ETV Bharat / state

1 বজাৰ শীৰ্ষ দহটা বাতৰি... - TOP 10 @ 1 PM

1 বজাৰ শীৰ্ষ দহটা বাতৰি...

TOP 10 @ 1 PM
1 বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : May 24, 2021, 1:09 PM IST

অসমীয়া ছবি পৰিচালক দাৰা আহমেদ আৰু নাই

সোমবাৰে পুৱা গুৱাহাটীৰ এপল’ হাস্পতালত জনপ্ৰিয় পৰিচালক দাৰা আহমেদৰ দেহাৱসান ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 72 বছৰ ৷

আংশিক লকডাউনে ক্ষতিগ্ৰস্ত কৰিছে কৃষকক

লকডাউনৰ ঋণাত্মক প্ৰভাৱ পৰিছে খেতিয়কৰ ওপৰত । বজাৰৰ অভাৱত বিক্ৰী কৰিব পৰা নাই পাচলি । পথাৰতে গেলি পচি নষ্ট হৈছে বিঘাই বিঘাই তিতাকেৰেলা ।

মঙলদৈত ট্ৰেক্টৰ বাগৰি এজনৰ মৃত্যু

মঙলদৈ বাংলাগঢ় কোৱাৰ পাৰাত ট্ৰেক্টৰ বাগৰি মৃত্যু এজনৰ ৷ নিহত লোকজন মুনিন ভুমিজ বুলি জানিব পৰা গৈছে ৷

ঘূৰ্ণী বতাহ : ক্ষতিৰ মাত্ৰা কমোৱাৰ ওপৰত গুৰুত্ব দিব লাগে

অনিয়ন্ত্ৰিত বায়ু প্ৰদূষণৰ বাবে হোৱা পৰিৱেশ তন্ত্ৰৰ সাল-সলনিৰ বাবে আৰৱ সাগৰত প্ৰায়ে ধুমুহা আৰু ঘূৰ্ণী বতাহৰ নিচিনা পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গৈছে ৷ ই সমগ্ৰ পশ্চিমৰ ৰাজ্যসমূহৰ বাবে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে ৷ বিশেষজ্ঞসকলেও মত পোষণ কৰিছে যে, এই অনিয়ন্ত্ৰিত প্ৰদূষণৰ বাবে পূৱ উপকূলৰ নিচিনা পশ্চিম উপকূলীয় ৰাজ্যসমূহতো ভয়াৱহ ঘূৰ্ণী বতাহৰ সন্মুখীন হ'বলগীয়া হৈ আহিছে ।

ক'ভিড 19: দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য

দেশত অব্যাহত আছে কৰ’ণা মহামাৰীৰ দ্বিতীয় ঢৌৰ সংহাৰ ৷ কৰ’ণাৰ ভয়াৱহতাৰ ফলত দেশৰ কেবাখনো ৰাজ্যত লকডাউন ঘোষণা কৰাৰ লগতে বহু ৰাজ্যত জাৰি কৰা হৈছে নৈশ সান্ধ্য আইন ৷ আহক চাওঁ দেশত ক‘ভিডত আক্ৰান্ত, মৃত্যু আৰু আৰোগ্য হোৱা লোকৰ শেহতীয়া তথ্য...

26 মে’ত দীঘাৰ সমুদ্ৰতীৰত য়াছে খুন্দা মৰাৰ সম্ভাৱনা

আলিপুৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, ২৬ মে'ত পশ্চিমবংগৰ দীঘাৰ উপকূলত ঘূৰ্ণী বতাহ য়াছে খুন্দা মৰাৰ সম্ভাৱনা আছে ৷

শিলৰ কুঁৱেৰীৰ বিৰুদ্ধে সৰৱ বিধায়ক দিগন্ত কলিতা

দেওবাৰে বাইহাটাৰ শিল ভঙা ক্ৰেচাৰ অৰ্থাৎ শিল কুঁৱেৰী আৰু ফ্লেভাৰ ব্লক নিৰ্মাণ কৰা উদ্যোগ পৰিদৰ্শন বিধায়ক দিগন্ত কলিতাৰ ৷ এই উদ্যোগটোৱে বৃহত্তৰ অঞ্চলবাসীক যমৰ যাতনা ভোগাই অহাৰ অভিযোগৰ অন্তত উদ্যোগটো সাময়িকভাৱে বন্ধ ৰখাৰ বাবে নিৰ্দেশ প্ৰদান বিধায়কগৰাকীৰ ৷

ঘূৰ্ণীবতাহ য়াছ সন্দৰ্ভত অমিত শ্বাহৰ পৰ্যালোচনা বৈঠক

ঘূৰ্ণীবতাহ য়াছ সন্দৰ্ভত সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ওড়িশা, অন্ধ্ৰ প্ৰদেশ, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী আৰু আন্দামান-নিকোবৰ দ্বীপপুঞ্জৰ উপ-ৰাজ্যপালৰ সৈতে পৰ্যালোচনা ভাৰ্চুৱেল বৈঠকত মিলিত হয় ।

ইটালীৰ কেবল কাৰ দুৰ্ঘটনাত নিহত ১৪

ইটালীৰ ষ্ট্ৰেচাৰ মনোৰম হ্ৰদৰ দৃশ্য উপভোগ কৰিবলৈ যোৱা এখন কেবল কাৰ দেওবাৰে পাইলনত খুন্দা খোৱাত ১৪ জন লোক নিহত হয় ।

আংশিক লকডাউনে জুৰুলা কৰিছে থলুৱা কৃষকক

টীয়কৰ ভোমোৰা মিচিং গাঁৱৰ মুনীল টাই নামৰ কৃষকজনৰ বাৰীতে নষ্ট হৈছে উৎপাদিত নেমু ৷ কিয়নো আংশিক লকডাউনৰ ফলত বিক্ৰী কৰিব পৰা নাই উৎপাদিত সামগ্ৰী ৷ প্ৰায় 7 বিঘা মাটিত ব্যৱসায়ী ভিত্তিত খেতি কৰা নেমুটেঙাৰ লগতে ভোটজলকীয়াৰ খেতিও বিনষ্ট হোৱাৰ ফলত বিপাঙত পৰিছে কৃষকগৰাকী ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.