ETV Bharat / state

এক বজাৰ শীৰ্ষ দহটা বাতৰি...

author img

By

Published : Oct 24, 2020, 1:00 PM IST

এক বজাৰ শীৰ্ষ দহটা বাতৰি...

TOP 10 AT 1 PM
এক বজাৰ শীৰ্ষ দহটা বাতৰি...

দিল্লীত ভয়াৱহভাৱে নিম্নগামী হৈছে বায়ুৰ গুণগত মানৰ সূচাংক

দিল্লীবাসীৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি আনিছে প্ৰদূষণে ৷ বায়ুৰ গুণগত মানৰ সূচাংক ক্ৰমাৎ নিম্নগামী হৈ ভয়াৱহ ৰূপ লৈছে ৷ হৃদৰোগ, হাওঁফাওঁৰ কৰ্কট ৰোগকে ধৰি বিভিন্ন জটিল ৰোগত বহু লোক আক্ৰান্ত হোৱাৰ সম্ভাৱনা প্ৰকট কৰিছে দিল্লী প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে ৷

জীৱাশ্ম ইন্ধন শেষ কৰাক লৈ স্পষ্টীকৰণ বিচাৰিলে জ' বিদেনে

ৰিপাব্লিকান পাৰ্টীৰ প্ৰাৰ্থী জ' বিদেনৰ সহযোগীয়ে কয় যে, বিদেনে জীৱাশ্ম ইন্ধনৰ ছাবছিডি শেষ হোৱা বিষয়ত স্পষ্টীকৰণ বিচাৰিছে। কেৱল উদ্যোগেই নহয়, তেলৰ ৰূপান্তৰকৰণৰো বিষয় উত্থাপন কৰিছে ৷ জীৱাশ্ম ইন্ধনৰ পৰিৱৰ্তে সময়ৰ প্ৰয়োজন সাপেক্ষে নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ কৰা উচিত আৰু ই আমেৰিকাক নেট জিৰ' নি:সৰণৰ ক্ষেত্ৰত সহায় কৰিব ৷ আন্ত:ৰাষ্ট্ৰীয় সংবাদ মাধ্যম বিবিচিয়ে প্ৰচাৰ কৰা এক বাতৰিত এই কথা প্ৰকাশ ৷

ক'ভিড প্ৰটকলৰ মাজেৰে কৰিমগঞ্জত মহাষ্টমী

ক'ভিড প্ৰটকলৰ মাজেৰে কৰিমগঞ্জত আয়োজন কৰা হয় মহাষ্টমী পূজা ৷ পূজা সমিতিয়ে কেতবোৰ নিয়ম মানি আয়োজন কৰে পূজা ৷

দেওবাৰৰ পৰা খোল খাব মথুৰাৰ বাংকে বিহাৰী মন্দিৰৰ দুৱাৰ

ভক্তৰ বাবে খোল খাব বাংকে বিহাৰী মন্দিৰ ৷ ভক্তৰ বাবে বিশেষ নিয়মাৱলী কৰ্তৃপক্ষৰ ৷ ন্যায়াধীশ জুনিয়ৰ ডিভিজন আদালতৰ নিৰ্দেশত মন্দিৰ খোলাৰ অনুমতি ৷

দীপাৱলীত অযোধ্যাত জ্বলোৱা হ'ব 5.5 লাখ চাকি

11 নৱেম্বৰৰ পৰা 13 নৱেম্বৰলৈ অযোধ্যাত পোহৰৰ উৎসৱ দীপাৱলী ৷ বিশ্ব ৰেকৰ্ড গঢ়াৰ উদ্দেশ্য 5 লাখ 50 হাজাৰ চাকি জ্বলোৱা হ'ব ৷ সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি পালন কৰা হ'ব এই উৎসৱ ৷

দুৰ্গা পূজাৰ সমন্বয়ৰক্ষী সমিতিৰ কাৰ্যালয় উদ্বোধন মন্ত্ৰী যোগেন মহনৰ

মৰাণত সকলো পূজা সমিতিক একত্ৰিত কৰি উদযাপন কৰা হৈছে দুৰ্গা পূজা ৷ ইতিমধ্যে দুৰ্গা পূজা সমন্বৰক্ষী সমিতিৰ কাৰ্যালয় শুভ উদ্বোধন কৰে ৰাজ্যিক মন্ত্ৰী যোগেন মোহনে ।

থানেত দুৰ্বৃত্তৰ চুৰিকাঘাটত আহত কনিষ্টবল

অমৰনাথত চুৰি কৰা বাহনেৰে নিশা চাৰি দুৰ্বৃত্তই কনিষ্টবল এজনক চুৰিৰে আক্ৰমন কৰে ৷ ইতিমধ্যে ঘটনাটোৰ লগত জড়িত থকাৰ সন্দেহত চাৰিজন লোকক আটক কৰে আৰক্ষীয়ে ৷

কিশোৰীক যৌন নিৰ্যাতন চলাই ৰঙাঘৰৰ আলহী বৃদ্ধ

মৰিগাঁৱত ঘৰত কোনো নথকাৰ সুযোগ লৈ এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলাই আৰক্ষীৰ জালত পৰিল এজন 60 বছৰীয়া বৃদ্ধ ৷ ইতিমধ্যে ঘটনাত জড়িত লোকজনক উপযুক্ত শাস্তি দিবলৈ দাবী কৰিছে পৰিয়ালৰ লগতে বিভিন্ন দল সংগঠনে ৷

জাষ্টিন বীবাৰৰ ‘Justin Bieber: Next Chapter’ তথ্যচিত্ৰৰ ট্ৰেইলাৰ মুকলি

শুকুৰবাৰে ‘Justin Bieber: Next Chapter’ৰ এক ট্ৰেইলাৰ মুকলি গায়ক-গীতিকাৰ জাষ্টিন বীবাৰৰ ৷ 30 অক্টোবৰত YouTube Originalsত মুক্তি লাভ কৰিব তথ্যচিত্ৰখন ৷

তেল, গেছ কোম্পানীৰ CEOৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

26 অক্টোবৰত সন্ধিয়া 5.30 বজাত মুখ্য বৈশ্বিক তেল আৰু গেছ কোম্পানীসমূহৰ মুখ্য কাৰ্যকৰী বিষয়াসকলৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ নীতি আয়োগ, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ে আয়োজন কৰা এক বৈঠকযোগে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.