ETV Bharat / state

সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি - withdraw Assamese language from APSC

সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি

top 10 at 5 pm
সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Nov 27, 2021, 5:05 PM IST

Attempting to join ULFA-I : নাগালেণ্ড আৰক্ষীৰ জালত টীয়কৰ তিনি যুৱক

চলিত বৰ্ষৰ 20 নৱেম্বৰত নাগালেণ্ডৰ মন জিলাত অসম ৰাইফল্ছে আলফা (স্বা)ত যোগদান কৰিবলৈ যোৱাৰ সন্দেহত কৰিছিল কৰায়ত্ব (Assam Rifles detained three youths in Nagaland's Mon district) টীয়কৰ তিনি যুৱকক ৷

withdraw Assamese language from APSC : APSC ৰ পৰা অসমীয়া ভাষা বাতিল কৰাত দল-সংগঠনৰ ক্ষোভ

ৰাজ্য চৰকাৰে অসম লোকসেৱা আয়োগ(Assam Public Service Commission)ৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষা বাতিল (withdraw Assamese language paper from APSC exam) কৰাৰ সিদ্ধান্ত লোৱাৰ পাছতে ৰাজ্যৰ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

Oil tanker fire incident at Burhapahar: দুৰ্ঘটনাৰ তদন্তৰ বাবে উপস্থিত আনন্দ মিশ্ৰ

সঘনাই দুৰ্ঘটনা সংঘটিত বুঢ়াপাহাৰ অঞ্চলত শুকুৰবাৰে পুনৰ এখন অইল টেংকাৰ ভষ্মীভূত (oil tanker fire incident at Burhapahar) হোৱা ঘটনাৰ তদন্তৰ বাবে বুঢ়াপাহাৰত উপস্থিত হয় নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ (Anand Mishra visits Burhapahar)৷

Morapagaldia river erosion : গৰাখহনীয়াই ভাবুকি কঢ়িয়াইছে বগুলামাৰী গাঁৱলৈ

মৰাপাগলদিয়া নৈয়ে ভাবুকি কঢ়িয়াই আনিছে বাক্সাৰ বগুলামাৰী গাঁৱলৈ (Baksa Bagulamari Village)৷ মৰাপাগলদিয়া নৈখন সম্প্ৰতি মূল নৈৰ পৰা ফালৰি কাটি আহি বুগুলামাৰী গাঁৱৰ কাষেৰে বৈ গৈছে ৷

Drugs Peddler Caught : যাত্ৰীবাহী বাছত নিষিদ্ধ ড্ৰাগছসহ আটক দুজন

অসমত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান (Anti drug campaign continues in Assam) ৷ শুকুৰবাৰে কোচবিহাৰৰ পৰা ধুবুৰী বাছ আস্থানত উপস্থিত হোৱা এখন যাত্ৰীবাহী বাছত চলিল আৰক্ষীৰ অভিযান ৷

Whistling village of Meghalaya : প্ৰধানমন্ত্ৰীৰ বাবে বিশেষ সুহুৰি প্ৰস্তুত কংথংবাসীৰ

‘মেঘালয়ৰ হুইছলিং গাঁও’ (Whistling village of Meghalaya) হিচাপে খ্যাত কংথং গাঁৱৰ ৰাইজে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাবে সাজি উলিয়াইছে এটি বিশেষ ‘সুহুৰি’ ৷ গাঁৱখনৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতিত সন্মান প্ৰদৰ্শন কৰিয়েই এই বিশেষ সুহুৰিটি সাজি উলিয়াইছে কংথংবাসীয়ে (Meghalaya Village assigns a tune to honour PM Narendra Modi) ৷

DJ ৰ গানৰ তালত মতলীয়া বিয়াঘৰ: মৃত্যু উপত্যকাত পৰিণত কুকুৰা ফাৰ্ম

DJ ৰ গানত তালে তাল মিলাই নচাৰ কথা হয়তো আপোনালোকে শুনিছে বা আপুনি নিজেও এনে সংগীতৰ আমোদ লৈছে ৷ বৰ্তমান আমাৰ সমাজৰ বিবাহ-অনুষ্ঠান বোৰত খুবেই আদৰ এই DJ ৰ ৷

Andhra Pradesh flood: মৃতকৰ সংখ্যা ৪৪ জনলৈ বৃদ্ধি

অন্ধ্ৰ প্ৰদেশৰ প্ৰলয়ংকাৰী বানত (Andhra Pradesh flood) প্ৰায় ৪৪ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে । ইতিমধ্যে বানপীড়িতৰ সহায়ৰ বাবে বিশেষ সাহাৰ্য ঘোষণা কৰিছে চৰকাৰে (Andhra Pradesh govt support for flood victims)। এতিয়াও বহু স্থানত বান পৰিস্থিতি ভয়ংকৰ হৈয়ে আছে ।

Mexico bus crash : শোকাৱহ বাছ দুৰ্ঘটনাত নিহত ১৯ গৰাকী যাত্ৰী

মেক্সিকোত শুকুৰবাৰে পুৱাই সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা (Mexico bus crash)। দুৰ্ঘটনাত পতিত লোকসকলক উদ্ধাৰৰ বাবে এয়াৰ লিফ্টৰ ব্যৱস্থা কৰিছে প্ৰশাসনে ।

Happy Birthday Suresh Raina : 35 বছৰীয়া হ’ল মিষ্টাৰ আই পি এল

35 বছৰীয়া হ’ল মিষ্টাৰ আই পি এল সুৰেশ ৰাইনা ৷ 2005 চনত ODI ত অভিষেক ঘটোৱা ৰাইনাই ভাৰতৰ হৈ 322 খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে ৷ আই পি এলত 205 খন মেচত ৰাইনাৰ সংগ্ৰহ কৰিছে সৰ্বমুঠ 5,528 ৰাণ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.