ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি - 5 বজাৰ শীৰ্ষ 10 টা বাতৰি

5 বজাৰ শীৰ্ষ 10 টা বাতৰি...

TOP 10 at 5 PM
5 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Jul 31, 2021, 5:02 PM IST

অসম জাতীয় বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ 100 শতাংশ

গুৱাহাটী মহানগৰীস্থিত অসম জাতীয় বিদ্যালয়ৰ বিজ্ঞান শাখাৰ 39 গৰাকী শিক্ষাৰ্থীৰ ভিতৰত আটাইকেইগৰাকী শিক্ষাৰ্থীয়ে প্ৰথম বিভাগ লাভ কৰি উৰ্ত্তীণ হৈছে । কলা শাখাত 54 গৰাকী শিক্ষাৰ্থীৰ ভিতৰত 54 গৰাকীয়ে প্ৰথম বিভাগত উৰ্ত্তীণ হৈছে ।

ফলাফল সন্দৰ্ভত কি ক'লে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিবে ?

পৰীক্ষা নপতাকৈ অৱশেষত ঘোষণা কৰা হ'ল বহু প্ৰতিক্ষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল। বিকল্প মূল্যায়ন পদ্ধতিৰ আধাৰত ৱেবছাইটযোগে ফলাফল ঘোষণাৰ পিছতে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে সংসদৰ সচিব পুলক পাটগিৰিয়ে ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিৱসাগৰত উৰ্ত্তীণৰ হাৰ 97.77 শতাংশ

বহু বিতৰ্ক তথা জল্পনা-কল্পনাৰ অন্তত শুকুৰবাৰে ঘোষণা কৰা হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ ফলাফল অনুসৰি শিৱসাগৰ জিলাত উৰ্ত্তীণ হাৰ 97.77 শতাংশ ৷ জিলাখনত এইবাৰ মেট্ৰিকত বাবে মুঠ পৰীক্ষাৰ্থী আছিল 8838 গৰাকী ৷

অমলেটেই কাল হ’ল এগৰাকী মহিলাৰ...

ব্ৰেকফাষ্টত ৰুটীৰ সৈতে অমলেট খাই ভাল পায় ধুবুৰীৰ (DHUBRI) তোতা মিঞাই (TOTA MIYA) ৷ স্বাভাৱিকতেই ৰাতিপুৱাৰ চাহকাপৰ সৈতে ৰুটী আৰু অমলেটৰ ডিমাণ্ড ৰাখে তোতা মিঞা নামৰ লোকজনে ৷

ন্য়ায়ালয়ত মাতৃভাষাতে বিচাৰ প্ৰক্ৰিয়া চলোৱাৰ আহ্বান উপ-ৰাষ্ট্ৰপতিৰ

মাতৃভাষাৰ বাহিৰে আন ভাষা নজনা লোকসকলেও যাতে আদালতত উপস্থিতত থাকি নিজৰ সমস্যাৰ বিষয়ে প্ৰকাশ কৰিব পাৰে তাৰ বাবে সুবিধা আগবঢ়াবলৈ আহ্বান জনালে উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে(M. Venkaiah Naidu)।

প্ৰশান্ত কিশোৰে কি পৰামৰ্শ দিছে কংগ্ৰেছ দলক ?

বিশিষ্ট ৰাজনৈতিক পৰামৰ্শবিদ প্ৰশান্ত কিশোৰে দিয়া পৰামৰ্শ চিন্তা চৰ্চা কৰি ইতিমধ্যে বিভিন্ন পৰিকল্পনাৰ বাবে সাজু হৈছে দলটো । কিশোৰে দিয়া পৰিকল্পনাৰ ওপৰত চিন্তা-চৰ্চা কৰিবলৈ দলৰ আন জ্যেষ্ঠ নেতাসকলৰ সৈতেও বৈঠকৰ আহ্বান জনাইছিল ।

দিছপুৰে বিচাৰিছে খিলঞ্জীয়া মুছলমান চাহ জনগোষ্ঠী লোকৰ সবিশেষ তথ্য

দিছপুৰক লাগে খিলঞ্জীয়া মুছলমান আৰু চাহ জনগোষ্ঠীয় লোকৰ জনসংখ্যাৰ বিতং তথ্য । ৰাজ্যৰ ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগে সকলো জিলাৰ উপায়ুক্তলৈ এই সম্পৰ্কে এখন পত্ৰ প্ৰেৰণ কৰিছে ।

মিজোৰামত বিস্ফোৰক পদাৰ্থ উদ্ধাৰ হোৱা ঘটনাৰ তদন্ত কৰিব নিয়াই

মিজোৰামত বিস্ফোৰক পুনৰুদ্ধাৰ গোচৰৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (National Investigation Agency) ৷ শেহতীয়াকৈ অসম ৰাইফলছে (Assam Rifles) মিজোৰামত ২২ জুনত দুজন লোকক আটক কৰিছিল আৰু ম্যানমাৰলৈ চোৰাংকৈ অনা বৃহৎ যুদ্ধসামগ্ৰীৰ ভাণ্ডাৰ উদ্ধাৰ কৰিছিল ।

অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মিজোৰাম আৰক্ষীৰ এজাহাৰ

মিজোৰাম আৰক্ষীয়ে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে শুকুৰবাৰে দাখিল কৰিছে এজাহাৰ । মিজো আৰক্ষীয়ে মুখ্যমন্ত্ৰীগৰাকীৰ লগতে চাৰিগৰাকী আৰক্ষী বিষয়া, দুগৰাকী আমোলা আৰু প্ৰায় ২০০ গৰাকী অচিনাক্ত অসম আৰক্ষীৰ জোৱানৰ বিৰুদ্ধেও ৰুজু কৰিছে গোচৰ ।

ক'ভিড 19: দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য

দেশত অব্যাহত আছে কৰ’ণা মহামাৰীৰ দ্বিতীয় ঢৌৰ সংহাৰ ৷ কৰ’ণাৰ ভয়াৱহতাৰ ফলত দেশৰ কেবাখনো ৰাজ্যত লকডাউন ঘোষণা কৰাৰ লগতে বহু ৰাজ্যত জাৰি কৰা হৈছে নৈশ সান্ধ্য আইন ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.