ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Jan 12, 2022, 11:03 AM IST

11 বজাৰ শীৰ্ষ দহটা বাতৰি

top-10-at-11-am
11 বজাৰ শীৰ্ষ দহটা বাতৰি

SIT submits report on Naga ambush : নাগালেণ্ডৰ গণহত্যাৰ সন্দৰ্ভত SIT য়ে দিয়া প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী

বিগত ৯ জানুৱাৰীত এছআইটিয়ে ৰাজ্য চৰকাৰক দাখিল কৰিছিল নগা সংঘৰ্ষৰ বিষয়ত যুগুত কৰা প্ৰতিবেদন (SIT submits report on Naga ambush) ৷ এই প্ৰতিবেদনখন ৰাজহুৱা কৰিবলৈ নগাৰ কেইবাটাও সামাজিক আৰু ছাত্ৰ সংগঠনে দাবী উত্থাপন কৰিছে ৷

ত্ৰিপুৰাক ড্ৰাগছমুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ সাজু চৰকাৰ

নৱপ্ৰজন্মক ড্ৰাগছৰ পৰা আঁতৰত ৰাখি প্ৰগতি আৰু সমৃদ্ধিশালী ৰাজ্য হিচাপে ত্ৰিপুৰাক গঢ়ি তুলিবলৈ আৰক্ষীক কঠোৰ ভূমিকা পালন কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱৰ (Tripura CM bats for drug free state) ৷ এক ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰি সদৰী কৰিলে এই কথা ৷

ক্ৰমাৎ গুৰুতৰ হৈ পৰিছে অসমৰ ক'ভিড পৰিস্থিতি

মাত্র এটা সপ্তাহৰ ভিতৰতে ৰাজ্যখনত ক'ভিডৰ সংক্ৰমণৰ হাৰ প্রায় ৫ গুণলৈ বৃদ্ধি পাইছে (Covid cases increasing in Assam)। মঙলবাৰে ৰাজ্যখনত ২৮৩৭ গৰাকী লোক নতুনকৈ ক'ভিডত ‍আক্ৰান্ত হৈছে । ইয়াৰে ৮৭০ গৰাকী গুৱাহাটী মহানগৰীৰ । আক্ৰান্তৰ হাৰ ৫.৬৯ শতাংশ । মঙলবাৰে ৰাজ্যখনত ৪৯,৮৪০ গৰাকী লোকৰ ক'ভিড টেষ্ট কৰা হৈছিল ।

24 ঘণ্টাত ভাৰতত 1,94,720টা নতুন ক’ভিড-19 ৰ ঘটনা

ক’ভিড-19 ত আক্ৰান্ত হৈ 442 জনৰ মৃত্যুৰ লগতে বতৰ্মান ভাৰতত আক্ৰান্তৰ সংখ্যাই বিগত 24 ঘণ্টাত লাখৰ ঘৰ ছুইচেগৈ ৷

অৱশেষত উৰুকাৰ নিশাৰ কাৰ্ফিউত আংশিক শিথিলতা প্ৰদান চৰকাৰৰ

উৰুকাৰ নিশা সান্ধ্য আইন কিছু পৰিমাণে শিথিল কৰা হৈছে (Relaxation of curfew in Uruka night) ৷ SOP ৰ বিৰোধিতা কৰা সকলক অসম বিৰোধী, অসমীয়া বিৰোধী আখ্যা মুখ্যমন্ত্ৰীৰ ৷

ভুৱা এনকাউণ্টাৰৰ বিস্তৃত শপতনামা দাখিলৰ বাবে ৰাজ্যৰ গৃহ বিভাগক দুসপ্তাহৰ সময় উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যত শেহতীয়াকৈ সংঘটিত হোৱা ভুৱা এনকাউণ্টাৰৰ অভিযোগ সন্দৰ্ভত অহা দুসপ্তাহৰ ভিতৰত ৰাজ্য চৰকাৰৰ গৃহ বিভাগক ভুৱা এনকাউণ্টাৰৰ সম্পৰ্কত উচ্চ ন্যায়ালয়ত বিস্তৃত শপতনামা দাখিল কৰাৰ নিৰ্দেশ দিছে (Gauhati HC asked detailed affidavit on fake encounters) ।

মঙলবাৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ দল হৰিণৰ গণনাৰ কাম

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মঙলবাৰৰ পৰা অনুষ্ঠিত হৈছে বিৰল প্ৰজাতি দল হৰিণৰ গণনা (Deer counting held at Kaziranga National Park) ৷ দল হৰিণ ভাৰতত পোৱা বাৰা শিঙা নামৰ হৰিণৰ উপ প্ৰজাতি ৷ যাক ইংৰাজীত Eastern swamp deer বুলি জনা যায় ৷

Preparation for Bhogali Bihu: পদূলিমুখত ভোগৰ ভোগালী

দুৱাৰ মুখত ভোগৰ উৎসৱ ভোগালী ৷ ভোগালীক আদৰিবলৈ ব্যস্ত ৰাজ্যবাসী (Preparation for Bhogali Bihu celebration across the state) ৷ চৌদিশে এতিয়া পাৰ ভঙা উচাহ ৷

ৰাজ্যসমূহৰ বিধানসভা নিৰ্বাচনৰ বাবেই 'কা’ সন্দৰ্ভত নীৰৱ হৈছে নেকি BJP ?

বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী আইনখনক (কা) লৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰাক লৈ সৰৱ অসম প্ৰদেশ কংগ্ৰেছ কমিটী ৷ বিভিন্ন ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে তথা পুনৰ ৰাজনৈতিক অস্থিৰতাই দেখা দিব পাৰে বুলি বিজেপি চৰকাৰে 'কা' বলৱৎ কৰাৰ বিষয়টো পিছুৱাই আছে বুলিও মত প্ৰদেশ কংগ্ৰেছৰ (APCC on BJP government delaying implementation of CAA) ৷

কাৰ্বি শান্তি চুক্তিত স্বাক্ষৰৰ পিছত প্ৰাক্তন KPLT(R) ৰ সদস্যই গঠন কৰিলে নতুন সংগঠন

কাৰ্বি শান্তি চুক্তিত স্বাক্ষৰ কৰাৰ পিছত প্ৰাক্তন কেপিএলটি (আৰ)ৰ সদস্যৰ কল্যাণাৰ্থে সোমবাৰে ডিফুত 'আবাৰিম কেৰিএলটি(আৰ)চিংৰি আচন' নামৰ স্বেচ্ছাসেৱী সংগঠন গঠন কৰা হ’ল ( Karbi peace accord ) ৷ এই সংগঠনটোৰ সবিশেষ জানো আহক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.