ETV Bharat / state

পুৱা 11 বজাৰ শীৰ্ষ 10 বাতৰি

author img

By

Published : Jun 13, 2021, 11:02 AM IST

পুৱা 11 বজাৰ শীৰ্ষ 10 বাতৰি

TOP 10  AT 11 AM
পুৱা 11 বজাৰ শীৰ্ষ 10 বাতৰি

অসমত কিমান দূৰ ফলপ্ৰসু হৈছে অনলাইন শিক্ষা ব্যৱস্থা

ৰাজ্যৰ সহস্ৰাধিক গাঁৱত নাই ইণ্টাৰনেটৰ সেৱা । ইয়াৰে বহুতেই নাজানে ইণ্টাৰনেটৰ ব্যৱহাৰ । তদুপৰি কৰ'ণাকালীন পৰিস্থিতিত শিশু সন্তানক অনলাইন ক্লাছ কৰাব পৰাকৈ বহু অভিভাৱকসকল ডিজিটেলী শিক্ষিত নহয় ৷ গ্ৰামাঞ্চলত অসাৰ অনলাইন শিক্ষা ব্যৱস্থা আৰু অধিকাংশ লোকৰে নাই স্মাৰ্ট ফোন ।

চৰাইদেউত ড্ৰাগছসহ দুজনক আটক আৰক্ষীৰ

চৰাইদেউ জিলাৰ সোণাৰি কাকতিবাৰীত কাকতিবাৰী আৰক্ষী(Kakotibari police)য়ে চলোৱা এক ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ ড্ৰাগছসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ৷

সীমান্তত ড্ৰাগছ আৰু বাংলাদেশী মুদ্ৰাসহ আটক এজন

আন্তৰ্জাতিক চক্ৰৰ সৈতে কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত ড্ৰাগছৰ বেহা চলোৱা এগৰাকী ব্যৱসায়ীক আটক কৰিলে কৰিমগঞ্জ আৰক্ষীয়ে ৷ অভিযানটোত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছৰ টেবলেটৰ সৈতে উদ্ধাৰ কৰিলে বাংলাদেশী ধন ৷

খহনীয়াৰ কবলত ৰঙাগড়া চাহ বাগিচা আৰু গুইজান অঞ্চল

বাৰিষাৰ আগমনৰ লগে লগে সমগ্ৰ অসমতে চৰ্চিত বিষয়টো হৈছে বান-খহনীয়া ৷ ব্যতিক্ৰম নহয় তিনিচুকীয়া জিলা ৷ তিনিচুকীয়া জিলাৰ বিভিন্ন নৈপৰীয়া অঞ্চলত গৰাখহনীয়াই প্ৰবল ভাবুকি কঢ়িয়াই অনা পৰিলক্ষিত হৈছে ৷

COVAXIN ৰ দ্বিতীয় পালিৰ বাবে বিশেষ ব্যৱস্থা নগাঁও জিলা প্ৰশাসনৰ

COVAXIN ৰ দ্বিতীয় পালি টীকাকৰণ(Vaccine) প্ৰদানৰ ক্ষেত্ৰত নগাঁও জিলা প্ৰশাসনে গ্ৰহণ কৰিছে কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ জিলাখনত ৭ মে’ত ক’ভেক্সিনৰ প্ৰথম পালি টীকাকৰণ(Vaccine) গ্ৰহণ কৰা ১৮-৪৪ বয়সৰ নাগৰিকক প্ৰদান কৰা হ’ব COVAXIN ৰ দ্বিতীয় পালি টীকা(Vaccine) ৷

ধুবুৰীত চোৰাং বেহাৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী

মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিয়েই হিমন্ত বিশ্ব শৰ্মাই ড্ৰগাছ মুক্ত এখন অসম গঢ়াৰ বাবে অংগীকাৰ গ্ৰহণ কৰিছিল ৷ তাৰপাচতে ৰাজ্যৰ জিলাই জিলাই আৰক্ষীয়ে অভিযান চলাই প্ৰতিদিনে বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে ৷

গুৱাহাটীৰ ক'ভিড পৰিস্থিতি সন্দৰ্ভত স্বাস্থ্যমন্ত্রীৰ পৰ্যালোচনা বৈঠক

কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত গুৰুত্বপূৰ্ণ আলোচনা । জিলাখনত ক'ভিড পৰিস্থিতি সঠিকভাৱে নিয়ন্ত্ৰণৰ বাবে প্ৰধানকৈ তিনিটা টেষ্টিং(testing), ট্ৰেছিং(tracing) আৰু ট্ৰিটমেণ্টৰ(treatment) ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে । সান্ধ্য আইনৰ ক্ষেত্ৰত কঠোৰ নীতি গ্ৰহণ কৰিবলৈয়ো নিৰ্দেশ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ৷

পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিলে শিথিল হ’ব সান্ধ্য আইন : কেশৱ মহন্ত

গুৱাহাটীত নিম্নগামী হৈছে ক'ভিড আক্ৰান্তৰ হাৰ ৷ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিলে শিথিলতা আহিব সান্ধ্য আইনত ৷ ৰাজ্যত দৈনিক তিনি লাখ লোকক ভেকচিন দিয়াৰ লক্ষ্য চৰকাৰৰ ৷ সাজু কৰি তোলা হৈছে দুই হাজাৰ টিম ৷ এই কথা জনালে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷

কামৰূপ আৰক্ষীৰ জালত বৃহৎ ড্ৰাগছ সৰহবৰাহকাৰী চক্ৰ

শুকুৰবাৰে নিশা কামৰূপ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পমখেদি খবৰ লাভ কৰি অভিযান চলাই ড্ৰাগছ সৰহবৰাহ কৰাৰ পাঁচটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ আটক কৰা ড্ৰগাছ সৰবৰাহকাৰী কেইটা হৈছে প্ৰদীপ চৌধুৰী, দহৰাৰ ৰুবুল আলী, আফচাৰ আলী, জিয়াউৰ ৰহমান আৰু পিতাম্বৰ হাটবজালীৰ চাইদুৰ ৰহমান ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.