ETV Bharat / state

1 বজাৰ শীৰ্ষ দহটা বাতৰি - Russia-Ukraine crisis

1 বজাৰ শীৰ্ষ দহটা বাতৰি

top-10-at-1-pm
1 বজাৰ শীৰ্ষ দহটা বাত
author img

By

Published : Feb 25, 2022, 1:01 PM IST

President Kovind in Assam : অসমত উপস্থিত ৰাষ্ট্ৰপতি

শুকুৰবাৰে পুৱা অসমত উপস্থিত হয় ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ (Ram Nath Kovind's Assam Visit) ৷ ৰাষ্ট্ৰপতিগৰাকীৰ অসম ভ্ৰমণক লৈ ব্যস্ত হৈ পৰিছে চৰকাৰ-প্ৰশাসন । বৰঝাৰৰ বিমান বন্দৰত অৱতৰণ কৰাৰ পিছত দেশৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কি কি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব জানো আহক...

Second day of war: ইউক্ৰেইনৰ ৰাজধানী কিয়েভত বিস্ফোৰণৰ শব্দ

ৰাছিয়াৰ সামৰিক অভিযানৰ (Russian special military operation ) দ্বিতীয় দিনাও অন্ত পৰা নাই উৎকন্ঠাৰ ৷ শুকুৰবাৰে ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ কেন্দ্ৰত দুটা বিস্ফোৰণৰ শব্দ শুনা গৈছে ।

বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাহৰকটীয়া অধিৱেশন

হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে নাহৰকটীয়াৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনস্থলী ৷

Russian Ukraine war: ৰাছিয়াৰ সেনাৰ দখলত চেৰনোবিল পাৰমাণৱিক শক্তি প্ৰকল্প

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ আৰম্ভ হৈছে (Russia Ukraine crisis ) ।

মাজুলীত কিয় প্ৰতিবাদত বহিল চিত্ৰশিল্পী নীলিম মহন্ত ?

নদীদ্বীপ মাজুলীৰ এখন জীয়া ছবি,য'ত প্ৰতিভূত হৈছে মাজুলীৰ নৈ পৰীয়া ৰাইজৰ দুৰ্বিসহ জীবনৰ কৰুণ গাথা ।

CPIM public rally in Tripura:ত্ৰিপুৰাত চিপিআই(এম) দলৰ শক্তি প্ৰদৰ্শন

বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ শক্তি প্ৰদৰ্শনৰ চেষ্টা চিপিআই(এম) দলৰ । আগৰতলাত চিপিআই(এম) দলৰ বিশাল জন সমাৱেশ (CPIM public meeting in Tripura)। প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰসহ দলৰ শীৰ্ষ নেতাসকলৰ অংশগ্ৰহণ । বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ বাঁওপন্থী নেতাসকল ।

তিনিচুকীয়াৰ লাংকাচিত ক'ক' গছ পুলি ৰোপণ

উজনি অসমৰ তিনিচুকীয়া জিলাৰ লাংকাচি গাঁৱত পোন প্ৰথমবাৰৰ বাবে এই ক'ক' (চকলেট) গছ ৰোপণ কৰা হৈছে । যাৰবাবে উজনি অসমৰ একমাত্ৰ এই গাঁওখন ক'ক' (চকলেট গছ) খেতিৰ বাবে বিখ্যাত হৈ পৰিব ।

Russia-Ukraine crisis : ভাৰতৰ স্থিতি বিচাৰি যোগাযোগ অব্যাহত ৰাখিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

ইউক্ৰেইনৰ সংকটক লৈ ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ আলোচনা (Russia-Ukraine crisis) ৷ ৰাছিয়াৰ বিৰুদ্ধে থিয় দিয়াৰ বাবে ভাৰতক সংগী হিচাপে বিচাৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই ৷

স্বদেশ ৰক্ষাৰ বাবে ইউক্ৰেইনৰ জনসাধাৰণক আগুৱাই আহিবলৈ আহ্বান অসহায় ৰাষ্ট্ৰপতিৰ

ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত বায়ুসেনা আৰু মিছাইলৰ দ্বাৰা আক্ৰমণ চলোৱাৰ পিছতে ইউক্ৰেইনে ইতিমধ্যে চুবুৰীয়া দেশখনৰ সৈতে সকলো কূটনৈতিক সম্পৰ্ক ছিন্ন কৰিছে (Ukraine cuts all diplomatic ties with Russia) ৷

Mr & Mrs Assam 2022ত খিতাপ অৰ্জন কৰা তিনিচুকীয়াৰ ৭ খেলুৱৈক সম্বৰ্ধনা

গুৱাহাটীত ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল Mr and Mrs Assam 2022 ৰ Body Building and Fitness Championship ৷ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তিনিচুকীয়া জিলালৈ গৌৰৱ কঢ়িয়াই অনা 7 গৰাকী খেলুৱৈক বুধবাৰে তিনিচুকীয়া জিলা বডী বিল্ডিং আৰু ফিটনেছ এছ’চিয়েচনৰ তৰফৰ পৰা সন্মান জনোৱা হয় ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.