ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা বাতৰি...

author img

By

Published : Sep 28, 2021, 10:59 AM IST

11 বজাৰ শীৰ্ষ দহটা বাতৰি...

top 10 at 11 am
11 বজাৰ শীৰ্ষ দহটা বাতৰি

দিছপুৰৰ বৰ ঘৰত সন্দেহযুক্ত নাগৰিকৰ বেদখল

ছিপাঝাৰ গৰুখুটিৰ উচ্ছেদ অভিযানে ৰাজ্য তোলপাৰ লগোৱাৰ পিছত এইবাৰ সন্দেহযুক্ত নাগৰিকে ভৰি পৰিছে দিছপুৰ সমষ্টি । নাৱেৰে দিছপুৰ সমষ্টিৰ ভিন্ন প্ৰান্তত সন্দেহজনক নাগৰিকে চৰকাৰী ভূমি বেদখল কৰি নিশাটোৰ ভিতৰতে সাজিলে ঘৰ-দুবাৰ ।

ভাৰতত দ্ৰুতগতিত চলিছে ক’ভিড 19 ৰ প্ৰতিষেধক কাৰ্যসূচী

কৰ’ণা ভাইৰাছ নিৰ্মূলকৰণৰ স্বাৰ্থত দেশজুৰি টীকাকৰণ অভিযান দ্ৰুতগতিত অব্যাহত ৷ ভাৰতে যোৱা ৭ দিনত ২ লাখ ক’ভিড 19 ৰ আক্ৰান্তৰ প্ৰতিবেদন দাখিল কৰিছিল, যি আক্ৰান্তৰ হাৰৰ দুই-তৃতীয়াংশহে মাথো ৷

ৰাজ্যসভালৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত সুস্মিতা দেৱ : মমতাক প্ৰশংসা

ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱ ৷ বিধানসভা অধ্যক্ষৰ পৰা বিজয়ৰ প্ৰমাণপত্ৰ ল’বলৈ সোমবাৰে প্ৰথমবাৰলৈ পশ্চিমবংগৰ বিধানসভাত উপস্থিত হয় তৃণমূল কংগ্ৰেছৰ নেত্ৰীগৰাকী ৷

আগন্তুক দুৰ্গাপূজাত ধুবুৰীত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

এইবেলি প্ৰথমবাৰৰ বাবে ধুবুৰীৰ দুৰ্গাপূজাত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ সপ্তমী আৰু অষ্টমীত ধুবুৰীৰ বিভিন্ন পূজা মণ্ডপত উপস্থিত থাকি পূজা দিব মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

নন্দিতা শইকীয়া হত্যাকাণ্ডৰ ৪০০ পৃষ্ঠাজোৰা চাৰ্জশ্বিট দাখিল

অৱশেষত, ধেমাজি আৰক্ষীয়ে ৪০০ পৃষ্ঠাজোৰা চাৰ্জশ্বিট দাখিল কৰিলে দেশ কঁপোৱা নন্দিতা শইকীয়া হত্যাকাণ্ডৰ ৷ বহু সাক্ষীয়ে এই চাৰ্জশ্বীটত হত্যাকাৰীৰ বিৰুদ্ধে দাঙি ধৰিছে সাক্ষ্য ৷

তেজপুৰত ভূইকঁপৰ জোকাৰণি অনুভূত

তেজপুৰত ভূইকঁপৰ জোকাৰণি অনুভূত ৷ যাৰ প্ৰাবল্য আছিল ৩.২ ৷ ইয়াৰ পূৰ্বে শনিবাৰে অৰুণাচল প্ৰদেশৰ পাংগিঙৰ সমীপত ৪.৫ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল ৷

মাটি দাদালি কৰি গ্ৰেপ্তাৰ হ’ল মণ্ডল গুলজাৰ

শদিয়াৰ পৰা ধুবুৰীলৈ অবৈধ মাটিৰ দালালৰ বিৰুদ্ধে অভিযান চলাইছে আৰক্ষীয়ে ৷ এই সময়তে, শোণিতপুৰ জিলাৰ ঠেলামৰা চক্ৰ বিষয়া কাৰ্যালয়ৰ এজনক মণ্ডলক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷

ক'ভিডৰ তৃতীয় ঢৌ : শিশু চিকিৎসকসকলক সাজু কৰিছে ত্ৰিপুৰাই

ক'ভিডৰ সাম্ভাৱ্য তৃতীয় ঢৌৰ বাবে ত্ৰিপুৰাই ৰাজ্যখনৰ শিশু চিকিৎসকসকলক সাজু কৰি তুলিছে ৷ সাম্ভাৱ্য তৃতীয় ঢৌৰ পৰিপ্ৰেক্ষিতত উদ্ভৱ হ'ব পৰা যিকোনো ধৰণৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে ত্ৰিপুৰা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে(Tripura Health and Family Welfare Department) শিশু চিকিৎসকসকলৰ বাবে তীব্ৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে ৷

Birthday Special : ‘লগ জা গলে’ৰ পৰা ‘মেৰে খ্ৱাবো মে’লৈ Melody Queen ৰ কালজয়ী গীতসমূহ

আজি Melody Queen লতা মংগেশকাৰৰ 92 সংখ্যক জন্মদিন ৷ জন্মদিন উপলক্ষে তেওঁ কণ্ঠ নিগৰোৱা ‘ঠিক নহী লগতা’ নামৰ এটি গীত মুকলি কৰিব বিশাল ভৰদ্বাজ আৰু গুলজাৰে ৷

39 বছৰত ভৰি দিলে অভিনেতা ৰণবীৰ কাপুৰে

আজি বলীউডৰ ‘Romance Hero’ ৰণবীৰ কাপুৰ(Ranbir Kapoor)ৰ ওপজা দিন ৷ এইবেলি জন্মদিন উদযাপনৰ বাবে প্ৰেয়সী তথা অভিনেত্ৰী আলিয়া ভাট(Alia Bhatt)ৰ সৈতে ৰাজস্থানত উপস্থিত হৈছে অভিনেতাগৰাকী ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.