final year special exam result declared)। ৰাজ্যৰ চাৰিখন জিলাৰ উত্তীৰ্ণ হাৰ ১০০ শতাংশ । ফলাফলৰ তালিকাৰ অন্তিম স্থানত কামৰূপ মহানগৰ জিলা । মহানগৰৰ ১৩ গৰাকী পৰীক্ষাৰ্থীৰ মাত্ৰ এগৰাকী পৰাক্ষাৰ্থী উত্তীৰ্ণ ।কামৰূপ গ্ৰাম্যৰ সৰ্বাধিক সংখ্যক পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল এই পৰীক্ষাত ।

উত্তৰ-পূৱ পৰিষদলৈ পুজি কৰ্তন দিল্লীৰ : গেঠেলা মাৰিছে ডেৰকুৰি আঁচনি

উত্তৰ পূৱ পৰিষদলৈ আৱন্টিত পুজি কেন্দ্ৰীয় চৰকাৰে আৱন্তন কৰা ধনৰ পৰিমাণ হ্ৰাস পাইছে ৷ পৰিণতিত স্থবিৰতাই দেখা দিছে উত্তৰ-পূৱ পৰিষদ(North Eastern Council)ৰ দ্বাৰা অসমত ৰূপায়িত হৈ থকা প্ৰায় ২৭ টা কেন্দ্ৰীয় প্ৰকল্পৰ কামত ৷ সবিশেষ জানো আহক ৷

Smart City Project Guwahati : শীঘ্ৰে মহানগৰীত আৰম্ভ হ’ব স্মাৰ্ট চিটিৰ উন্নয়ন কাৰ্য

অচিৰেই ৮৮৭ কোটি টকা ব্যয়ৰে আৰম্ভ হ'ব গুৱাহাটী স্মাৰ্ট চিটী লিমিটেৰ মুঠ ১৭ টা নতুন প্ৰকল্পৰ কাম (Work on 17 projects in Smart City to begin soon in guwahati)৷ এই ১৭ টা প্ৰকল্পৰ মাজত ব্ৰহ্মপুত্ৰৰ পাৰ উন্নয়ন , গান্ধীমণ্ডপৰ লাইট আৰু চাউণ্ড শ্ব , বিমানবন্দৰত আদৰণী গেট, দ্বীপৰ বিল, গান্ধীমণ্ডপৰ উন্নয়ণ, অশ্বক্লান্ত দেৱালয়, উমানন্দ দেৱালয়, দক্ষিণপাট সত্ৰ উন্নয়নৰ কাম কৰাৰ বাবে প্ৰকল্প লোৱাৰ উপৰিও, মহানগৰীত এল ই ডি ষ্ট্ৰীট লাইট স্থাপন , integrated traffic management চিষ্টেম, শংকৰদেৱ কলাক্ষেত্ৰৰ সৌন্দৰ্য বৰ্ধণৰ লগতে মুঠ ১৭ টা প্ৰকল্পৰ কাম হাতত লৈছে ।

Encounter at Biswanath : বিশ্বনাথত পুৱতি নিশা সংঘটিত গুলীচালনাত আহত নকল নোট ব্যৱসায়ী

শনিবাৰে পুৱতি নিশা বিশ্বনাথ চাৰিআলিত সংঘটিত হয় গুলীচালনা (early morning encounter at biswanath) ৷ নকল নোটৰ ব্যৱসায়ী জাহিৰ আলী (fake currency dealer Zahir Ali) ওৰফে ভুত্তু গুৰুতৰভাৱে আহত হয় আৰক্ষীৰ গুলীত ৷

MoU for Mineral Exploration : অসম চৰকাৰ আৰু মিনাৰেল এক্সপ্লোৰেচন ক'ৰ্পৰেচনৰ বুজাবুজি চুক্তি

নগাঁও, কাৰ্বি আংলং আৰু গোৱালপাৰা জিলাত খনিজ পদার্থ অন্বেষণৰ বাবে অসম চৰকাৰ আৰু মিনাৰেল এক্সপ্লোৰেচন ক'ৰ্পৰেচন লিমিটেডৰ মাজত বুজাবুজিৰ চুক্তি(Assam govt signs MoU with MECL) স্বাক্ষৰ । মিনাৰেল এক্সপ্লোৰেচন ক'ৰ্পৰেচন লিমিটেডে এই চুক্তিৰ আধাৰত জিলাকেইখনত পৰৱৰ্তী পাঁচ বছৰৰ বাবে লোৰ আকৰ, চিলিমিনাইট, ৰেয়াৰ আৰ্থ আদিৰ অন্বেষণ কৰিব পাৰিব । খনিজ পদার্থৰ অন্বেষণৰ ফলত পৰৱৰ্তী পাঁচ বছৰত ৰাজ্য চৰকাৰে ৰয়েল্টি সংগ্ৰহৰ যোগে বৃহৎ পৰিমাণৰ ৰাজহ লাভ কৰিব ।

National Shooting Championship: ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপত হৃদয় হাজৰিকাৰ সফলতা

ৰাজ্যলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিলে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন যুৱ শ্বুটাৰ হৃদয় হাজৰিকাই ৷ পালত অনুষ্ঠিত 64 সংখ্যক ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপ(64th National Shooting Championship Bhopal)ত ব্ৰঞ্জৰ পদক দখল কৰে হাজৰিকাই ৷

হাতী বুলি গুলীয়ালে মাতৃ-কন্যাক, চাওক ক’ত সংঘটিত হৈছে এই কাণ্ড

"বন্য জীৱ-জন্তু নহয়, এইবাৰ বনকৰ্মীৰ বন্দুক উঠিছে সাধাৰণ ৰাইজৰ মূৰলৈ"- এই অভিযোগ বামুণীগাঁওবাসীৰ ৷ কিন্তু কিয় এই অভিযোগ উত্থাপন হৈছে বন বিভাগৰ বিৰুদ্ধে, চাওক সবিশেষ...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.