ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Feb 1, 2022, 11:06 AM IST

11 বজাৰ শীৰ্ষ দহটা বাতৰি

top-10-at-11-am
11 বজাৰ শীৰ্ষ দহটা বাতৰি

কেন্দ্ৰীয় চৰকাৰে অনুমোদন কৰা আঁচনিৰ ধন খৰছ কৰাত ব্যৰ্থ সমাজ কল্যাণ বিভাগ

কেন্দ্ৰীয় চৰকাৰে সমাজ কল্যাণ বিভাগৰ জৰিয়তে ৰাজ্যত কেতবোৰ আঁচনিৰ ব্যৱস্থা কৰিছে যদিও এইবোৰে মানুহক চুব পৰা নাই। ৰাজ্যৰ সমাজ কল্যাণৰ কেতবোৰ আঁচনি ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২০২০-২১ চনৰ বাবে নিদিষ্ট ধন মুকলি কৰি দিছে যদিও ৰাজ্য চৰকাৰে ধন ব্যয় কৰিব পৰা নাই (Assam government being unable to spend funds by central ) । যাৰ বাবে বহু অভিলাষী আঁচনিবোৰ ৰূপায়ণ হোৱা নাই ৷

মামাৰ জন্মদিন পালিবলৈ গুৱাহাটী যাত্ৰা মাজুলীৰ ৪৭ জন ভাগিনৰ

আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন(CM Himanta Biswa Sarma) ৷ 53 বছৰত ভৰি দিলে জনপ্ৰিয় ৰাজনীতিবিদ তথা অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে

নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰণৰ ক্ষেত্ৰত বিমোৰত আৰ এছ এছ

চৰম দোধোৰ-মোধোৰত পৰিছে বিজেপি তথা আৰএছএছ । ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত এইদৰে এতিয়া দোধোৰ-মোধোৰ অৱস্থা হৈছে বিজেপি তথা আৰএছএছৰ ( Implementation of CAA in assam) ৷

Guwahati high court rejects bail: গুৱাহাটী উচ্চ ন্যায়ালয়ত মুখ ঠেকেচা ৰৌণক আলিৰ

পুনৰ ন্যায়ালয়ত মুখ ঠেকেচা খালে নিলম্বিত জ্যেষ্ঠ আই পি এছ বিষয়া ৰৌণক আলী হাজৰিকা (Guwahati high court rejects bail of Rounak Ali Hazarika) ৷ পঢ়ক সবিশেষ...

Encounter in Barpeta: আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ ড্ৰাগছ মাফিয়া

এইবাৰ বৰপেটাত আৰক্ষীৰ এনকাউন্টাৰ (Encounter in Barpeta) ৷ গুলীবিদ্ধ হ’ল কুখ্যাত ড্ৰাগছ মাফিয়া ৷

Mamata blocks Governor Dhankar: মই বিৰক্তি পাই তেওঁক টুইটাৰত ব্লক কৰিছো

সহ্যৰ সীমা পাৰ হোৱাত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে টুইটাৰত ব্লক কৰিলে ৰাজ্যপাল জগদীপ ধনকড়ক ৷ এতিয়াৰ পৰা ৰাজ্যপাল জগদীপ ধনকড়ৰ চৰকাৰ বিৰোধী টুইট নপঢ়ে মমতা বেনাৰ্জীয়ে (Mamata Banerjee blocks Governor Jagdeep Dhankar on twitter) ৷ সোমবাৰে এই কঠোৰ সিদ্ধান্ত ল’লে পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Me Dam Me Phi: ধেমাজিত কেন্দ্ৰীয়ভাৱে আয়োজিত মে ডাম মে ফিত মুখ্যমন্ত্ৰী

আজি পৱিত্ৰ মে-ডাম-মে-ফি (Mae Dam Mae Phi) । টাই ধৰ্মীয় লোকসকলৰ অন্যতম ধৰ্মীয় অনুষ্ঠান মে-ডাম-মে-ফি ধেমাজিৰ হাবুঙত(Mae Dam Mae Phi celebrated in Dhemaji) কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰা হয় ।

Tense Situation at Kalgachia: চুৰি কৰি মুৰ্গী খোৱাৰ বাবেই চিকিৎসাধীন পোন্ধৰজন

কলগাছিয়া আৰক্ষী থানা তথা বালিকুৰি আৰক্ষী চকীৰ অন্তৰ্গত বালিকুৰি এন চি গাঁৱত সংঘটিত হয় ভয়ংকৰ মাৰপিটৰ ঘটনা (Tense Situation at Kalgachia) ।

Budget session ২০২২: পেগাছাচ স্পাইৱেৰৰ প্ৰসংগৰে বিজেপিক বিপদত পেলাব কংগ্ৰেছে

মঙ্গলবাৰে সংসদত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰিব ২০২২-২৩ বৰ্ষৰ বাজেট । এই বাজেট অধিবেশনত বিৰোধী কংগ্ৰেছে বিতৰ্কিত পেগাছাচ স্পাইৱেৰৰ বিষয়টোক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে (Congress plans to target Centre on Pegasus issue) ।

Assam Meghalaya Border Dispute : পুনৰ দিল্লীত অমিত শ্বাহৰ সৈতে বহিব শৰ্মা-চাংমা

পুনৰ দিল্লীলৈ উৰা মৰিব অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীদ্বয় ৷ অহা সপ্তাহত অসম-মেঘালয়ৰ সীমা বিবাদ সম্পৰ্কে সমাধানৰ সূত্ৰ বিচাৰি দিল্লীলৈ উৰা মাৰিব অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী ক্ৰমে, ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমা (Assam and Meghalaya CM to meet Amit Shah) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.