ETV Bharat / state

3 বজাৰ দহটা শীৰ্ষ খবৰ... - undefined

3 বজাৰ দহটা শীৰ্ষ খবৰ...

3 বজাৰ দহটা শীৰ্ষ খবৰ...
3 বজাৰ দহটা শীৰ্ষ খবৰ...
author img

By

Published : Jun 30, 2021, 3:04 PM IST

1.২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নহ’ব সমষ্টি পুণৰ নিৰ্ধাৰণ

ৰাজ্যৰ বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে সজোৰে চৰ্চা চলিছিল যে, নতুন সমষ্টি‌ পুণৰ নিৰ্ধাৰণৰ ভিত্তিতে ২০২১ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব । কিন্তু অৱশেষত সেয়া‌ সম্ভৱ হৈ নুঠিল ।

2.শালকোচা বজাৰত জব্দ বৃহৎ পৰিমানৰ বিলাতী সুৰা

কৰ'ণা সংক্ৰমণ ৰোধৰ বাবে ৰাজ্যত আংশিক লক ডাউন, সান্ধ্য আইন বলৱৎ হৈ থকাৰ সুযোগ গ্ৰহণ কৰি জিলাই জিলাই একাংশ অসাধু লোকে চলাই গৈছে ড্ৰাগছ আৰু নিচা জাতীয় সামগ্ৰীৰ ৰমৰমীয়া বেহা ৷ পুনৰ ধুবুৰী জিলা আৰক্ষীয়ে (Dhubri police) আৰক্ষীয়ে চাপৰৰ শালকোচা বজাৰত অভিযান চলাই অবৈধভাৱে মজুত কৰি ৰখা বৃহৎ পৰিমানৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয়।

3.চিৰাঙত 36 খন চুৰি বাইকসহ 19 টা চোৰ আৰক্ষীৰ জালত

চিৰাঙত অসম আৰক্ষীৰ (Assam Police) বিশেষ সঞ্চালক প্ৰধান এল আৰ বিষ্ণইৰ সংবাদমেল । চিৰাঙত ৩৬ খন চুৰি মটৰ চাইকেল উদ্ধাৰ ৷ ১৯ টা চোৰ আৰক্ষীৰ জালত ৷

4.নগাঁৱত ক'ভিড কেয়াৰ কেন্দ্ৰৰ পৰা পলায়ন কৰা ৰোগীক পুনৰ আটক

নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিসালয় (Bhogeswari Phukanani Civil Hospital)ৰ পৰা পলায়ন কৰে এগৰাকী কভিডত আক্ৰান্ত হোৱা লোক ৷ ইতিমধ্যে বটদ্ৰৱাৰ ভোগবাৰী গাঁৱৰ ৰাইজে লোক জনক আটক কৰি জাজৰী আৰক্ষী থানাত চমজাই দিয়ে ৷

5.জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ কাৰ্যালয়ত মন্ত্রী অতুল বৰা

ঐতিহাসিক অসম চুক্তিৰ (Assam Accord) বিভিন্ন দফা ৰূপায়ণ সন্দৰ্ভত আলোচনা । এন আৰ চিৰ (NRC) পুনৰীক্ষণৰ বাবে চৰকাৰে লোৱা পদক্ষেপৰ প্ৰতি জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ সদিচ্ছা আৰু সমৰ্থন।

6.ক'ভিড প্ৰট'কল ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ আনন্দ মিশ্ৰ

কলিয়াবৰত উপস্থিত হৈ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই কলিয়াবৰ আৰক্ষী থানাৰ লগতে জখলাবন্ধা আৰক্ষী থানাৰ কাম-কাজৰ বুজ লোৱাৰ লগতে আইন-শৃংখলা পৰিস্থিতিৰ তদাৰক কৰে ৷

7.ডিব্ৰুগড়ৰ পৰাই বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত অংশগ্ৰহণ সৰ্বানন্দ সোণোৱালৰ

ডিব্ৰুগড়ত ভাৰ্চুৱেলি অনুষ্ঠিত হ’ল বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকি কৰিলে মাৰ্গ দৰ্শন ৷

8.বিশ্বজুৰি নূন্যতম কৰ সন্দৰ্ভত মাৰ্কিন কোষাগাৰ সচিবৰে আলোচনা নিৰ্মলা সীতাৰমণৰ

মঙলবাৰে এক গুৰুত্বপূৰ্ণ বিষয়ত মাৰ্কিন কোষাগাৰ সচিবৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে (Nirmala Sitharaman) । বিশ্বজুৰি নূন্যতম কৰ সন্দৰ্ভত আলোচনা কৰে দুয়োগৰাকীয়ে ।

9.ত্ৰিপুৰাত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটত মোখ্যম আঘাত

ব্ৰিশাকেতু দেৱবাৰ্মা (Brishaketu Debbarma)ই 2018 চনৰ নিৰ্বাচনত পশ্চিম ত্ৰিপুৰা জিলাৰ অন্তৰ্গত ১ নং চিমনা বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল । তেওঁ বিধানসভাৰ অধ্যক্ষ ৰেৱতী মোহন দাস (Assembly Speaker Rebati Mohan Das) ক পদত্যাগ পত্ৰ অৰ্পণ কৰে ৷

10.শশীকলাৰ বিৰুদ্ধে গোচৰ প্ৰাক্তন মন্ত্ৰীৰ

তামিলনাডু আৰক্ষীয়ে প্ৰাক্তন মন্ত্ৰী চি ভি শানমুঘামে দাখিল কৰা অভিযোগৰ ভিত্তিত এ আই এ ডি এম কে (AIADMK)ৰ প্ৰাক্তন অন্তৱৰ্তীকালীন সাধাৰণ সম্পাদক ভি কে শশীকলা (V K Sasikala) আৰু ৫০০ জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে । শশীকলাৰ নিৰ্দেশত কেইবাজনো জ্ঞাত আৰু অজ্ঞাত লোকে তেওঁক মৃত্যুৰ ভাবুকি দিয়াৰ অভিযোগ তুলিছে শানমুঘানে।

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.