ETV Bharat / state

11 বজাৰ শীৰ্ষ 10 টা বাতৰি - TOP 10 AT 11 AM

পুৱা 11 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP 10 AT 11 AM
পুৱা 11 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Mar 14, 2022, 11:00 AM IST

ৰাজ্যপালৰ ভাষণৰে আৰম্ভ বিধানসভাৰ বাজেট অধিৱেশন

বিধানসভাৰ এইবাৰৰ বাজেট অধিৱেশনত কমেও সাতখনকৈ বিধেয়ক সদনত উত্থাপন কৰা হ’ব । ১৬ মাৰ্চত সদনত বিত্ত মন্ত্ৰী অজন্তা নেওগে (Assam first female finance minister Ajanta Neog) দাখিল কৰিব ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেট ৷

ডিব্ৰুগড় সদৰ থানাৰ চৌহদত চাঞ্চল্যকৰ হত্যাকাণ্ড

ডিব্ৰুগড় সদৰ থানাৰ চৌহদত দেওবাৰে নিশা সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড (Sensational murder at Dibrugarh Police station) । ভূক্তভোগীক সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হয় যদিও ইতিমধ্যে তেওঁ মৃত্যুক আঁকোৱালি লয় ।

PM Modi meets three services chiefs : তিনি সেৱাৰ মুৰব্বীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে ইউক্ৰেইনত চলি থকা যুদ্ধৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ নিৰাপত্তা প্ৰস্তুতি আৰু সাম্প্ৰতিক গোলকীয় পৰিস্থিতিৰ পৰ্যালোচনা কৰিবলৈ নিৰাপত্তা বিষয়ক কেবিনেট কমিটিৰ এখন বৈঠকত সভাপতিত্ব কৰে । তেওঁ তিনিওটা সেৱাৰ মুৰব্বীসকলকো সাক্ষাৎ কৰে (PM Modi meets three services chiefs) ৷

পৰ্যটন খণ্ডক উৎসাহিত কৰিবলৈ 50 খন বৃহৎ ছাইনব’ৰ্ড স্থাপন কৰিব ত্ৰিপুৰা চৰকাৰে

পৰ্যটন খণ্ডক উৎসাহিত কৰাৰ বাবে ন ন কৌশল অৱলম্বন কৰিছে ত্ৰিপুৰা চৰকাৰে ৷ ৰাজ্যখনৰ পৰ্যটন বিভাগে ইয়াৰ পৰ্যটন ক্ষেত্ৰসমূহৰ অধিক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে 50 খনতকৈও অধিক বৃহৎ আকৃতিৰ ছাইনব’ৰ্ড (Tripura to install 50 large signages) স্থাপন কৰাৰ সিদ্ধান্ত লৈছে ।

নেতৃত্ব সলনি নহয় : ছোনিয়া গান্ধীয়েই হৈ থাকিব কংগ্ৰেছ সভানেত্ৰী

৫ ৰাজ্যত নিৰ্বাচনৰ বিপৰ্যয়ৰ পিছত কংগ্ৰেছ দলৰ কাৰ্যকৰী কমিটিৰ গুৰুত্বপূৰ্ণ বৈঠক । বৈঠকত ছোনিয়া গান্ধীৰ নেতৃত্বৰ ওপৰত দলৰ কাৰ্যকৰী কমিটীয়ে পুনৰ আস্থা প্ৰকাশ কৰে (Sonia Gandhi to remain Congress president) ৷

Barack Obama tests positive for COVID-19 : আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাৰ দেহত ক’ভিড 19

টুইটাৰৰ জৰিয়তে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ'বামাই দেওবাৰে ঘোষণা কৰে যে, তেওঁ ক’ভিড-১৯ ত আক্ৰান্ত (Barack Obama tests positive for COVID-19) হৈছে ৷

খেলি থাকোতেই গ্ৰেণেড ফুটি আহত শিশু

টিৰাপ জিলাত চাঞ্চল্যকৰ ঘটনা ৷ খেলি থাকোঁতেই গ্ৰেণেড বিস্ফোৰণ হৈ আহত শিশু (Three children injured grenade explosion) ৷ শিশুকেইটিক খুনচাৰ জিলা অসামৰিক চিকিৎসালয়ৰ পৰা ততাতৈয়াকৈ অসমৰ ডিব্ৰুগড় জিলাৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ।

দলৰ পুৰণিসকল এতিয়া অৱহেলিত গুৰুত্বহীন ব্যক্তি: মন্ত্ৰী ৰাজেন গোঁহাই

পুৰণিগুদামত প্ৰাক্তন কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোঁহাইৰ দুখ প্ৰকাশ । ৰাজ্যিক বিজেপিত ইজনৰ পিছত সিজন অন্য দলৰ সদস্যই যোগদান সন্দৰ্ভত প্ৰাক্তন কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোঁহাইৰ প্ৰতিক্ৰিয়া প্ৰকাশ (Rajan Gohain comments on new BJP leaders) ৷

বিজেপিত যোগদান কৰিলেই সকলো জ্যেষ্ঠ হৈ পৰে : ভৱেশ কলিতা

শেহতীয়াকৈ দেখা গৈছিল ৰাজ্যিক বিজেপিত ইজনৰ পিছত সিজন অন্য দলৰ সদস্যই যোগদান কৰাৰ পিছত একাংশ জ্যেষ্ঠ বিজেপি নেতা-কৰ্মীয়ে এই সন্দৰ্ভত বিপৰীত স্থিতিত অৱস্থান কৰিছে ৷

পোলেণ্ডলৈ সাময়িকভাৱে স্থানান্তৰ ইউক্ৰেইনৰ ভাৰতীয় দূতাবাস

অব্যাহত আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘাত (Russia Ukraine conflict) ৷ এই সংঘাতৰ বাবেই পোলেণ্ডলৈ স্থানান্তৰিত কৰা হ’ল ইউক্ৰেইন স্থিত ভাৰতীয় দূতাবাস (Indian Embassy in Ukraine shifted to Poland) ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.