ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP 10 AT 1 PM
1 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Sep 16, 2021, 1:01 PM IST

অৱশেষত আৰক্ষীৰ জালত ডিব্ৰুগড়ৰ SBI কাণ্ডৰ অভিযুক্ত

ডিব্ৰুগড় চহৰৰ থানা চাৰিআলিৰ ভাৰতীয় ষ্টেট বেংকত মঙলবাৰে সংঘটিত সভ্য সমাজক লজ্জানত কৰা ঘটনাৰ খলনায়ক আৰক্ষীৰ জালত ৷

ক্ৰাইম ৰেকৰ্ডত ভয়াৱহ তথ্য : ২০২০ চনত ২৬ গৰাকী নাৰীক ধৰ্ষণ কৰি হত্যা অসমত

কভিড কেন্দ্ৰীক দীঘলীয়া লকডাউনৰ সময়তো অসমত অব্যাহত আছিল নাৰীৰ বিৰুদ্ধে অপৰাধ । মঙলবাৰে প্ৰকাশিত হৈছে নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ'ৰ 'ক্ৰাইম ৰেকৰ্ড ২০২০' ৰ তথ্যই পোহৰলৈ আনিছে এই তথ্য ।

গুৱাহাটীত আবকাৰী বিভাগৰ অভিযানত মহিলাসহ ৯ জনক গ্ৰেপ্তাৰ

মহানগৰীৰ বিভিন্ন স্থানত চলোৱা অভিযানত বুজন পৰিমাণৰ চুলাই মদ জব্দ । ৰাজহুৱা স্থানত সুৰাপান কৰাৰ অপৰাধত ৬ জন সুৰাপায়ীৰ পৰা ১৪ হাজাৰ টকা জৰিমনা আদায় ৷

চীনৰ পৰিৱৰ্তে ভাৰতত মূলধন ব্যৱহাৰ কৰিব বিচাৰে আমেৰিকাই : নীতিন গাডকাৰী

সমগ্ৰ বিশ্বই বহনক্ষম অৰ্থনৈতিক বিকাশৰ বাবে ভাৰতক অনুসৰণ কৰি আছে । চৰকাৰে 'আত্ম নিৰ্ভৰ' উদ্যোগৰ অধীনত যুৱসমাজক উৎসাহিত আৰু সমৰ্থন কৰি আছে ।

2021ৰ আটাইতকৈ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত মোডী আৰু মমতা

2021 বৰ্ষৰ আটাইতকৈ প্ৰভাৱশালী ব্যক্তিসকলৰ 100 জনৰ ভিতৰত নাম সন্নিৱিষ্ট হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, মমতা বেনাৰ্জী আৰু আদৰ পুনাৱালাৰ

প্ৰথমবাৰৰ বাবে চাৰিজন পৰ্যটকক লৈ মহাকাশত SpaceXৰ ৰকেট

মানৱ মহাকাশ যাত্ৰাৰ 60 বছৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোনো পেছাদাৰী মহাকাশচাৰী অবিহনে মাত্ৰ চাৰিজন পৰ্যটকক লৈ কক্ষপথত SpaceXৰ ৰকেট ৷ মাত্ৰ চাৰিজন পৰ্যটকক লৈ মহাকাশলৈ উৰা মাৰিলে SpaceXৰ ৰকেট ৷

সন্ত্ৰাসবাদী সন্দেহত আটক কৰা ৩ যুৱকক মুকলি দিল্লী আৰক্ষীৰ

দেশত বোমা বিস্ফোৰণৰ পৰিকল্পনা কৰা দুই সন্ত্ৰাসবাদীসহ সন্দেহজনক ৬ জন লোকক দিল্লী আৰক্ষীৰ বিশেষ শাখাই মঙলবাৰে আটক কৰিছিল । কিন্তু তাৰ ভিতৰত তিনিজনৰ বিৰুদ্ধে কোনো তথ্য লাভ নকৰিলে আৰক্ষীয়ে । যাৰ বাবে তেওঁলোকক মুকলি কৰি দিয়ে ৷

কি কি আছে শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে চৰকাৰে ঘোষণা কৰা নতুন SOP-ত

শাৰদীয় দুৰ্গোৎসৱ, দীপাৱলী আদিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ স্বাস্থ্য বিভাগে আজি জাৰি কৰিছে নতুন এছ অ' পি । স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই আজি এক সংবাদমেলত এই নতুন এছ অ' পি ঘোষণা কৰে । কি কি আছে নতুন এছ অ' পিত

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু বিধায়ক পদ্ম হাজৰিকলৈ ডি.লিট উপাধি

অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ অষ্টম দীক্ষান্ত সমাৰোহ সম্পন্ন ৷ প্ৰাক্তন মুখমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু বিধায়ক পদ্ম হাজৰিকলৈ ডি.লিট উপাধি প্ৰদান । দিশান্ত সমাৰোহৰ জৰিয়তে এই বছৰ মুঠ ৯৪৪ গৰাকী শিক্ষাৰ্থী আৰু গৱেষকক ডিগ্ৰী প্ৰদান কৰা হয় ।

বিশাল ভৰদ্বাজৰ স্পাই থ্ৰীলাৰ ছবি Khufiya ত দেখা যাব টাবুক

ছবি নিৰ্মাতা বিশাল ভৰদ্বাজৰ আগন্তুক স্পাই থ্ৰীলাৰ(Spy Thriller) ছবি ‘খুফিয়া’(Khufiya)ত দেখা পাব অভিনেত্ৰী টাবুক(Tabu) ৷ শীঘ্ৰেই নেটফ্লিক্সত(Netflix) মুক্তি লাভ কৰিব ছবিখনে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.