ETV Bharat / state

পুৱা 11 বজাৰ শীৰ্ষ 10 বাতৰি - TOP 10 @ 11 AM

পুৱা 11 বজাৰ শীৰ্ষ 10 বাতৰি

TOP 10  AT 11 AM
পুৱা 11 বজাৰ শীৰ্ষ 10 বাতৰি
author img

By

Published : Jun 13, 2021, 11:02 AM IST

অসমত কিমান দূৰ ফলপ্ৰসু হৈছে অনলাইন শিক্ষা ব্যৱস্থা

ৰাজ্যৰ সহস্ৰাধিক গাঁৱত নাই ইণ্টাৰনেটৰ সেৱা । ইয়াৰে বহুতেই নাজানে ইণ্টাৰনেটৰ ব্যৱহাৰ । তদুপৰি কৰ'ণাকালীন পৰিস্থিতিত শিশু সন্তানক অনলাইন ক্লাছ কৰাব পৰাকৈ বহু অভিভাৱকসকল ডিজিটেলী শিক্ষিত নহয় ৷ গ্ৰামাঞ্চলত অসাৰ অনলাইন শিক্ষা ব্যৱস্থা আৰু অধিকাংশ লোকৰে নাই স্মাৰ্ট ফোন ।

চৰাইদেউত ড্ৰাগছসহ দুজনক আটক আৰক্ষীৰ

চৰাইদেউ জিলাৰ সোণাৰি কাকতিবাৰীত কাকতিবাৰী আৰক্ষী(Kakotibari police)য়ে চলোৱা এক ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ ড্ৰাগছসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ৷

সীমান্তত ড্ৰাগছ আৰু বাংলাদেশী মুদ্ৰাসহ আটক এজন

আন্তৰ্জাতিক চক্ৰৰ সৈতে কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত ড্ৰাগছৰ বেহা চলোৱা এগৰাকী ব্যৱসায়ীক আটক কৰিলে কৰিমগঞ্জ আৰক্ষীয়ে ৷ অভিযানটোত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছৰ টেবলেটৰ সৈতে উদ্ধাৰ কৰিলে বাংলাদেশী ধন ৷

খহনীয়াৰ কবলত ৰঙাগড়া চাহ বাগিচা আৰু গুইজান অঞ্চল

বাৰিষাৰ আগমনৰ লগে লগে সমগ্ৰ অসমতে চৰ্চিত বিষয়টো হৈছে বান-খহনীয়া ৷ ব্যতিক্ৰম নহয় তিনিচুকীয়া জিলা ৷ তিনিচুকীয়া জিলাৰ বিভিন্ন নৈপৰীয়া অঞ্চলত গৰাখহনীয়াই প্ৰবল ভাবুকি কঢ়িয়াই অনা পৰিলক্ষিত হৈছে ৷

COVAXIN ৰ দ্বিতীয় পালিৰ বাবে বিশেষ ব্যৱস্থা নগাঁও জিলা প্ৰশাসনৰ

COVAXIN ৰ দ্বিতীয় পালি টীকাকৰণ(Vaccine) প্ৰদানৰ ক্ষেত্ৰত নগাঁও জিলা প্ৰশাসনে গ্ৰহণ কৰিছে কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ জিলাখনত ৭ মে’ত ক’ভেক্সিনৰ প্ৰথম পালি টীকাকৰণ(Vaccine) গ্ৰহণ কৰা ১৮-৪৪ বয়সৰ নাগৰিকক প্ৰদান কৰা হ’ব COVAXIN ৰ দ্বিতীয় পালি টীকা(Vaccine) ৷

ধুবুৰীত চোৰাং বেহাৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী

মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিয়েই হিমন্ত বিশ্ব শৰ্মাই ড্ৰগাছ মুক্ত এখন অসম গঢ়াৰ বাবে অংগীকাৰ গ্ৰহণ কৰিছিল ৷ তাৰপাচতে ৰাজ্যৰ জিলাই জিলাই আৰক্ষীয়ে অভিযান চলাই প্ৰতিদিনে বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে ৷

গুৱাহাটীৰ ক'ভিড পৰিস্থিতি সন্দৰ্ভত স্বাস্থ্যমন্ত্রীৰ পৰ্যালোচনা বৈঠক

কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত গুৰুত্বপূৰ্ণ আলোচনা । জিলাখনত ক'ভিড পৰিস্থিতি সঠিকভাৱে নিয়ন্ত্ৰণৰ বাবে প্ৰধানকৈ তিনিটা টেষ্টিং(testing), ট্ৰেছিং(tracing) আৰু ট্ৰিটমেণ্টৰ(treatment) ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে । সান্ধ্য আইনৰ ক্ষেত্ৰত কঠোৰ নীতি গ্ৰহণ কৰিবলৈয়ো নিৰ্দেশ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ৷

পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিলে শিথিল হ’ব সান্ধ্য আইন : কেশৱ মহন্ত

গুৱাহাটীত নিম্নগামী হৈছে ক'ভিড আক্ৰান্তৰ হাৰ ৷ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিলে শিথিলতা আহিব সান্ধ্য আইনত ৷ ৰাজ্যত দৈনিক তিনি লাখ লোকক ভেকচিন দিয়াৰ লক্ষ্য চৰকাৰৰ ৷ সাজু কৰি তোলা হৈছে দুই হাজাৰ টিম ৷ এই কথা জনালে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷

কামৰূপ আৰক্ষীৰ জালত বৃহৎ ড্ৰাগছ সৰহবৰাহকাৰী চক্ৰ

শুকুৰবাৰে নিশা কামৰূপ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পমখেদি খবৰ লাভ কৰি অভিযান চলাই ড্ৰাগছ সৰহবৰাহ কৰাৰ পাঁচটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ আটক কৰা ড্ৰগাছ সৰবৰাহকাৰী কেইটা হৈছে প্ৰদীপ চৌধুৰী, দহৰাৰ ৰুবুল আলী, আফচাৰ আলী, জিয়াউৰ ৰহমান আৰু পিতাম্বৰ হাটবজালীৰ চাইদুৰ ৰহমান ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.