ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Sep 12, 2021, 1:02 PM IST

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP 10 AT 1 PM
1 বজাৰ শীৰ্ষ 10 টা বাতৰি

তৃতীয় পৰ্যায়ৰ লোক আদালতত অভিলেখ সংখ্যক গোচৰৰ নিষ্পত্তি

ৰাষ্ট্ৰীয় আইনী সেৱা কৰ্তৃপক্ষই চলিত বছৰত তিনিটা পৰ্যায়ত লোক আদালতৰ আয়োজন কৰিছে । পূৰ্বৰ দুটা পৰ্যায়ত ১১.৯৩ লাখৰো অধিক প্ৰাক মোকৰ্দমা গোচৰ আৰু ১৯.৯৭ লাখৰো অধিক অমীমাংসিত গোচৰ নিষ্পত্তি কৰা হৈছিল ।

অসমক লৈ মিছন আছে : সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত সৰ্বানন্দ সোণোৱাল ৷ সকলোৰে মংগল কামনাৰে গুৰুৰ আশীষ ল’লে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

প্ৰাক্তন মন্ত্ৰী তথা প্ৰবীন আইনজ্ঞ আব্দুল মুহিব মজুমদাৰ অসুস্থ

বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে আব্দুল মুহিব মজুমদাৰ ৷ তেওঁক উন্নত চিকিৎসাৰ বাবে হাইলাকান্দিৰ পৰা গুৱাহাটীলৈ অনা হৈছিল ৷ বৰ্তমান তেওঁক আই চি ইউত ৰখা হৈছে ৷

অসম টেবুল টেনিছ সন্থাৰ সভাপতিৰ পদত মন্ত্রী পীযুষ হাজৰিকা

জলসম্পদ আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ অসম টেবুল টেনিছ সন্থাৰ সভাপতিৰ দায়িত্ব লাভ ৷ ৱেবিনাৰৰ জৰিয়তে অনুষ্ঠিত হোৱা টেবুল টেনিছ সন্থাৰ বিশেষ সাধাৰণ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

মাজুলীত দলং নিৰ্মাণ হোৱাত বাধা প্ৰদান কৰিছিল সত্ৰাধিকাৰ সকলে: জুৰি বৰা বৰগোহাঞি

নিমাতীঘাটৰ শিহৰণকাৰী নাও দুৰ্ঘটনা সন্দৰ্ভত বিশিষ্ট ঔপন্যাসিক তথা মাজুলীৰ সন্তান জুৰি বৰা বৰগোহাঞিৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৷ মাজুলীৰ দলং নিৰ্মাণ হোৱাত বাধা প্ৰদান কৰিছিল সত্ৰাধিকাৰ সকলে বুলি কেতবোৰ বিস্ফোৰক মন্তব্য জুৰি বৰা বৰগোহাঞিৰ ৷

দেওবাৰে অসমলৈ আহিব কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডা

ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে ৰাজ্য আৰু অঞ্চলটোৰ জনজাতীয় লোকসকলৰ সবলীকৰণৰ অৰ্থে ৰূপায়ণ কৰা এম এফ পি, ভি ডি ভি কে আৰু ট্ৰাইফুড কাৰ্যক্ৰমৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব।

নিমাতিঘাটৰ ফেৰী দুৰ্ঘটনাত মৃত্যু হোৱা ইন্দ্ৰেশ্বৰ বৰাৰ শেষকৃত্য সম্পন্ন

এক চৰম শোকাকুল পৰিবেশত শেষ কৃত্য সম্পন্ন হ'ল নিমাতীৰ ফেৰী দুৰ্ঘটনাত মৃত্যু হোৱা লখিমপুৰৰ ইন্দ্ৰেশ্বৰ বৰাৰ ৷ দুৰ্ঘটনাত সন্ধানহীন হোৱা ইন্দ্ৰেশ্বৰ বৰাৰ মৃত দেহ চাৰিদিনৰ অন্তত শনিবাৰে বিশ্বনাথ ঘাটত উদ্ধাৰ হোৱাৰ পিছত সন্ধিয়া লখিমপুৰৰ ৰামপুৰস্থিত স্বগৃহলৈ অনা হয় ৷

জম্মু-কাশ্মীৰৰ ৰাজৌৰীত সেনা-উগ্ৰপন্থীৰ সংঘৰ্ষ

যুদ্ধ সদৃশ পৰিৱেশে বিৰাজ কৰিছে জম্মুৰ ৰাজৌৰী জিলাত । তিনি সপ্তাহ পূৰ্বে সেনা আৰু উগ্ৰপন্থীৰ মাজত হোৱা সংঘৰ্ষৰ পাছত পুনৰ নিৰাপত্তা বাহিনীয়ে এনকাউণ্টাৰ আৰম্ভ কৰিছে ।

ত্ৰিপুৰাত ক’ভিড 19 ৰ প্ৰথম পালি টীকাকৰণ সম্পন্ন

ত্ৰিপুৰাত 100 শতাংশ সম্পূৰ্ণ ক’ভিডৰ প্ৰথম পালি ভেকচিনৰ প্ৰদান ৷ বৰ্তমানলৈকে ৰাজ্যখনত মুঠ 33,46,334 পালি ক’ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷ ইয়াৰে 24,60,683 টা প্ৰথম পালিৰ প্ৰতিষেধক ৷

পিভি সিন্ধুৰ সৈতে নৈশ আহাৰ গ্ৰহণ ৰণবীৰ-দীপিকাৰ

মুম্বাইত শনিবাৰে নিশা বেডমিণ্টন খেলুৱৈ পিভি সিন্ধুৰ(PV Sindhu)ৰ সৈতে নৈশ আহাৰ গ্ৰহণৰ বাবে গৈ থকা সময়ত প্ৰত্যক্ষ কৰা হৈছে অভিনেত্ৰী দীপিকা পাডুকনক(Deepika Padukone) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.