ETV Bharat / state

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Mar 26, 2022, 11:01 AM IST

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP 10 AT 11 AM
পুৱা 11 বজাৰ শীৰ্ষ 10 টা বাতৰি

পাঁচদিনত চতুৰ্থবাৰলৈ বৃদ্ধি পে’ট্ৰল-ডিজেলৰ মূল্য

শনিবাৰে পুৱা পুনৰ 80 পইচাকৈ বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য (Petrol diesel prices hiked) ৷ ৰাজধানী দিল্লীত বৰ্তমান প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য 98.61 টকা আৰু ডিজেলত 89.87 টকালৈ বৃদ্ধি পাইছে ।

গুজৰাটত পৰম্পৰাগত ঔষধিৰ গ্ল'বেল চেণ্টাৰ : জেনেভাত স্বাক্ষৰ MoU

গুজৰাটত স্থাপন কৰা হ’ব পৰম্পৰাগত ঔষধিৰ গ্ল'বেল চেণ্টাৰ (Traditional medicinal global centre to be set up in Gujarat) ৷ জেনেভাত বিশ্ব স্বাস্থ্য সংস্থা আৰু ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰণালয়ৰ মাজত স্বাক্ষৰিত কৰা হয় বুজাবুজিৰ চুক্তি ৷ কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুকুৰবাৰে লোকসভাত প্ৰকাশ কৰে এই তথ্য ৷

আশ্ৰয়স্থলীয়ে হ’লগৈ মৃত্যুৰ কাৰক

ধুমুহাৰ ফলত গছৰ তলত আশ্ৰয় লোৱাই কাল হ’ল কমাৰবন্ধাৰ দ-গোঁহাই গাঁৱৰ হেমকান্ত বৰাৰ । শুকুৰবাৰে নিশা এডাল প্ৰকাণ্ড জৰী গছ উভালি পৰি মৃত্যু ঘটে 63 বছৰীয়া হেমকান্ত বৰা (one man died due to storm in Golaghat) নামৰ এগৰাকী ব্যক্তিৰ ৷

The Kashmir Files: দ্য কাশ্মীৰ ফাইলচক লৈ ব্যস্ততা বাঢ়িছে চৰকাৰী বিষয়া-আমোলাৰ

দেশজুৰি বিশেষ চৰ্চা লাভ কৰা দ্য কাশ্মীৰ ফাইলচ্ ছবিখনক কেন্দ্ৰ কৰি অসমতো সম্প্ৰতি ভিন্ন ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (The Kashmir Files influence in Assam)। ৰাজ্যৰ শাসকীয় দল বিজেপিৰ মন্ত্ৰী, বিধায়কৰ পৰা আৰম্ভ কৰি বিজেপিৰ নেতা, কৰ্মকৰ্তাসকল ছবিখনৰ প্ৰচাৰৰ বাবে উঠিপৰি লগা দেখা গৈছে ৷

দ্বীপ্তেশ্বৰীৰ পুঠিমাৰী নৈত চলিছে বালিৰ ৰমৰমীয়া বেহা

ৰঙিয়াৰ দ্বীপ্তেশ্বৰীৰ পুঠিমাৰী নৈত প্ৰতিদিনে চলি আছে অবৈধ বালিৰ খনন (Illegal sand mining at Rangia) ৷ নিৰ্বিকাৰ বন বিভাগৰ উত্তৰ কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰীৰ কাৰ্য‍ালয় । কাৰ নেতৃত্বত চলিছে এই অবৈধ খনন ! চাওক পুঠিমাৰী নৈৰ পৰা আমাৰ এক প্ৰতিবেদন ৷

Eco Sensitive Zone: কলিয়াবৰৰ লেপ্ৰ'চি কলনিত কান্দোনৰ ৰোল

ৰাজ্যিক কেবিনেটত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এনিমেল ক'ৰিডৰ আৰু পৰিৱেশ-সংবেদনশীল অঞ্চল (Eco Sensitive Zone in Kaziranga)সম্পৰ্কে সিদ্ধান্ত গ্ৰহণৰ পিছতে এখন কলনিৰ প্ৰায় দুই শতাধিক লোক শংকিত হৈ পৰিছে ।

Rajya Sabha Election 2022: বিৰোধীৰ ৪৩ৰ অংকত আউল লগাৰ আশংকা

দ্বিতীয়খন আসনত সংখ্যাৰ দিশেৰে কংগ্ৰেছ প্ৰার্থী ৰিপুণ বৰা বিৰোধীৰ সম্মিলিত ভোটেৰে জয়ী হোৱাটো নিশ্চিত হৈ আছে যদিও কংগ্ৰেছীয়েই কংগ্ৰেছৰ শত্ৰুত পৰিণত হোৱাৰ লগতে বিৰোধীৰ মাজতো প্ৰয়োজনীয় ঐক্যৰ অভাৱ তথা সন্দেহ-অবিশ্বাসে নিৰ্বাচনী ছবিখন ধূসৰ কৰি তুলিছে (Rajya Sabha election 2022)।

The Kashmir files চাবলৈ গৈ কিয় কান্দিছিল আঙুৰলতাই ?

শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৰাজ্যৰ বহু বিধায়ক তথা বিজেপি নেতা কৰ্মীয়ে ছবিগৃহলৈ গৈ উপভোগ কৰিছিল 'দ্যা কাশ্মীৰ ফাইলছ' ছবিখন (BJP leaders in Assam watched The Kashmir files ) ৷ ছবিখন চাই যথেষ্ট আৱেগিক হৈ পৰা দেখা গৈছিল বিজেপি নেত্ৰী তথা অভিনেত্ৰী আঙুৰলতা ডেকাক ৷

Russia Ukraine War : ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ নতুন মোৰ

শেহতীয়াকৈ ইউক্ৰেইনৰ ডনবাছ অঞ্চল দখল কৰাত অধিক গুৰুত্ব আৰোপ কৰিছে ৰাছিয়াই । যাৰ পৰিপ্ৰেক্ষিতত ইউক্ৰেইন সেনাই তীব্ৰ প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰিছে ।

Vidya Balan Latest Updates: ৰিলেছনশ্বিপ ড্ৰামাত অধিক আগ্ৰহী বিদ্যা বালান

বলীউড তাৰকা বিদ্যা বালানে কয় যে এগৰাকী অভিনেত্ৰী হিচাপে সম্পৰ্কৰ পটভূমিত ৰচনা কৰা নাটক তেওঁৰ প্ৰিয় ৷ প্ৰতীক গান্ধীৰ সৈতে এনে এটা প্ৰকল্পৰ অংশ হ'বলৈ পাই আনন্দিত হৈ পৰিছে বিদ্যা (Vidya Balan latest updates) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.