ভেকচিন প্ৰক্ৰিয়াই অসমত অতিক্ৰম কৰিলে এক কোটিৰ ঘৰ
ৰাজ্যৰ ৮৪,৬৭,৫০২ গৰাকীয়ে প্ৰতিষেধকৰ প্ৰথম পালি আৰু ১৮,৬৪,১৭৮ গৰাকীয়ে দ্বিতীয় পালি লাভ কৰিছে । বিগত ২৪ ঘণ্টাত অসমত ১২৭৬ গৰাকী লোক নতুনকৈ কৰ'ণাত আক্ৰান্ত হৈছে । আক্ৰান্তৰ হাৰ ১.১৪ শতাংশ । আনহাতে কৰ'ণাত মৃত্যু হৈছে ২১ জন লোকৰ ।
মিজোৰামৰ ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনাৰ বিৰুদ্ধে অসম আৰক্ষীৰ গোচৰ
মিজোৰামৰ ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনা(Rajya Sabha MP K Vanlalvena)ই সংবাদ মাধ্যমৰ আগত দিয়া এক বিতৰ্কিত সাক্ষাৎকাৰক ভিত্তি কৰি অসম আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে ৷ 26 জুলাইৰ ঘটনা সম্পৰ্কত আইনী ব্যৱস্থা ল'বলৈ চিআইডিৰ বিষয়াসহ অসম আৰক্ষীৰ এটা দল দিল্লীলৈ ৰাওনা হৈছে ৷
অসমীয়া লোকক ঘৰৰ পৰা উচ্ছেদ কৰি বাংকাৰ বনাইছে মিজো আৰক্ষীয়ে
অসমৰ এক ইঞ্চি মাটি মিজোৰামক এৰি দিয়া নহ’ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Bishwa Sarma)ই ঘোষণা কৰাৰ সময়তে সংঘটিত হৈছে অসমীয়া জনজাতীয় পৰিয়ালৰ ঘৰ মিজো আৰক্ষীয়ে দখল কৰাৰ ঘটনা ৷ কৰিমগঞ্জৰ তিনিটাকৈ পৰিয়ালক নিজৰ ঘৰৰ পৰা উচ্ছেদ কৰি বাংকাৰ বনাইছে মিজো আৰক্ষীয়ে ৷
শক্তিশালী আঞ্চলিকতাবাদে সুৰক্ষিত কৰিব অসম : অতুল বৰা
অসম ছাত্ৰ পৰিষদ আৰু অসম কৃষক পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ দুখনকৈ সভা অনুষ্ঠিত । ছাত্ৰ পৰিষদৰ সভাত ‘মিছন ১০০০‘ শীৰ্ষক কাৰ্যসূচীৰ জৰিয়তে অসমৰ যুৱক-যুৱতী আৰু ছাত্ৰ-ছাত্ৰীসকলক অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুত কৰাৰ লক্ষ্য । লাইলাপুৰত নিহত আৰক্ষীলৈ অসম গণ পৰিষদৰ শ্ৰদ্ধাঞ্জলী ।
Tokyo Olympics : পুৰুষৰ হকীত ভাৰতৰ হাতত ৩-১ গ'লত পৰাস্ত আৰ্জেণ্টিনা
অলিম্পিকত ভাৰতীয় দলৰ বিজয় যাত্ৰা অব্যাহত ৷ বৃহস্পতিবাৰে ভাৰতীয় হকী দলটোৱে অলিম্পিকৰ ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাক ৩-১ গ'লত পৰাস্ত কৰে ।
দেশভক্তি দিৱসত ৰক্তদান শিবিৰৰ আয়োজন
দেশভক্ত তৰুণ ৰাম ফুকনৰ 82 সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে ৰাজ্যজুৰি উদযাপন দেশভক্তি দিৱস ৷ অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে চলিত বৰ্ষৰ পৰা পালন কৰা হৈছে এই দিৱস ৷
শক্তিশালী আঞ্চলিকতাবাদে সুৰক্ষিত কৰিব অসম : অতুল বৰা
অসম ছাত্ৰ পৰিষদ আৰু অসম কৃষক পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ দুখনকৈ সভা অনুষ্ঠিত । ছাত্ৰ পৰিষদৰ সভাত ‘মিছন ১০০০‘ শীৰ্ষক কাৰ্যসূচীৰ জৰিয়তে অসমৰ যুৱক-যুৱতী আৰু ছাত্ৰ-ছাত্ৰীসকলক অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুত কৰাৰ লক্ষ্য । লাইলাপুৰত নিহত আৰক্ষীলৈ অসম গণ পৰিষদৰ শ্ৰদ্ধাঞ্জলী ।
JISTৰ নিযুক্তি-ঠিকা বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ অধ্যক্ষৰ
যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান(Jorhat institute of science and technology)ৰ নিযুক্তি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে প্ৰতিষ্ঠানখনৰ অধ্যক্ষই । সংকল্প গগৈ আৰু হেমন্ত গগৈয়ে কেনেকৈ প্ৰতিষ্ঠানখনৰ কামৰ ঠিকা লাভ কৰিছিল সেই বিষয়েও প্ৰকাশ কৰিলে অধ্যক্ষগৰাকীয়ে ।
ৰাজহ সংগ্ৰহৰ অভিলেখ গঢ়িলে ৰাজ্যৰ বিদ্যুৎ বিভাগে
ৰাজ্যৰ বিদ্যুৎ বিভাগে ৰাজ্যজুৰি আৰম্ভ কৰিছে সফল ৰাজহ সংগ্ৰহ অভিযান ৷ এনে সময়তে বিভাগে বান্ধি দিয়া ৰাজহৰ লক্ষ্যতকৈ অধিক ৰাজহ সংগ্ৰহ কৰিলে ডুমডুমা বিদ্যুৎ উপ-সংমণ্ডলৰ ৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অষ্টম সংযোজনকলৈ বিভ্ৰান্তি
শেহতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান(Kaziranga national park)ৰ অষ্টম সংযোজনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল বন্য প্ৰাণী সুৰক্ষা আইন 1972 (wild life protection act 1972)ৰ অধীনত ৷ কিন্তু, সম্প্ৰতি অষ্টম সংযোজনৰ এলেকাক লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছে কলিয়াবৰৰ ৰাইজৰ মাজত ৷