ETV Bharat / state

1 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Feb 20, 2022, 1:01 PM IST

Updated : Feb 20, 2022, 9:06 PM IST

1 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 1 PM
1 বজাৰ শীৰ্ষ দহটা বাতৰি

UP third phase polls : ৯ বজালৈ ৮.১৯ শতাংশ ভোটদান

দেওবাৰে পুৱাৰে পৰা চলিছে উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া (UP third phase polls)। ১৬ খন জিলাৰ ৫৯ টা বিধানসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈছে ।

UP election 2022: কানপুৰত EVMত বিসংগতিৰ অভিযোগ সমাজবাদী পাৰ্টিৰ

উত্তৰ প্ৰদেশত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন আৰম্ভ (UP election 2022)। কানপুৰৰ এটা ভোটকেন্দ্ৰৰ EVMত বিসংগতি থকাৰ অভিযোগ সমাজবাদী পাৰ্টিৰ । নিৰ্বাচন আয়োগক সমগ্ৰ বিষয়টো তদন্তৰ দাবী ।

এইবাৰ আৰৱ সাগৰত সাতুৰিব এলভিছ আলী হাজৰিকাই

এলভিছ হৈছে ১৯৯২ চনত চীনত অনুষ্ঠিত এছিয়া-পেচিফিক সাঁতোৰ প্ৰতিযোগিতাত আন্তঃৰাষ্ট্ৰীয় সোণৰ পদক জয় কৰা প্ৰথম ভাৰতীয় পুৰুষ সাঁতোৰবিদ(Elvis Ali Hazarika becomes first Assames) ।

সমাজ সংগঠক দীপক কুমাৰ বৰঠাকুৰৰ শেষকৃত্য অনুষ্ঠানত মুখ্যমন্ত্ৰী

ৰাজ্য চৰকাৰৰ উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষ দীপক কুমাৰ বৰঠাকুৰে(Vice-Chairman of SITA Dipok Kumar Barthakur) বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰে ।

কটনিয়ানে ঘেৰাও কৰিলে কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ কাৰ্যালয়

শনিবাৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনী হিংসাত দোষী সাব্যস্ত হোৱা দোষীক কঠোৰ শাস্তি দিয়াৰ দাবীত কটনিয়ানে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়কৰ কাৰ্যালয় ঘেৰা কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (Cottonian cordons off Cotton University registrar office) ।

Police raid in Nagaon: দুৰ্নীতিগ্রস্ত কৰ পৰিদৰ্শকৰ অট্টালিকাত আৰক্ষীৰ অভিযান

দুৰ্নীতিগ্রস্ত GST পৰিদৰ্শকৰ বিশাল অট্টালিকাত আৰক্ষীৰ অভিযান (Police raid building of corrupt GST inspector)। নগাঁও আৰক্ষীৰ অভিযান দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বাসগৃহত । বাসগৃহৰ পৰা জব্দ বহু আপত্তিজনক নথি, ছীল মোহৰ ।

আলফাত যোগদান কৰিছে গুৱাহাটীৰ সৰস্বতী আৰু ৰুমীয়ে : ভাস্কৰ জ্যোতি মহন্ত

অৱশেষত নিশ্চিত হ’ল ৷ গুৱাহাটীৰ পৰা নিৰুদ্দেশ হোৱা দুই যুৱতী গৈছে আলফালৈ (Two girls from Guwahati joined ULFA-I) ৷ গুৱাহাটীৰ দুই যুৱতী আলফা(স্বা)লৈ যোৱাটো নিশ্চিত কৰিলে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ৷

গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত নৈশ ফেৰী সেৱা আৰম্ভ

জল পৰিবহন বিভাগৰ অভিলাষী আঁচনিৰ ফলস্বৰূপে এতিয়াৰে পৰা নিশাও ফেৰীৰে যাত্ৰা কৰিব পৰা যাব গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ (Night ferry service in Guwahati begins)। ইয়াৰ বাবে এটা ম’বাইল এপো প্ৰস্তুত কৰি উলিওৱা হৈছে । যিয়ে নিশা ব্ৰহ্মপুত্ৰৰ মাজত ফেৰী চলাচলৰ ক্ষেত্ৰত দিশ নিৰ্ণয় কৰিব ।

Municipal Election 2022: পৌৰসভাত শত্ৰুৰ ৰূপত অগপ বিজেপি

প্ৰকৃততে অগপ আৰু বিজেপিৰ মাজৰ সম্পৰ্ক কি ? দল দুটা পৰস্পৰ বিৰোধী নেকি ? এই প্ৰশ্ন এতিয়া সৰ্বত্ৰে চৰ্চাত ৷ কিয়নো পৌৰসভা আৰু নগৰ সমিতিত প্ৰায় এক ডজন পৌৰসভা আৰু নগৰ সমিতিত অগপ আৰু বিজেপি উভয়েই নামিছে সমুখ সমৰত (AGP BJP as an enemy in municipal election) ।

75 Years of Independence: বিনোবা ভাবে, ভূদান আন্দোলনৰ প্ৰতিষ্ঠাপক

দেশবাসীয়ে উদযাপন কৰিছে ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস । স্বাধীনতা আন্দোলনৰ শ্বহীদ লগতে আন্দোলনৰ নেতাসকলক আজি সকলোৱে স্মৰণ কৰিছে ।

Last Updated : Feb 20, 2022, 9:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.