ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Aug 8, 2021, 1:04 PM IST

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP 10 at 1 PM
1 বজাৰ শীৰ্ষ 10 টা বাতৰি

মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ প্ৰত্যাহাৰ কৰা হৈছে: অশোক সিংঘাল

অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰ (Lailapur)ত মিজো আৰক্ষীৰ আক্ৰমণৰ ঘটনাৰ পিছৰ পৰাই বৰাক উপত্যকাত অব্যাহত আছিল মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ (Economic blockade) ।

দিল্লীত বাহৰ মুখ্যমন্ত্ৰীৰ: আজি সাক্ষাৎ কৰিব গৃহমন্ত্ৰীক

দিল্লীত বাহৰ পাতিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ কিয়নো অসম-মিজোৰাম আৰু অসম-মেঘালয় সীমা সমস্যাৰ বিষয়ে গৃহমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হ’ব মুখ্যমন্ত্ৰী গৰাকী ।

চন্দ্ৰপুৰত Dumping Ground ৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ

ডাম্পিং গ্ৰাউণ্ড (Dumping Ground)ৰ বিৰোধিতাৰে দেওবাৰে চন্দ্ৰপুৰত ৰে’ল পথ অৱৰোধ (Train Road Block) ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চ (Anti Dumping Ground Manch)ৰ ৷

ক’ভিডৰ তৃতীয় ঢৌৰ সৈতে যুঁজিবলৈ নিৰ্মাণ পেডিঅ’ট্রিক ICU

ক’ভিডৰ তৃতীয় ঢৌৰ সৈতে যুঁজিবলৈ সাজু হৈছে ৰাজ্যৰ স্বাস্থ্যবিভাগ ৷ অসমৰ প্ৰতিখন মেডিকেল কলেজত শিশুসকলৰ বাবে নিৰ্মাণ কৰা হৈছে পেডিঅ’ট্রিক আই চি ইউ ৷ যাৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷

উত্তপ্ত সীমান্ত পৰিদৰ্শন মন্ত্ৰী অশোক সিংঘাল আৰু পৰিমল শুক্লবৈদ্য

অসম-মিজোৰাম সীমান্তৰ পৰা প্ৰত্যাহাৰ অৰ্থনৈতিক অৱৰোধ ৷ ২৬ জুলাইৰ ঘটনাৰ পাছত স্থানীয় ৰাইজে মিজোৰামৰ বিৰুদ্ধে অব্যাহত ৰাখিছিল অৰ্থনৈতিক অৱৰোধ ।

গোচৰ দিবলৈ যোৱা মহিলাক আৰক্ষীৰ অপমানৰ অভিযোগ

জনহিত জনসেৱাৰ্থে নিয়োজিত অসম আৰক্ষীৰ এজন বিষয়াৰ বিৰুদ্ধে উত্থাপিত হৈছে এক গুৰুতৰ অভিযোগ ৷ ধলপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জুলেন কলিতাৰ বিৰুদ্ধে উত্থাপিত হৈছে এই গুৰুতৰ অভিযোগ ৷

নেন' ইউৰিয়া অসমলৈ প্ৰেৰণ প্ৰক্ৰিয়াৰ ভাৰ্ছুৱেলী ফ্লেগ অফ

ভাৰতীয় কৃষক সাৰ সমবায় লিমিটেডে প্ৰস্তুত কৰা নেন' ইউৰিয়া প্ৰথমবাৰৰ বাবে অসমলৈ প্ৰেৰণ প্ৰক্ৰিয়াৰ ভাৰ্ছুৱেলী ফ্লেগ অফ ৷ জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই প্ৰক্ৰিয়াৰ ফ্লেগ অফ কৰি ইফকোৰ এই পদক্ষেপক আধুনিক কৃষিৰ ইতিহাসত এক যুগান্তৰকাৰী ঘটনা বুলি অভিহিত কৰিছে ৷

কিয় দৰ্শকৰ মাজত বিফল হ’ল Singh is King?

বলীউডৰ ছবি ‘Singh is King’ ৰ মুক্তিলাভৰ 13 টা বছৰ সম্পূৰ্ণ ৷ অৱশ্যে ছবিখনে বক্স অফিচ (Box Office)ত বিশেষ সফলতা লাভ কৰিব নোৱাৰাৰ লগতে কাহিনীটোক লৈ বহু সমালোচনাৰো সন্মুখীন হৈছিল ৷

অসমীয়া ছবি ‘God on the Balcony’ লৈ আন্তঃৰাষ্ট্ৰীয় বঁটা

অসমীয়া ছবিজগতলৈ এক সুখবৰ ৷ অসমীয়া চলচ্চিত্ৰ ‘God on the Balcony’ অৰ্থাৎ ‘বেলকনিত ভগৱান’ৰ আন এক সফলতা লাভ ৷

HAPPY BIRTHDAY মীৰাবাই

টকিঅ' অলিম্পিকৰ ৰূপৰ পদক বিজয়ী মীৰাবাই চানুৰ আজি জন্মদিন ৷ 1994 চনৰ 8 আগষ্টত মণিপুৰৰ ইম্ফল চহৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত Nongpok Kakchingত এটা মেইটেই( Meitei)পৰিয়ালত জন্ম হৈছিল চাইখোম মীৰাবাই চানুৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.