ETV Bharat / state

11 বজাৰ শীৰ্ষ 10 টা বাতৰি...

author img

By

Published : Sep 7, 2021, 11:01 AM IST

11 বজাৰ শীৰ্ষ 10 টা বাতৰি...

TOP 10 AT 11 AM
11 বজাৰ শীৰ্ষ 10 টা বাতৰি

কাগজ কলৰ কৰ্মচাৰী পৰিষদৰ সৈতে ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ বৈঠক

জাগীৰোড আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰী সকলৰ বাবে সু-খবৰ ৷ অচিৰেই অন্ত পৰাৰ দিশে মিল দুটাৰ দীৰ্ঘদিনীয়া সমস্যা ৷

বঙ্গাল-বঙ্গালনী গ্ৰস্থ বিতৰ্ক : স্থিতি স্পষ্ট কৰিলে অধ্যাপক ড৹ প্ৰফুল্ল কুমাৰ নাথে

বঙ্গাল-বঙ্গালনী নাটক লৈ বিতৰ্কৰ সৃষ্টি হোৱাৰ পিছতে সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰে ড৹ প্ৰফুল্ল কুমাৰ নাথে ৷ ড৹ নাথে কয় য়ে, জ্ঞাতে বা অজ্ঞাতে কিবা ভুল হ’ব পাৰে ।

কামৰূপ আৰক্ষীৰ এনকাউন্টাৰ: গুলিবিদ্ধ দুধৰ্ষ অপৰাধী নেকিবুৰ ৰহমান

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে এনকাউন্টাৰৰ ঘটনা ৷ শেহতীয়াকৈ অসমৰ প্ৰায় প্ৰতিখন জিলাতে সংঘটিত হৈছে এনকাউন্টাৰৰ ঘটনা ৷ অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী !

জাঁজীমুখত বন্যহস্তীৰ জাকে তচনচ কৰিলে ঘৰ-ভেটি

টীয়কৰ জাঁজীমুখত বন্যহস্তীৰ তাণ্ডৱে(Wild Elephant Terror) আতংকিত কৰি তুলিছে ৰাইজক ৷ বানে গৰকা জাঁজীমুখৰ বৰ মথাউৰিত বন্যহস্তীৰ তাণ্ডৱত ত্ৰাসিত হৈ পৰিছে জনজীৱন ।

নাহৰকটীয়াত ৩৫ বছৰেও মুকলি নহ'ল ৩০ খন বিচনাযুক্ত চিকিৎসালয়

চৰকাৰ গ’ল, চৰকাৰ আহিল ৷ নতুন চৰকাৰ গঠন হ’ল ৷ কিন্তু বিগত 35 বছৰ ধৰি চিকিৎসা সেৱা আৰম্ভ নহ’ল এখন চৰকাৰী চিকিৎসালয়ত ৷

৮ ছেপ্তেম্বৰত NFR মজদুৰ ইউনিয়নে পালন কৰিব সকিয়নী দিৱস

মোডী চৰকাৰে ৰে'লৰ লাভজনক সম্পত্তিসমূহ ব্যক্তিগতখণ্ডক গটাই দিয়াৰ প্ৰতিবাদত ৮ ছেপ্তেম্বৰত এন.এফ. ৰেলৱে মজদুৰ ইউনিয়নে পালন কৰিব সকিয়নী দিৱস ৷

আত্মহত্যাৰ বাবে প্ৰৰোচনা : আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ টিএমচি নেত্ৰীক

শনিবাৰে ত্ৰিপুৰাত এক চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা সংঘটিত হৈছিল । যুৱতীগৰাকীয়ে চুইচাইড নোটত লিখি থৈ গৈছিল এগৰাকী টিএমচি নেত্ৰীৰ নাম । কোন সেইগৰাকী টিএমচি নেত্ৰী ? তেওঁ সঁচাকৈয়ে জড়িত নেকি ঘটনাত ?

12 ছেপ্তেম্বৰত অনুষ্ঠিত হ'ব NEET-UG পৰীক্ষা

নিৰ্ধাৰিত সূচী অনুসৰি 12 ছেপ্তেম্বৰতে অনুষ্ঠিত হ'ব NEET-UG পৰীক্ষা ৷ পৰীক্ষা স্থগিত ৰাখিবলৈ কৰা আবেদন অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ ৷ 12 ছেপ্তেম্বৰৰ দিনটোত অন্য কেইবাটাও পৰীক্ষাৰ তাৰিখ থকাৰ বাবে NEET-UG পৰীক্ষা স্থগিত ৰখাৰ বাবে ন্যায়ালয়ত আবেদন জনোৱা হৈছিল ৷

ভাৰ্চুৱেলী অনুষ্ঠিত হ’ব সিদ্ধাৰ্থ শুক্লাৰ প্ৰাৰ্থনা সভা : অনুৰাগীয়ে ল’ব পাৰিব ভাগ

সোমবাৰে সন্ধিয়া 5 বজাত ভাৰ্চুৱেলী অনুষ্ঠিত কৰা হ’ব প্ৰয়াত অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ প্ৰাৰ্থনা সভা ৷ পৰিয়ালৰ তৰফৰ পৰা অনুৰাগীসকলক Zoom লিংকৰ জৰিয়তে সভাখনত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনায় অভিনেতা কৰণবীৰ বোহৰাই ৷

অ’ভেলত ইংলেণ্ডৰ বিপৰীতে ভাৰতৰ ঐতিহাসিক জয়

সোমবাৰে ভাৰত-ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈ থকা পাঁচখনীয়া টেষ্ট শৃংখলাৰ চতুৰ্থখন টেষ্টত আয়োজক দলটোৰ বিপৰীতে ঐতিহাসিক জয় লাভ কৰে ভাৰতে ৷ সম্প্ৰতি ভাৰতে এই শৃংখলাত 2-1 ৰ অগ্ৰগতি লাভ কৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.