ETV Bharat / state

পুৱা 11 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Mar 9, 2022, 11:00 AM IST

পুৱা 11 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP 10 AT 11 AM
পুৱা 11 বজাৰ শীৰ্ষ 10 টা বাতৰি

Assam Municipal Election 2022: কোনে মাৰিব শেষ হাঁহি?

আজি পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে পৌৰ নিৰ্বাচনৰ ভোটগণনা(Municipal Election Results) ৷ ভোট গণনাৰ বাবে ইতিমধ্যে সম্পূৰ্ণ কৰি তোলা হৈছে প্ৰস্তুতি ৷ সকলোৰে দৃষ্টি এতিয়া, কাৰ দখললৈ যাব পৌৰসভা(Municipal Election Results)...

Manipur Election 2022 : ভোটগণনাৰ পূৰ্বে কংগ্ৰেছ প্ৰাৰ্থীসকলক একেলগে ৰখাৰ প্ৰচেষ্টা

10 মাৰ্চত ঘোষণা কৰা হ’ব মণিপুৰ বিধানসভাৰ নিৰ্বাচন (Manipur Election 2022) ৰ ফলাফল ৷ তাৰ পূৰ্বে যাতে মণিপুৰ কংগ্ৰেছৰ নিৰ্বাচনী প্ৰাৰ্থীসকলে আন দলসমূহ বিশেষকৈ বিজেপিৰ সৈতে যোগাযোগ স্থাপন কৰিব নোৱাৰে, তাৰ বাবে সুকীয়া ৰণনীতি প্ৰস্তুত কৰিছে কংগ্ৰেছৰ শীৰ্ষ নেতাসকলে (Congress planning to keep candidates together to avoid poaching attempt) ৷

Assam Municipal Election 2022 : মিত্ৰজোঁটৰ দখলত টীয়ক পৌৰসভা

বুধবাৰে পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে ৰাজ্যৰ 80 খন পৌৰসভাৰ পৌৰ নিৰ্বাচনৰ ভোটগণনা (Municipal Election Results) ৷ টীয়ক পৌৰসভাত মিত্ৰজোঁটে মাৰিলে শেষ হাঁহি ৷

Assam Municipality Election Result 2022 : বিজেপিৰ দখলত চাবুৱা পৌৰসভা

বিজেপিৰ দখলত চাবুৱা পৌৰসভা (BJP wins at chabua municipality Election) । সমষ্টিটোৰ মুঠ 10 টা ৱাৰ্ডৰ ভিতৰত 8 টা ৱাৰ্ডেই বিজেপিয়ে দখল কৰাৰ বিপৰীতে অগপই লাভ কৰে মাত্ৰ 2 টা ৱাৰ্ড । উল্লেখ্য যে, চাবুৱা সমষ্টিটো অগপৰ পোনাকণ বৰুৱাৰ দখলত থকাৰ বিপৰীতে বিজেপিয়ে পৌৰসভাখন দখল কৰাত বিশেষ চৰ্চিত হৈছে ।

বিধায়কৰ একাউণ্টৰ পৰা চাইবাৰ অপৰাধীয়ে লুটিলে ধন

চাইবাৰ অপৰাধীৰ বলি হ’ল বিধায়ক ৰফিকুল ইছলাম (Hacker looted money from Assam MLA's bank account) । বিধায়কজনৰ একাউন্টৰ পৰা চাইবাৰ অপৰাধীয়ে লুটি নিলে ৯০ হাজাৰ টকা।

শ্বেৰমান আলীক কংগ্ৰেছৰ পৰা প্ৰাৰ্থীত্ব দিয়াটো ভুল আছিল: দেবব্ৰত শইকীয়া

''শ্বেৰমান আলীক কংগ্ৰেছৰ পৰা প্ৰাৰ্থীত্ব দিয়াটো ভুল আছিল'' মঙলবাৰে এইদৰেমন্তব্য প্ৰকাশ কৰে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই (Debabrata Saikia criticize Sherman Ali) । বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীয়ে কংগ্ৰেছ দল সম্পৰ্কত কৰা কেতবোৰ মন্তব্যক লৈ এতিয়া ক্ষুব্ধ হৈছে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব ৷

উত্তৰ-পূৱৰ প্ৰথমখন ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন অমিত শ্বাহৰ

মঙলবাৰে ত্ৰিপুৰা ভ্ৰমণৰ অৰ্থে ৰাজ্যখনত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Home Minister Amit Shah visits Tripura) ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৱৰ প্ৰথমখন ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয় (NEs first National Forensic Science University) ৰ আধাৰশিলা স্থাপন কৰে ৷

ভয়ৰ সৃষ্টি কৰি সম্পত্তি দখলৰ চেষ্টা চলাই বিপদত পৰিছে ইৰান

আকৌ এবাৰ বন্দী হ’বলগীয়া হ’ল ইৰান ৷ ভয় ভাবুকিৰে সম্পত্তি দখলৰ চেষ্টা (Illegal acquisition of property creating fear) চলাই এতিয়া পুনৰ বিপদত পৰিছে ইৰান ৷

পৰৱৰ্তী কপিল দেৱ হ’ব খুজিছিল আশ্বিন

কপিল দেৱৰ অভিলেখ ভংগ কৰাৰ কথা সপোনতো ভবা নাছিল আশ্বিনে (Ashwin went past Kapil Dev's record)৷ এজন বেটচমেন হ’ব খুজিছিল আশ্বিন ৷ কিন্তু লাহে লাহে পৰৱৰ্তী কপিল দেৱ হোৱাৰ ইচ্ছা জাগিছিল আশ্বিনৰ ৷

Ajay devgn wishes womens day: নাৰী দিৱসত অজয় দেৱগণে শুভেচ্ছা যাচিলে কেইগৰাকী বিশেষ নাৰীক

নাৰী দিৱসৰ বিশেষক্ষণত অজয় দেৱগণৰ এটা বিশেষ পোষ্ট ( Ajay Devgn womens day message)৷ অভিনেতা জনৰ জীৱনটোক বিশেষ কৰি তোলা নাৰী সকলক যাচিলে নাৰী দিৱসৰ শুভেচ্ছা (Ajay devgn wishes womens day) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.