ETV Bharat / state

1 বজাৰ শীৰ্ষ দহটা বাতৰি... - TOP 10 @ 1 PM

1 বজাৰ শীৰ্ষ দহটা বাতৰি...

TOP 10 @ 1 PM
1 বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : Jun 2, 2021, 1:02 PM IST

অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিত বিপৰ্যস্ত জনজীৱন

নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ পাঁচ বছৰত প্ৰায় দুগুণ মূল্যবৃদ্ধি । সান্ধ্য আইনৰ ম‍াজতে এমাহত বাঢ়িল ২০ শতাংশ । ফাঁচীবজাৰৰ মুষ্টিমেয় বণিকগোষ্ঠীৰ নিয়ন্ত্ৰণত বজাৰ ব্যৱস্থা । নিৰ্বিকাৰ বিয়াগোম খাদ্য আৰু অসামৰিক যোগান বিভাগ । অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ বিশাল ছিণ্ডিকেট । কমিচনৰ অংকত চলি আছে ছিণ্ডিকেট । যোগান বিভাগৰ পৰা দিছপুৰলৈ যায় কমিছনৰ অংশ ।

এগৰাকী নাৰ্চৰ বিৱৰণী: শৌচাগাৰত সোমাইহে মই কোনোমতে বাচি আহিলো

লংকাৰ উদালিৰ ক’ভিড কেয়াৰ কেন্দ্ৰত কৰ্মৰত চিকিৎসকক আক্ৰমণ কৰা ঘটনাই তোলপাৰ লগাইছে দেশ ৷ এই ঘটনাৰ লগত জড়িত 24 জন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষৰ দায়িত্বত প্ৰাক্তন ন্যায়াধীশ অৰুণ কুমাৰ মিশ্ৰ

উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ অৰুণ কুমাৰ মিশ্ৰক ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে ৷ মিশ্ৰই বুধবাৰে কাৰ্যভাৰ গ্ৰহণ কৰিব ৷

লংকাৰ চিকিৎসকক আক্ৰমণৰ ঘটনাত জড়িত ২4 জনক গ্ৰেপ্তাৰ

হোজাই জিলাৰ লংকাত চিকিৎসকক আক্ৰমণত জড়িত ২4 জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে হোজাই আৰক্ষীয়ে ৷ ইফালে চিকিৎসকক আক্ৰমণৰ এই ঘটনাৰ প্ৰতিবাদত স্বৰূপে সমগ্ৰ অসমতে বুধবাৰে বন্ধ থাকিব বহিঃবিভাগৰ চিকিৎসা সেৱা ৷ জৰুৰীকালীন সেৱা আৰু ক’ভিড কেন্দ্ৰত কৰ্তব্যৰত চিকিৎসা কৰ্মীসকলে ক'লা বেজ পৰিধান কৰি সাব্যস্ত কৰিব প্ৰতিবাদ ।

ক'ভিড 19: দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য

দেশত অব্যাহত আছে কৰ’ণা মহামাৰীৰ দ্বিতীয় ঢৌৰ সংহাৰ ৷ কৰ’ণাৰ ভয়াৱহতাৰ ফলত দেশৰ কেবাখনো ৰাজ্যত লকডাউন ঘোষণা কৰাৰ লগতে বহু ৰাজ্যত জাৰি কৰা হৈছে নৈশ সান্ধ্য আইন ৷ আহক চাওঁ দেশত ক‘ভিডত আক্ৰান্ত, মৃত্যু আৰু আৰোগ্য হোৱা লোকৰ শেহতীয়া তথ্য...

অভিনেতা কৰণ মেহৰাৰ জামিন লাভ

মুম্বাই আৰক্ষীয়ে 'ইয়ে ৰিস্তা ক্যা কেহলাতা হে' খ্যাত অভিনেতা কৰণ মেহৰাক জামিন প্ৰদান কৰিছে ৷ অভিনেতাজনক সোমবাৰে নিশা মুম্বাই আৰক্ষীয়ে পত্নী নিশা ৰাৱালক মাৰপিট কৰাৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছিল ৷

‘কাজিৰঙাক অকলে এৰি দিয়ক’: অসম চৰকাৰক সমালোচনা দিয়া মিৰ্জাৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অসম চৰকাৰে গ্ৰহণ কৰা হেলিকপ্টাৰ ট্যুৰিজিমক সমালোচনা বলীউড অভিনেত্ৰী দিয়া মিৰ্জাৰ ৷ কাজিৰঙাক অকলশৰীয়াকৈ এৰি দিবলৈ ৰাজ্য চৰকাৰক আহ্বান অভিনেত্ৰীগৰাকীৰ ৷

ৰাজনৈতিক ক্ষেত্ৰৰ ৰণ পালেহি ঘৰৰ চোতাল: আহত ছজন

কলগাছিয়াৰ বালিকুৰি এন চি গাঁৱত ৰাইজৰ দল আৰু এ আই ইউ ডি এফৰ সমৰ্থকৰ মাজত মাৰপিটৰ ঘটনা। ৰাইজৰ দলক সমৰ্থিত একেটা পৰিয়ালৰ ৬ জন লোক আহত । আহত সকলক কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি ।

বনিয়াৰ হাতলৈ যাব অসমৰ দুয়োটা কাগজকল : বিক্ৰীৰ বিজ্ঞাপন প্ৰকাশ

অৱশেষত অসমৰ ঔদ্যোগিক ইতিহাসৰ অন্যতম অংশ নগাঁও আৰু কাছাৰ কাগজকল বিক্ৰীৰ সিদ্ধান্ত ল’লে চৰকাৰে । মঙলবাৰে এই সন্দৰ্ভত বিক্ৰীৰ বিজ্ঞাপন প্ৰকাশ কৰিছে চৰকাৰী পক্ষই ।

মহানগৰীত ড্ৰাগছসহ ২ জনক আটক

মহানগৰীত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা । মঙলবাৰে মহানগৰীৰ কটাহবাৰীৰ পৰা গৰচুক আৰক্ষীয়ে জব্দ কৰিলে ড্ৰাগছ আৰু নগদ ধন । ড্ৰাগছৰ ক'লা বেহাৰে জড়িত থকাৰ অভিযোগত দুজন লোকক আটক কৰে আৰক্ষীয়ে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.