ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 টা বাতৰি... - New education policy 2020

3 বজাৰ শীৰ্ষ 10 টা বাতৰি...

TOP 10 AT 3PM
3 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Dec 15, 2021, 2:58 PM IST

Akhil Gogoi's vs CM Himanta: মুকলি বিতৰ্কলৈ মুখ্যমন্ত্ৰীক আমন্ত্ৰণ অখিলৰ

‘‘মুখ্যমন্ত্ৰীৰ সাহস থাকিলে মুকলি মঞ্চত আহক আৰু সাহস নাথাকিলে তেওঁৰ পৰিয়ালৰ চেনেলত পোনপটীয়া সম্প্ৰচাৰত মোক মাতক’’ ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক মুকলি প্ৰত্যাহ্বান বিধায়ক অখিল গগৈৰ (Akhil Gogoi dares Himanta Biswa Sarma for open debate) ৷

New education policy 2020 : নতুন শিক্ষানীতি ২০২০ ৰ অধিসূচনা জাৰি দিছপুৰৰ

শীঘ্ৰেই অসমত বলৱৎ হ’ব নতুন শিক্ষানীতি ৷ বঙাইগাঁৱত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকে (Assam Government's cabinet meeting in Bongaigaon) এই বিষয়ত অনুমোদন জনোৱাৰ পিছত ৰাজ্যৰ শিক্ষা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তীয়ে জাৰি কৰিছে নতুন শিক্ষানীতি ২০২০ ৰ অধিসূচনা জাৰি কৰিছে ৷

Manohari Gold tea new records : প্ৰতিকেজিত ৯৯,৯৯৯ টকা দৰত বিক্ৰী হ’ল অসমৰ চাহ

ৰাজ্যৰ লগতে ডিব্ৰুগড়ৰ চাহ উদ্যোগলৈ আহিছে আন এক সু-সংবাদ । চাহ নিলাম কেন্দ্ৰত পুনৰ অভিলেখ গঢ়িলে ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাই (Manohari Gold tea new records)।

চৰকাৰী মাটি দখল কৰাৰ অভিযোগত জেলত যাব লাগিব অখিল গগৈ : জয়ন্ত মল্ল বৰুৱা

খোদ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপিত ভূমি কেলেংকাৰী(Land grabbing allegation against CM family) বিষয়ক অভিযোগকলৈ অখিল গগৈয়ে তীব্ৰ সমালোচনা কৰি থকা সময়তে এতিয়া গগৈক ওভটি ধৰিছে বিজেপিৰ ইজনৰ পিছত সিজন মন্ত্ৰী বিধায়কে ৷

জাঁজীমুখৰ সমস্যা আৰু সম্ভাৱনাত কেতিয়া দৃষ্টি পৰিব ৰজাঘৰৰ ?

জাঁজীমুখৰ সমস্যা সমাধানত ব্যৰ্থ ৰাজ্য চৰকাৰ ৷ অসমৰ গ্ৰাম্য অৰ্থনীতি (Rural Economy of Assam)ক তৰান্বিত কৰিব পৰা প্ৰচুৰ সম্ভাৱনাময় এই স্থান আজিও অৱহেলিত ৷ এই অভিযোগ স্থানীয় ৰাইজৰ ৷

GMC notice issued to private school : কৰ পৰিশোধ নকৰা ব্যক্তিগত বিদ্যালয়লৈ GMC ৰ জাননী

গুৱাহাটী পৌৰ নিগমক বছৰ বছৰ ধৰি কোটি কোটি টকাৰ কৰ ফাঁকি মহানগৰীৰ প্ৰায় ২৫০ খন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ৷ বিদ্যালয়সমূহৰ তালিকাত আছে বহু আগশাৰীৰ বিদ্যালয়ৰ নাম ৷ কৰ পৰিশোধ নকৰা ব্যক্তিগত খণ্ডৰ বিদ্যালয়য়ৈ GMC ৰ জাননী(GMC notice issued to private school) ৷

Nechiphu tunnel : ২০২২ ৰ এপ্ৰিল মাহত নেচিফু সুৰংগৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা

পূৰ্ণগতিত চলিছে অৰুণাচলৰ পশ্চিম কামেং জিলাত নিৰ্মাণ কৰি থকা নেচিফু সুৰংগৰ কাম (Nechiphu tunnel is under construction) । ৫০০ মিটাৰ দৈৰ্ঘৰ সুৰংগটোৰ নিৰ্মাণকাৰ্য ২০২২ ৰ এপ্ৰিল মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে । এতিয়ালৈকে সুৰংগটোৰ ৪০০ মিটাৰ দৈৰ্ঘৰ কাম সম্পূৰ্ণ হৈছে ।

Farmers to vacate Ghazipur border : আজি সম্পূৰ্ণৰূপে মুকলি হ’ব গাজীপুৰ সীমান্ত

প্ৰতিবাদী কৃষকৰ শেষৰটো দলে বুধবাৰে প্ৰতিবাদস্থলী এৰি আপোন ঘৰলৈ ৰাওনা হ'ব (Farmers to vacate Ghazipur protest site) । সম্পূৰ্ণৰূপে খালী হৈ পৰিব গাজীপুৰ সীমান্তৰ প্ৰতিবাদস্থলী । আজি অনুষ্ঠিত হ’বলগা পদযাত্ৰাৰ নেতৃত্ব দিব কৃষক নেতা ৰাকেশ টিকাইটে ।

Coonoor chopper crash: মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে গ্ৰুপ কেপ্টেইন বৰুণ সিঙে

ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ মৃত্যু ৷ তামিলনাডুৰ কুন্নুৰত সংঘটিত হেলিকপ্টাৰ দুৰ্ঘটনাৰ একমাত্ৰ জীৱন্ত ভুক্তভোগী আছিল বৰুণ সিং ৷ বৰুণৰ মৃত্যুৰ লগে লগে এই অভিশপ্ত হেলিকপ্টাৰ দুৰ্ঘটনাটোত মৃতকৰ সংখ্যা 14 জনলৈ বৃদ্ধি পালে ৷

Happy Birthday Prastuti Parasar : 40 বছৰীয়া হ’ল অসমীয়া ছবি জগতৰ অপ্ৰতিৰোধ্য অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ

মঞ্চ, নাট, থিয়েটাৰ, টেলিভিছনৰ পৰা অসমীয়া ছবি জগতলৈকে জনপ্ৰিয়তাৰ ধাৰাবাহিকতা অটুট ৰখা অসমৰ এগৰাকী অন্যতম অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে আজি পালন কৰিব 40 বছৰীয়া জন্মদিন (prastuti parasar turns 40 today) ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.