ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা বাতৰি - PM NARENDRA MODI

1 বজাৰ শীৰ্ষ 10 টা বাতৰি...

TOP 10 AT 1 PM
1 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Aug 10, 2021, 1:00 PM IST

খাবলৈ নাপালে ৰন্ধা ভাত : বনভোজকাৰীক পহু খেদা আৰক্ষীৰ

ক’ভিড নামৰ মহামাৰীটো নাইকিয়া হ’ল হ’বলা ৷ শোণিতপুৰ জিলাৰ ৰঙাপৰাত তেনে এক দৃশ্যই দেখা গ’ল ৷ বিভিন্ন জনৰ ভিৰ বনভোজস্থলীত ৷ অসমীয়া-হিন্দী গীতৰ তালে তালে নৃত্য-গীতত মছগুল একাংশ ৷

16 আগষ্টৰ পৰা বন্ধ হ’ব ৰাজ্যৰ পানী যোগান !

চাকৰি নিয়মীয়াকৰণ আৰু দৰমহাৰ দাবীৰে 16 আগষ্টৰ পৰা অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতি পালন কৰিব ৰাজ্যৰ 8,904 গৰাকী কৰ্মচাৰীয়ে ৷ সেয়েহে 16 আগষ্টৰ পৰা বন্ধ হৈ পৰিব জনস্বাস্থ্য কাৰিকৰী বিভাগ (PHED)ৰ পানী যোগান (Water Supply) ৷

আজি বিশ্ব সিংহ দিৱস

সিংহ আটাইতকৈ বেছি বিস্তাৰিত বৃহৎ স্তন্যপায়ী স্থলচৰ প্ৰাণী । আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংঘ (International Union for Conservation of Nature’s)ই সিংহক সম্প্ৰতি বিলুপ্তপ্ৰায় প্ৰজাতি হিচাপে তালিকাভুক্ত কৰিছে ।

ক্ৰমান্বয়ে ভাৰতত বৃদ্ধি পাইছে সিংহৰ সংখ্যা : PM মোডী

সিংহ(Lion)ৰ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে পালন কৰা হয় বিশ্ব সিংহ দিৱস(World Lion Day) । সিংহ সংৰক্ষণৰে জড়িত হৈ থকা লোকসকললৈ শুভেচ্ছা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(PRIME MINISTER NARENDRA MODI)ৰ ।

মূল্যবৃদ্ধি ৰোধৰ দাবীত ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ মানৱ শৃংখল

এতিয়াৰে পৰা দেশত বাস কৰি থকা অথবা অস্থায়ী বাহৰ পাতি থকা বিদেশী নাগৰিকসকলৰ বাবে উপলব্ধ হ’ব ক’ভিডৰ প্ৰতিষেধক ৷ তাৰ বাবে বিদেশী লোকসকলে Co-Win পৰ্টেলত পঞ্জীয়ন কৰিব লাগিব ৷

ৰাজ্যত দৈনিক অত্যধিক হাৰত বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷ সামগ্ৰীৰ মূল্য ৰোধ কৰাৰ পৰিৱৰ্তে যোগানমন্ত্ৰীয়ে বিভিন্ন সময়ত তুলুঙা মন্তব্য দিয়াহে পৰিলক্ষিত হৈছে ৷ যোগানমন্ত্ৰীৰ এনে মন্তব্যৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা ৷

মূল্যবৃদ্ধিকে ধৰি বিভিন্ন দাবীত বঙাইগাঁৱত উত্তাল প্ৰতিবাদ

অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি পেট্ৰ’ল-ডিজেল (Petrol- Diesel) ৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে চিপিআইএম দলে ৷ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷

জনা-নজনা : গছত উঠা ছাগলী

গছত গৰু উঠা কথাষাৰ আপুনি নিশ্চয় শুনিছে ৷ কিন্তু ছাগলী গছত উঠা ! কথাসাৰ শুনি ভাবিছে চাগে এয়া বাৰু সম্ভৱনে ? হয়, অবিশ্ৱাস্য যেন লাগিলেও এয়াই সত্য ৷

বিদেশী নাগৰিককো দিয়া হ’ব প্ৰতিষেধক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.